Breaking

Browsing Category

অসম

কপিলী নৈত সন্ধানহীন হোৱা দুয়ো কিশোৰৰ মৃতদেহ উদ্ধাৰ

কপিলী নৈত সন্ধানহীন হোৱা দুয়ো কিশোৰৰ মৃতদেহ উদ্ধাৰ৷ স্থানীয় ৰাইজে অভিযান চলাই উদ্ধাৰ কৰে মৃতদেহ দুয়োটা৷ উদ্ধাৰ হোৱা মৃতদেহ দুটা সঞ্জয় চৌহান (12) আৰু ধনঞ্জয় চৌহান (13)৷ উল্লেখ্য যে তিনি বন্ধু বিয়াৰ বাবে আহিছিল হোজাইৰ 2 নং কানাবালিৰ
Read More...

ডিব্ৰুগড় জিলাৰ নাদুৱা বাইপাছত দুৰ্ঘটনা

ডিব্ৰুগড় জিলাৰ নাদুৱা বাইপাছত ভয়ঙ্কৰ দুৰ্ঘটনা কথমপি প্ৰাণ ৰক্ষা ৬ জন ব্যক্তি ততালিকে উপস্থিত চাবুৱা থানাৰ আৰক্ষী বিষয়া টুলুমনি নেতৃত্বত আৰক্ষী দল জানিব পৰা মতে বিয়া খাই আহি এ এচ 23G 6468 চেন্ট গাঢ়ীখন ডিব্ৰুগড় অভিমুখে তীব্ৰ বেগেৰে
Read More...

জামুগুৰিহাটত এগৰাকী কিশোৰীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱা অভিযুক্তৰ ভাঙিলে ৰাইজে।

জামুগুৰিহাটৰ চামধৰাত উত্তপ্ত পৰিস্থিতি। এগৰাকী ১৫ বছৰীয়া কিশোৰীক দিব্যজ্যোতি নাথ নামৰ এজন যুৱকে বলাৎকাৰৰ চেষ্টা কৰা ঘটনাক লৈ সৃষ্টি হৈছে এই ভয়ানক পৰিস্থিতি। উত্তেজিত ৰাইজে অভিযুক্তক মাৰিবলৈ নাপাই ভাঙিছে ঘৰৰ আচবাৱ।ঘটনাৰ বিৱৰণী অনুযায়ী আজি
Read More...

সঙ্গীত পৰিচালিকা , কণ্ঠশিল্পী , অধ্যাপিকা বিজয়লক্ষ্মী দাসৰ দেহাৱসান ।

সঙ্গীত পৰিচালিকা , কণ্ঠশিল্পী , অধ্যাপিকা বিজয়লক্ষ্মী দাসৰ দেহাৱসান ।তেওঁ " সৰু বোৱাৰী" ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল । ভ্ৰাম্যমাণ থিয়েটাৰতো সঙ্গীত পৰিচালনা কৰিছিল ।
Read More...

ভোটগণনাত জড়িত থাকিবলগীয়া বিষয়া-কৰ্মচাৰীৰ ক’ৰনা টেষ্ট

ক'ভিডৰ ভয়াৱহ সংক্ৰমণৰ মাজতে ২ মে'ত ঘোষণা কৰিব বিধানসভা নিৰ্বাচনৰ ফলাফল। ক'ভিড প্ৰট'কল মানি হ'বলগীয়া ভোটগণনাৰ পূৰ্বে ভোটগণনাৰ সময়ত জড়িত হৈ থাকিবলগীয়া বিষয়া-কৰ্মচাৰী, সংবাদ-মাধ্যম, প্ৰাৰ্থী তথা প্ৰাৰ্থীৰ এজেন্টৰ ক'ভিড টেষ্ট কৰে। ডিব্ৰুগড়
Read More...

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা সহ ট্ৰাক জব্দ

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিয়লি ২ মান বজাত শিমুলটাপুৰ আৰক্ষীয়ে অভিযান চলাই ৩৩ পেকেট গাঞ্জা সহ N L 01K ৩২৯৪ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে ৷ উল্লেখ যে শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল লাল হিলিমচিং এক
Read More...

হোজাই শালবাগান গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এজন যুৱক

হোজাইত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। হোজাই শালবাগান গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এজন যুৱক। উক্ত স্থানত উদ্ধাৰ হয় এখন বাইক। উদ্ধাৰ হোৱা যুৱকজন হোজাই গীতা মন্দিৰৰ সম্ভূ ছেত্ৰী। পিতা চন্দ্ৰ বাহাদুৰ ছেত্ৰী দক্ষিণ হোজাই উচ্চতৰ
Read More...

লোকসংগীতৰ শিল্পী, বিহুৱা ,নামাচাৰ্য টংলাৰ গোপাল ডেকা আৰু নাই

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বালিপাৰা চমুৱাপাৰা গাঁৱৰ এগৰাকী প্ৰতিভাবান লোকসংগীতৰ শিল্পী , বিহুৱা ,নামাচাৰ্য গোপাল ডেকা আৰু নাই। ২৯ এপ্ৰিল বৃহস্পতিবাৰে নিশা ৯-২০ বজাত ওদালগুৰি অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰি বৈকণ্ঠগামী হোৱা
Read More...

নীলবাগান কভিড চেণ্টাৰত প্ৰথম জন কভিড ৰোগীৰ মৃত্যু।

নীলবাগান কভিড চেণ্টাৰত প্ৰথম জন কভিড ৰোগীৰ মৃত্যু। নীলবাগান কভিড কেয়াৰ চেন্টাৰত এজনৰ মৃত্যু ৷ হোজাই জিলাৰ নীলবাগান এম জি মডেল হস্পিতালত কভিড আক্ৰান্ত এজন ৰোগীৰ মৃত্যু ৷ মৃত্যু হোৱা লোকজনৰ নাম দেৱ নাথ (50) নিশা ১২:১৫ বজাত
Read More...