Breaking

Browsing Category

অসম

“বলীয়া বলীয়া” বিহু গীত ইউ টিউব যোগে মুকলি কৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে জামুগুৰিহাটৰ…

জামুগুৰিহাটৰ গেলা হাটিঙাস্থিত মাচান পাৰ্কৰ এক সেউজময় পৰিৱেশত খেৰি দুইতলীয়া গৃহৰ চৌহদত "বলীয়া বলীয়া" বিহু গীত ইউ টিউব যোগে মুকলি কৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে জামুগুৰিহাটৰ গেলা হাটিঙাৰ তিনিজনকৈ উদিয়মান শিল্পী । তেওঁলোকৰ নিজা প্ৰচেষ্টাত এটি
Read More...

চতিয়াত বেচৰকাৰী সংগঠনৰ উদ্যোগত বস্ত্ৰ বিতৰণ।

তিয়াৰ দক্ষিণ অঞ্চলৰ এটা বেচৰকাৰি সংগঠন প্ৰয়াস-এটি প্ৰচেষ্টাৰ উদ্যোগত চতিয়াৰ দক্ষিন অঞ্চলৰ শতাধীক দৰিদ্ৰ পৰিয়ালক ৰমজান মাহত ঈদউল ফিতৰৰ আগে আগে আজি প্ৰদান কৰে বস্ত্ৰ।২০১৯চনত চতিয়াৰ সিপৰীয়া অঞ্চলৰ কেইজনমান শিক্ষিত যুৱকৰ উদ্যোগত গঢ়ি উঠা
Read More...

”অসমত হ’ব মহাজোঁটৰ চৰকাৰ”-জিতেন্দ্ৰ সিঙে:বদৰুদ্দিন আজমলৰ বাসগৃহত মহাজোঁটৰ ৰথী-মহাৰথী

অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’বলৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত আজি সন্ধিয়া হোজাইৰ গোপাল নগৰস্থিত বদৰুদ্দিন আজমলৰ বাসগৃহত মহাজোটৰ শীৰ্ষ নেতাসকলৰ হঠাৎ আগমনক লৈ অসমৰ ৰাজনৈতিক মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বদৰুদ্দিন
Read More...

আজটকৰ জনপ্ৰিয় এংক’ৰ তথা জনপ্ৰিয় সাংবাদিক ৰুহিত চাৰদানাৰ কৰ’নাত আক্ৰান্ত হৈ আজি মৃত্যু ।

আজটকৰ জনপ্ৰিয় এংক'ৰ তথা জনপ্ৰিয় সাংবাদিক ৰুহিত চাৰদানাৰ কৰ'নাত আক্ৰান্ত হৈ আজি মৃত্যু ।
Read More...

পিতৃ হত্যাত অভিযুক্ত দুই পুত্ৰ হাজো আৰক্ষীৰ জালত: ২৪ এপ্ৰিলত কৰিছিল পিতৃহত্যা!

পিতৃক হত্যা কৰাৰ অভিযোগত পলাতক হৈ থকা দুই পুত্ৰক আটক হাজো আৰক্ষীৰ। অভিযোগ অনুসৰি, ২৪ এপ্ৰিল তাৰিখে হাজোৰ দেহৰকুৰিহাত নিচাজাতীয় সামগ্ৰী ক্ৰয় কৰিবৰ বাবে ধন দিবলৈ অমান্তি হোৱাত নিজ পিতৃক হত্যা কৰি পলাতক হৈ আছিল আদিতৰ ৰহমান আৰু আব্দুল কাদিৰ
Read More...

নগাঁৱৰ চকলাঘাটত কৰ’নাত আক্ৰান্ত হৈ নৱ বিবাহিতাৰ মৃত্যু

নগাঁও জিলাত সৃষ্টি হোৱা কৰ’নাৰ জটিল পৰিস্থিতিৰ মাজতে আজি জিলাখনৰ চকলাঘাটত এগৰাকী নৱ বিবাহিতা বোৱাৰীৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ৷ প্ৰাপ্ত খবৰ মতে, চকলাঘাটৰ দৰঙীয়াল গাঁৱৰ যাদৱ ভূঞা নামৰ যুৱকজনৰ নৱ বিৱাহিতা পত্নী বনলক্ষ্মী বৰা(২৮)ৰ বিগত
Read More...

শান্তি নিৱাসৰ অনাথৰ সতে ওপজা দিন উদযাপন প্ৰবীণ খেলুৱৈ জিতেন্দ্ৰ শৰ্মাৰ

মানুহৰ মৰমে দীৰ্ঘ সময় জীয়াই ৰাখে মানুহক" :-: ডাঃ বিপিন চন্দ্ৰ কলিতা। মানুহৰ মৰমে দীৰ্ঘসময় জীয়াই ৰাখিব পাৰে আমাৰ জ্যেষ্ঠ জনক । মানুহ যিহেতু সামাজিক প্ৰাণী সেয়ে সমাজৰ প্ৰতিটো প্ৰজন্মৰ সতে সহাৱস্থান কৰাতো মানৱীয় ধৰ্ম । যিমানেই
Read More...

প্ৰধানমন্ত্ৰী মোডীয়ে ৮০লাখ টকা খৰচ কৰে মেক আপ কৰাৰ নামত? সঁচা নে মিছা? DB FACT CHECK

প্ৰধানমন্ত্ৰী মোডীয়ে ৮০লাখ টকা খৰচ কৰি এগৰাকী মেক আপ আৰ্টিষ্ট লোৱা বুলি অসমৰ বহুতেই ফেচবুকত পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে। ভাইৰেল হৈ পৰিছে। পোষ্টকেইটাত এখন ফটো লগোৱা হৈছে, য'ত এগৰাকী মহিলাই মোডীৰ মুখত মেক আপ সানি থকাৰ দৰে দেখা গৈছে আৰু
Read More...

ব্যক্তিগত চিকিৎসালয়ত এগৰাকী মহিলাই জন্ম দিলে চাৰিটাকৈ সন্তান

বুধবাৰে ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হৈছে এক বিৰল ঘটনা । ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত অৱস্থিত স্বস্তি হাস্পতালত সুপৰ্ণা ঘোষ নামৰ এগৰাকী মহিলাই জন্ম দিয়ে চাৰিটাকৈ সন্তান ।জানিব পৰা মতে এই প্ৰসূতিগৰাকী ধুবুৰী জিলাৰ। তেওঁ
Read More...

সৰুপথাৰত ষ্ট্ৰং ৰুমত নিশা অঘটন। টিঙৰ বেৰা উন্মুক্ত হৈ থকাৰ গুৰুত্বৰ অভিযোগ ।

সৰুপথাৰ ষ্ট্ৰং ৰুমত নিশা অঘটন ষ্ট্ৰং ৰুমৰ বাউণ্ডেৰীৰ এটা অংশৰ টিঙৰ বেৰা উন্মুক্ত হৈ থকাৰ গুৰুত্বৰ অভিযোগ । নিশা প্ৰায় ১. ৩০ মান বজাত সংঘটিত হয় এই ঘটনা । সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ ফালৰ পৰা পোৱা যায় এই টিঙৰ বেৰা খন ।
Read More...