Breaking

Browsing Category

অসম

কন্ঠশিল্পী ভিতালী দাসলৈ ‘বিৰিণা গোষ্ঠী অসম’ ৰ শ্ৰদ্ধাঞ্জলি

ৰাজ্য তথা দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে বুধবাৰে বিয়লি কৰোনাত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুৱালে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাসে । ভিতালী দাসৰ অকাল বিয়োগত সাংস্কৃতিক কৰ্মীসকলৰ লগতে সৰ্বসাধাৰণ লোক শোকত ম্ৰিয়মান হৈ
Read More...

অসমৰ বাবে ভয়ানক খবৰ । ৰঙিয়াত কৰা নহ’ল COVID TEST

ৰঙিয়া ৰেল ষ্টেচনত শুক্ৰবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক ভয়ানক ঘটনা। কৰণা টেষ্টৰ বাবে ব্যৱস্থা থাকিও এখন ট্ৰেনৰ যাত্ৰীক কৰা নহল কৰণা টেষ্ট । স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সময়মতে উপস্থিত নোহোৱাত এই ভয়ানক কাণ্ডটো সংঘটিত হয় ৰঙিয়া ৰেল ষ্টেচনত ।
Read More...

নলবাৰীৰ নোনাৰ পাৰত গঢ়ি উঠিছে চুপাৰি উদ্যোগ: পাঁচখন জিলাত বৃহৎ বজাৰ বহুৱাইছে নুৰুল ইছলামে

স্বাধীনোত্তৰ কালৰে পৰা নলবাৰী জিলাৰ বৰাজোল অঞ্চলৰ বিভিন্ন ঠাইৰ ৰাস্তাঘাটৰ কোনো উন্নয়ন দেখা নগ'ল। অতি ঘন জনবসতিপূৰ্ণ এই বৃহত্তৰ অঞ্চলৰ ৰাইজক জনপ্ৰতিনিধিসকলে কেৱল নিৰ্বাচনৰ সময়তহে দেখা কৰে। প্ৰতিশ্ৰুতিৰ বন্যাৰে ডিঙি ফুলাই ভাষণ দি আভুৱা ভাৰি
Read More...

নলবাৰীত মটৰ শ্ৰমিক সংগঠনৰ উদ্যোগত শ্ৰমিকৰ মাজত মাস্ক-চাবোন বিতৰণ

ক'ভিড অতিমাৰীৰ ক্ষেত্ৰত সজাগ কৰা আৰু কোৰোনা সংক্ৰমণৰ পৰা ৰক্ষা পৰাৰ বাবে আজি নলবাৰীত তিনিটা মটৰ শ্ৰমিক সংগঠনে বিশেষ উদ্যোগ গ্ৰহণ কৰে। সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক সন্থাৰ নলবাৰী জিলাৰ সমিতিৰ সভাপতি সীমান্ত দাস,কাৰ্যকৰী সভাপতি শৈলেন গোস্বামী,
Read More...

মৰাণৰ জকাই চেঁচা দলংৰ তলত পানীত উপঙি থকা অৱস্থাত এটা মৃতদেহ

ডিব্ৰুগড় জিলাৰ মানকটা পথৰ ওপৰত থকা জকাই চেঁচা দলংৰ তলত পানীত উপঙি আছে এটা মৃতদেহ। ৰঙা স্পৰ্তিং পৰিধান যুক্ত মৃতদেহটো কৰ হয় বৰ্তমান পৰ্যন্ত কোনো শুংসূত্ৰ পোৱা নাই। বৰ্তমানৰ লৈকে মৃতদেহটো উদ্ধাৰৰ বাবে জিলা প্ৰশাসনৰ কোনো লোক ঘটনাস্থলীত
Read More...

কঠোৰ দঃশালমাৰা মানকাচৰ জিলা প্ৰশাসন: চৰকাৰে দিয়া COVID প্ৰট’কল নামানিলে শাস্তি

সমগ্ৰ বিশ্বতে মহামাৰী ক'ৰোণাৰ ভাইৰাজ যি হাৰত বৃদ্ধি পাবলৈ ধৰিছে ঠিক সেই ভাবেই অসম ৰাজ্যৰ বিভিন্ন জিলাত দিনক দিনে কৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত চৰকাৰ তথা ৰাজ্যৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে
Read More...

কভি’ড বিধি নামানি জামুগুৰিহাটত একাংশ টিঘিলঘিলনি

কভি'ডৰ দ্বিতীয়টো লহৰে জামুগুৰিহাটো সংহাৰ ৰূপ ধাৰণ কৰিছে যদিও অসম চৰকাৰ তথা স্বাস্থ্য বিভাগৰ ফালৰ পৰা জাৰি কৰা নতুন নিদেৰ্শনা সমূহ এতিয়াও পালন কৰা নাই একাংশ লোকে। জিলা প্ৰশাসনৰ এই নীতি নিয়ম সমুহৰ প্ৰতি যেন জামুগুৰিহাটো একাংশ লোকে আংগুষ্ঠ
Read More...

হোজাই জিলাত কৰণাত আক্ৰান্তৰ সংখ্যা ১৯৩ জনলৈ বৃদ্ধি, ৩ জনৰ মৃত্যু

ৰাজ্যত কভিড-১৯ মহামাৰীৰ প্ৰকোপ দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো দ্ৰুত গতিত বৃদ্ধি পাইছে কভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ আজিও জিলা খনত ৩৬ জন কভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে ।সম্প্ৰতি হোজাই জিলাত কভিড আক্ৰান্ত ৰোগীৰ
Read More...

হোজাই নীলবাগানত ভয়ংকৰ দুৰ্ঘটনা:বিলাসী বাহন চূৰ্ণ বিচূৰ্ণ। চালক আহত

হোজাই জিলাৰ নীলবাগানত ভয়ংকৰ পথ দূৰ্ঘটনাত বহি ৰাজ্যৰ এখন বিলাসী বাহন চূৰ্ণ বিচূৰ্ণ হোৱাৰ লগতে চালক আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে গুৱাহাটীৰ পৰা আহি থকা NL 07 CA 0973 নম্বৰৰ
Read More...

পৰীক্ষা হয় বাতিল কৰক নহয় স্থগিত ৰাখক:সৰুপথাৰ মহাবিদ্যলয়ত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

সৰুপথাৰ মহাবিদ্যালয়ত প্ৰতিবাদ ।কৰোণাৰ দ্বিতীয়তো ঢৌত স্তব্ধমান দেশবাসীৰ লগতে ৰাজ্যবাসী। ব্যাপক হাৰত বৃদ্ধি হৈছে কৰ'ণা ৰোগীৰ সংখ্যা। সকলো জনগণৰ লগতে গভীৰ ভাৱে চিন্তিত হৈ পৰিছে ছাত্ৰ সমাজ। শংকিত হৈ পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ
Read More...