Breaking

Browsing Category

অসম

ভূমিকম্পতে মুখেৰে তেজ ওলাই প্ৰাণ গ’ল নগাঁৱৰ বেবজীয়াৰ ৫০ উৰ্ধৰ মহিলাৰ

কৰোনা মহামাৰীৰ সংহাৰৰ মাজতেই বুধবাৰে পূৱা ভাগত অহা বৰ ভূইঁকপে সমগ্ৰ ৰাজ্যজুৰি বিস্তৰ ক্ষতিসাধন কৰা লগতে শংকিত কৰি তোলে ৰাজ্যবাসীক।সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বিভিন্ন স্থানতো ভূপিকম্প‌ই যথেষ্ট ক্ষতি সাধন কৰে।ইপিনে এইভূমিকম্পতে প্ৰাণ গল
Read More...

মাটি ফাটি পানী ওলোৱাত টংলাত আতংক

আজি ৰাতিপুৱা পূৱা ৭:৫৩ মিনিটত অহা ভয়ংকৰ ভূমিকম্পৰ জোকাৰণীয়ে সমগ্ৰ ৰাজ্যত তীব্ৰ আতংক সৃষ্টি কৰে।ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বহু অঞ্চলত বহু লোকৰ পকী ঘৰৰ বেৰ, গ্লাছ, ভাঙি যোৱাৰ লগতে বটাবাৰী গাওঁৰ খৈৰাপাৰা চুবাৰ সমীপত আজি অহা ভূমিকম্পৰ
Read More...

ভূঁইকম্পৰ ফলত নগাঁৱত বিস্তৰ ক্ষতি সাধন

বুধবাৰে হোৱা ভূঁইকম্পৰ ফলত নগাঁৱত বিস্তৰ ক্ষতি সাধন। নগাওঁ চহৰৰ কাঠমিল চাৰিআলিত দুটাকৈ বাসগৃহত সৃষ্টি হয় বৃহৎ ফাটৰ লগতে বাসগৃহ দুটা বেঁকা হৈ ঢলি পৰে। https://www.youtube.com/watch?v=isoB5mzl_Nw
Read More...

তামুলপুৰত ভূমিকম্প জোকাৰিৰ ফলত হাহাকাটা- বালাবাৰীত প্ৰকাণ্ড ফাট।

তামুলপুৰত ভূমিকম্প জোকাৰিৰ ফলত হাহাকাটা- বালাবাৰীত প্ৰকাণ্ড ফাট। পাগলাদিয়া নদীৰ দলঙৰ দুই ফালে পথত প্ৰকাণ্ড ফাট। মাটি ফুটি ওলাইছে পানী আৰু বালি। হাহকাটা বালাবাৰীৰ তপন তালুকদাৰৰ গৃহতো প্ৰকাণ্ড ফাট। শংকিত সমগ্র অঞ্চল বাসী।
Read More...

ডিব্ৰুগড়ত ভয়াবহ অগ্নিকাণ্ড

ডিব্ৰুগড়ত ভয়াবহ অগ্নিকাণ্ড। বহু দোকান জুইত জাহ। ডিব্ৰুগড় কল ৰোডত অগ্নি কাণ্ড। MD ইডৰিছ, MDহাকিম, সংগীত, K.K ইলেকট্ৰিক আদিকে কৰি বহু কেইটা বাস গৃহ সম্পূৰ্ণ ৰূপে ভস্মিভূত। অগ্নি নিবাপিন বাহিনী চেষ্টা জুই নুমোৱা। বৰ্তমনলৈকে কমা নাই
Read More...

চাবুৱাত লোহমৰ্ষক হত্যাকাণ্ড:স্বামীয়ে চোকা অস্ত্ৰৰে হানি হত্যা কৰিলে পত্নীক:আক্ৰমণ কৰিলে দুবছৰীয়া…

মঙ্গলবাৰে নিশা চাবুৱাত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড । স্বামীয়ে চোকা অস্ত্ৰৰে হানি খুঁচি হত্যা কৰিলে পত্নীক। আনকি চোকা অস্ত্ৰৰে খুচি আহত কৰিলে নিজ দুবছৰীয়া কণমানি কন্যা পৰিস্মিতা নায়কক। ঘটনাৰ স্হান চাবুৱাৰ নেপালীপট্টি।জানিব পৰামতে
Read More...

”যোগান বিভাগৰ অকালমৃত্যু”:অসম জাতীয় পৰিষদৰ দ্বাৰা যোগান বিভাগৰ শৱযাত্ৰা আৰু ব্ৰহ্মপুত্ৰত…

ক’ভিড্ মহামাৰীৰ এই বিভীষিকাময় সময়ছোৱাত ভূতৰ ওপৰত দানহ পৰাদি অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ অতিপাত মূল্যবৃদ্ধিয়ে জনসাধাৰণক চাৰিওফালৰ পৰা টেঁটুত চেপা দি ধৰিছে ৷ এফালে ক'ভিদ আতংক আনফালে বজাৰত বস্তুৰ জুইছাই দাম, ফলত জনসাধাৰণৰ নাজল-নাথল
Read More...

হোজাই ভয়ংকৰ অঘটন৷ কাম কৰি থকাৰ সময়তে ঘৰৰ চাঁদ ভাগি থিতাতে মৃত্যু শ্রমিকৰ

হোজাই সংঘটিত ভয়ংকৰ অঘটন৷ হোজাই চহৰৰ কালীবাৰীত এজন শ্রমিকৰ মৃত্যু। কাম কৰি থকাৰ সময়তে ঘৰৰ চাঁদ ভাগি আবদ্ধ হৈ থিতাতে মৃত্যু হয় মিথুন মণ্ডল নামৰ যুৱক। কালিবাৰীৰ বিজয় দেৱনাথৰ গৃহত সংঘটিত হৈছে এই ঘটনা৷ বিজয় দেৱনাথে এমাহ পূৰ্বে দিয়া
Read More...

কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছৰ তেলে দেহত অক্সিজেনৰ পৰিমান বৃদ্ধি কৰে? সচা নে মিছা? DB FACTCHECK

কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছৰ তেলে অক্সিজেনৰ পৰিমান বৃদ্ধি কৰাৰ কোনো বৈজ্ঞানীক প্ৰমান নাই। দাবীটোৰ সত্যতা জানিবলৈ আমি আমি চৰকাৰ তথা বিশ্ব স্বাস্থ্য সংস্থাই ভাইৰেল দাবীটোৰ দৰে তেনেকুৱা কোনো নিয়ম ঘোষণা কৰিছে নেকি চালো। আমি এই সম্পৰ্কত
Read More...