Breaking

Browsing Category

অসম

নগৰবেৰাত বিজেপিৰ উদ্যোগত অৱস্থান ধৰ্মঘট-প্ৰতিবাদ ৰাষ্ট্ৰপতি লৈ স্মাৰক পত্ৰ প্ৰেৰণ

চুবুৰীয়া ৰাজ্য পশ্চিমবংগত নিৰ্বাচনী হিংসাৰ বলি হোৱা বিজেপি কৰ্মীৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত আজি নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত  বিজেপিৰ কৰ্মী সকলে অৱস্থান ধৰ্মঘট পালন কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে। নগৰবেৰা মণ্ডল
Read More...

ধুবুৰী জিলাৰ ডাকুৰ ভিটাৰ পৰা শোনাপাৰা বজাৰলৈ যোৱা মাথাউৰিৰ ভয়াবহ ৰূপ ।

ধুবুৰী জিলাৰ দক্ষিণপাৰত প্রতি বছৰে বিভিন্ন ঠাই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি হাজাৰ হাজাৰ লোকৰ  মাটি, ভেটি সা-সম্পত্তি হেৰুৱাবলগীয়া হৈছে। যেতিয়া বানপানীৰ হয় যেতিয়াই মানুহবোৰে কত যাব কি কৰিব সেই লৈ হাবাথুৰি খাবলগীয়া হয়। অৱশেষত
Read More...

ৰাজ্যৰ নিবনুৱা সকলৰ বাবে আদৰ্শ পথ-প্ৰদৰ্শক স্নাতকোত্তৰ ডিগ্ৰীধাৰী কৃষকনেতা জিতেন বৰা

ৰাজ্যৰ বিভিন্ন সংগঠনৰ একাংশ নেতাই কেতবোৰ উৎসৰ পৰা সংগ্ৰহ কৰা চান্দাৰ ধনেৰে কোটিপতি হোৱাৰ বিষয়ে সততে ৰাইজৰ মাজত চৰ্চা চলি আহিছে। আনকি একাংশ সংগঠনৰ বিয়াগোম নেতাই সংগঠনৰ বিভিন্ন কাৰ্যসূচীৰ নামত চান্দা সংগ্ৰহ কৰি উদৰস্থ কৰি নিজে অজস্ৰ
Read More...

লাহৰীঘাট আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া

 মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত দাতিয়াল বঢ়ি গাৱৰ পৰা নিশা ১১ বজাত  লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিয়য়া অজিত বঢ়োৰ নেতৃত্বত  আৰক্ষীৰ সজাতী দলে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ সৰবৰাহী  মতিউৰ ৰহমান  ( ২৯ ) ৰ বাসগৃহৰ পৰা হাতে লোটে  ১৮
Read More...

অসম আন্দোলনৰ কৰ্মী অমৃত গগৈৰ পৰলোক

নাজিৰাৰ সমীপবৰ্তী ৰংপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মেটেকা কুৰুলাকটীয়া গাঁও নিবাসী অসম আন্দোলনৰ সক্ৰিয় কৰ্মী অমিত কুমাৰ গগৈৰ ৪ মে'ৰ পুৱা ৮-৩৫ বজাত শিৱসাগৰ চাওলুং চুকাফা চুপাৰ স্পিচিয়েলিটী চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে । চৌষষ্ঠী বছৰত উপনীত
Read More...

গণতান্ত্ৰিক ব্যৱস্থাত আস্থা হেৰুৱাইছে নেকি একাংশ ভোটাৰে : ৰাজ্যৰ ২ লক্ষাধিক ভোটাৰে আশ্ৰয় ল’লে…

ক্ৰমাৎ ৰাজনৈতিক নেতা সকলে আস্থা হেৰুৱাইছে নেকি ৰাজ্যত। সদ্যঘোষিত অসম বিধান সভাৰ নিৰ্বাচনৰ ফলাফলৰ কেতবোৰ তথ্যই যেন একপ্ৰকাৰৰ তেনে প্ৰশ্নৰে অৱতাৰণা কৰিছে। ২০২১ বিধান সভা নিৰ্বাচনত ৰাজ্যৰ ১২৬টা সমষ্টিত উদ্বেগ জনক ভাৱে বৃদ্ধি পালে ন'টাত ভোটদান
Read More...

ৰঙিয়াত ক’ৰোণাৰ সংহাৰ,এসপ্তাহৰ ভিতৰত মৃত্যু তিনিজনৰ

ৰঙিয়াত কোভিডত আক্রান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকজন হৈছে ৰঙিয়া বনগাঁও নিবাসী কুশল চৌধুৰী। স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে  কালি অসামৰিক চিকিৎসালয়ত কৰোণাৰ পৰীক্ষা কৰাত তেওঁৰ  শৰীৰত কৰণাৰ সংক্ৰমণ ধৰা পৰিছিল ।পৰিয়ালৰ
Read More...

লাহৰীঘাট পঞ্জাৱ নেশনেল বেংকত গ্ৰাহকৰ প্ৰচণ্ড ভীৰ

 এফালে কৰোনা মহামাৰী ৰোগীৰ  আক্ৰান্ত সংখ্যা দিনক দিনে বৃদ্ধি পাই যোৱাত প্ৰশাসনে বিভিন্ন জৰুৰী আইন বলৱৎ কৰিছে । মাক্স  , ছেনিটাইজাৰ  , সামাজিক দূৰত্ব বজাই ৰখা , সান্ধ্য  আইন বলৱৎ  ইত্যাদিকে আদি কৰি চৰকাৰে কৰোনাৰ বিপক্ষে যুঁজ দি  থকাৰ সময়তে
Read More...

ৰঙিয়াত পথ দুৰ্ঘটনা,নিহত যুৱক

ৰঙিয়াৰ মাজেৰে পাৰ হৈ যোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানা চ'কত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা । গুৱাহাটী অভিমুখিদ্ৰুত বেগী ট‌্ৰেইলাৰ এখনে মহতীয়াই নিয়ে বাজাজ পালচাৰ মটৰ চাইকেল লৈ অহা এগৰাকী স্থানীয় যুৱকক । থিতাতে নিহত হয়
Read More...

আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন,কান্ধত কোৰ লৈ পুৱাই পথাৰলৈ ওলাই যোৱা কাকজানৰ এগৰাকী যুৱতী

কালৰূপী কোৰোণাই দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দৈনিক ক্ষীপ্ৰতাৰে ঊৰ্ধ্বগামী হৈছে কোভিড-১৯ সংক্ৰমণৰ সংখ্যা। এনে জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কোনো কোনো ৰাজ্যই পুনৰ লকডাউন ঘোষণা কৰাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰেও কোভিড নিয়ন্ত্ৰণৰ বাবে কঠোৰ
Read More...