Breaking

Browsing Category

অসম

ডিব্ৰুগড়ত এক জঘণ্য কাণ্ড: নাবালিকাক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগ আফজল আনচাৰীৰ বিৰুদ্ধে।

ডিব্ৰুগড়ত সংঘটিত হৈছে এক জঘণ্য কাণ্ড। এগৰাকী নাবালিকাক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ অভিযোগ আফজল আনচাৰীৰ বিৰুদ্ধে। ডিব্ৰুগড়ৰ চাউলখোৱাৰ ঘৰবন্দীচুকৰ জৰুৱা গাঁৱৰ এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। অঞ্চলটোৰ আফজল আনচাৰী
Read More...

নগাঁৱত পুনৰ আজিৰ দিনটোত ১২৩ গৰাকী লোক আক্ৰান্ত ক’ৰোণাত

নগাঁৱত  পুনৰ আজিৰ দিনটোত ১২৩ গৰাকী লোক আক্ৰান্ত ক'ৰোণাত# দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰোণাৰ সংক্ৰমণ:সৰ্বমুঠ ৫৭০ আক্ৰান্ত কোভিড ১৯ৰ দ্বিতীয় লহৰে এতিয়া সমগ্ৰ  নগাঁও জিলাত এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে।প্ৰতিদিনে নগাঁও জিলাত দ্ৰুত গতিত
Read More...

লামডিং ৰঙালী বিহু স্থলী পৰিণত হ’ল সমন্নয় স্থলীলৈ ৷

লামডিং ৰঙালী বিহু স্থলী পৰিণত হ’ল সমন্নয় স্থলীলৈ ৷ বিহুত প্ৰদৰ্শন হ’ল বিহু, ঝুমুৰ, বাৰেৰহণীয়া সাংস্কৃতিক নৃত্য ৷ বিহু অনুস্থিত হোৱা বিহুত মাক্স, চেনিটাইজাৰ ব্যবহাৰ কৰি বিহু উদযাপন কৰা হ’য় ৷ সমগ্ৰ ৰাজ্যত ব্যাপক হাৰত কৰু’ণাৰ সংশাৰী ৰূপে
Read More...

আলফা স্বাধীনৰ বিত্ত সম্পাদক জীৱন অসমক অব্যাহতি

আলফা স্বাধীনৰ বিত্ত সম্পাদক মেজৰ জেনেৰেল জীৱন অসমক (গুণত ডাঙৰীয়া) স্বাস্থ্য আৰু প্ৰতিকূল অৱস্থানত সু-স্বাস্থ্য চিকিৎসা অভাৱৰ বাবে ঘৰলৈ গৈ উন্নত চিকিৎসাৰ আৰু বাকী কালছোৱা পৰিয়ালৰ মাজত কটোৱাৰ মনোবাঞ্ছাক গ্ৰাহ্য কৰি ২৫ এপ্ৰিলৰ পৰা কাৰ্যকৰী
Read More...

বয়োজ্যেষ্ঠ জনক সান্নিধ্যৰে ব্যতিক্ৰমী সম্বৰ্ধনা হাতীগাঁও বিকাশ মঞ্চৰ

বাৰ্ধক্য আৰু শাৰিৰীক অসুস্থতাজনিত কাৰণত গৃহবন্দী হৈ একাকীত্বৰে দিন পাৰ কৰা লোকক কিছুসময়ৰ সৰব সান্নিধ্যৰে সাহচাৰ্য দিবৰ প্ৰচেষ্টাৰে মহানগৰীৰ হাতীগাঁও বিকাশ মঞ্চ নামৰ অনুষ্ঠানটোৱে এইবেলি বিহুৰ সময়ত এক বিশেষ উদ্যোগ হাতত লয়। হাতীগাঁও বিকাশ
Read More...

ক’ৰনা সংক্ৰমণৰ বাবেই ৩৩ সংখ্যক মৰিগাঁও নগৰ বিহু উৎসৱ স্থগিত

ঐতিহ্যমণ্ডিত মৰিগাঁও ৰজাগাঁৱৰ আহঁততলিত আজিয়ে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা ৩৩ সংখ্যক মৰিগাঁও নগৰ বিহু সন্মিলনৰ ৰঙালী বিহু উৎসৱটি সাম্প্ৰতিক ক'ৰোণা পৰিস্থিতিৰ বাবে সাময়িক ভাৱে স্থগিত ৰখা হৈছে।আজি ২৫ আৰু ২৬ এপ্ৰিলত দুদিনীয়া বৃস্তিত
Read More...

হোজাইৰ মোৰাঝাৰত মাছ চুৰিক লৈ চাঞ্চল্য।

মোৰাঝাৰৰ বুৰুঙাতলিত সংঘটিত হয় এই মাছ চুৰিৰ ঘটনা। মীন পালনৰ ফিচাৰীৰ পৰা প্ৰায় ডেৰ লাখ টকাৰ মাছৰ পোনা চুৰি হোৱাৰ অভিযোগ উত্থাপিত কৰি চুফিয়ান আহমেদ নামৰ লোকজনে মোৰাঝাৰ আৰক্ষীত এজাহাৰ দাখিল কৰিছে। ভুক্তভোগীৰ অভিযোগ অনুসৰি পাচঁ লাখ
Read More...

হোমেন বৰগোহাঞি কোভিড আক্ৰান্ত।

প্ৰতিথযশা সাহিত্যিক,সাংবাদিক হোমেন বৰগোহাঞি কোভিড আক্ৰান্ত। গুৱাহাটী মেডিকেল।কলেজৰ হাস্পতালৰ প্ৰথম মহলাৰ বিশেষ কেবিনত চিকিৎসা আৰম্ভ। কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে ইতিমধ্যে তৎপৰতাৰে চিকিৎসা আৰম্ভ কৰিছে হোমেন বৰগোহাঞিৰ। আমি দৈনন্দিন বাৰ্তা
Read More...

হোজাইত বাহিৰৰ যুৱতী আনি অনৈতিক কাৰ্য্যকলাপ চলি থকাৰ অভিযোগ।হাতে-লোটে ধৰা পেলায় স্থানীয় ব্যৱসায়ীয়ে

হোজাইত পুৰণা বজাৰত উত্তপ্ত পৰিস্থিতি। দোকানৰ ভিতৰত দীৰ্ঘদিন ধৰি অনৈতিক কাৰ্য্যকলপা চলি থকা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ। পুৰণা বজাৰৰ এইখন দুই মহলীয়া গেলামাল দোকান। এই খন গেলামাল দোকানৰ ভিতৰত প্ৰায়ে বাহিৰৰ পৰা যুৱতী আনি অনৈতিক
Read More...

১০০ টকাৰ বিনিময়ত কৰোনা টেষ্ট নকৰাকৈ দিলে নিগেটিভ ৰিজাল্ট।

শোনিতপুৰৰ চাৰিদুৱাৰত ভয়ংকৰ ঘটনা। চাৰিদুৱাৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। ১০০ টকাৰ বিনিময়ত কৰোনা টেষ্ট নকৰাকৈ দিলে নিগেটিভ ৰিজাল্ট। চাৰিদুৱাৰ চিকিৎসালয়ত চলি আছিল কৰোনাৰ RAT টেষ্ট। স্থানীয় ৰাইজৰ তৎপৰাতত ধৰা
Read More...