Breaking

Browsing Category

অসম

বাক্সাত ইভিএম মেচিন কাৰ্যক্ষম কৰণৰ প্ৰক্ৰিয়া আৰম্ভ

আজিৰে পৰা বাক্সা জিলাৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আগন্তুক বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ইভিএম মেচিন কাৰ্যক্ষম কৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । বাক্সা জিলাৰ উপায়ুক্ত তথা ৰিটাৰ্নিং বিষয়া ৰঞ্জন শৰ্মাই সংবাদ
Read More...

মালিবাৰীত টেম্পো ভৰ্তি চোৰাং পেট্ৰল জব্দ

কামৰূপ জিলাৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মালিবাৰীত যোৱা নিশা টেম্পো ভৰ্ত্তি চোৰাং পেট্ৰল জব্দ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে নিশা প্ৰায় ১০ মান বজাত এছ১৮এচি০৯৯২ নম্বৰৰ পেট্ৰল ভৰ্তি টেম্পো এখন
Read More...

গোলাঘাট বিধান সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ২৮৮ টা ভোটগ্ৰহণ কেন্দ্ৰ

কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু গোলাঘাট জিলা প্ৰশাসন ।ইতিমধ্যে নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং অফিচাৰ , পুলিং অফিচাৰ সকল । গোলাঘাটৰ আবাসিক ছোৱালী পলিটেকনিকৰ পৰা যাত্ৰা আৰম্ভ নিৰ্বাচনৰ দায়িত্বত নিয়োজিত
Read More...

ৰঙিয়াত ব্যপক প্ৰচাৰ মন্ত্ৰী ভবেশ কলিতাৰ

৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী তথা মন্ত্ৰী ভবেশ কলিতাই সমষ্টিটোৰ ইমূৰৰ পৰা সিমুৰলৈ গাৱে-ভূঞে ব্যপক নিৰ্বাচনী প্ৰচাৰ অব্যহত ৰাখিছে। নিৰ্বাচনী সভাত অংশলৈ বিজেপিয়ে আলী কুলিৰ ৰাজনীতি নকৰে বুলি সদম্ভে ঘোষণা কৰে মন্ত্ৰী
Read More...

সাংবাদিক, লেখক অনিল ধাৰ্কাৰৰ ৭৪ বছৰ বয়সত মৃত্যু

সাংবাদিক, লেখক অনিল ধাৰ্কাৰৰ ৭৪ বছৰ বয়সত মৃত্যু । মুম্বাই আনতৰজাতিক সাহিত্য উৎসৱৰ প্ৰতিষ্ঠাপক আৰু পৰিচালকৰ লগতে টাটা সাহিত্য লাইভৰ সৈতে জড়িত ধৰ্কাৰ কাৰ্ডিয়াকৰ সমস্যাত বহুদিন যুঁজি আছিল।
Read More...

প্লধানমন্ত্ৰী মোদীৰ বিশেষ ভ্ৰমণ : শ্বেখ হাছিনাৰ মোদীক স্বাগতম ঢাকা বিমানবন্দৰত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয় শুকুৰবাৰে মুজিব বৰশ্বো আৰু ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণৰ বাবে গৈ ঢাকা বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ফুলৰ তোৰাৰে আদৰণি জনায় । বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক বাংলাদেশ
Read More...

দেৰগাঁৱৰ উপকন্ঠ ইপৰীয়াত মৃতদেহ উদ্ধাৰ : হত্যা কৰি পেলাই থোৱাৰ সন্দেহ

দেৰগাঁৱৰ উপকন্ঠ ইপৰীয়াত আজি পুৱা এটি মৃতদেহ উদ্ধাৰ হয় ।স্থানীয় ৰাইজে পুৱা পথৰ দাতিত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে ।চকু, ডিঙিৰ লগতে শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ স্পষ্ট চিন থকালৈ চাই কোনোবাই হত্যা কৰি পেলাই থোৱা যোৱাৰ সন্দেহ কৰিছে
Read More...

হােজাই নির্বাচনী জিলাত ড্রাই দে ঘােষণা

সমাগত অসম বিধানসভা নির্বাচন-২০২১ হােজাই নির্বাচনী জিলাত স্বচ্ছ, নিৰপেক্ষ আৰু শান্তিপূর্ণভাবে অনুষ্ঠিত কৰাৰ প্রতি লক্ষ্য ৰাখি হােজাই জিলাৰ জিলা দণ্ডাধীশে এক আদেশযােগে সমগ্র হােজাই জিলাতে প্রযােজ্য হােৱাকৈ ৩০ মার্চৰ সন্ধিয়া ৬.০০ বজাৰ পৰা ০১
Read More...

৫০হাজাৰ টকাৰ অধিক টকা যান বাহনত নিদিবলৈ আহ্বান

ওদালগুৰি জিলা নিৰ্বাচনী বিষয়াই ৬৪ নং পানেৰী, ৬৯ নং ওদালগুৰি (অঃসুঃজঃজাঃ) আৰু ৭০নং  মাজবাট জিলাৰ তিনি বিধানসভা সমষ্টিৰ সাধাৰণ জনতা তথা ভোটাৰ সকলক আহ্বান জনাইছে যে, ভাৰতীয় নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষনা কৰাৰ লগতে
Read More...

এটা অপৰাধৰ পৰা মুক্তি পোৱা অভিযুক্ত লোকসকলক ব্যক্তিগত জামিনত মুকলি কৰি দিব পাৰে- গুৱাহাটী উচ্চ…

জামিনত থকা অপৰাধৰ পৰা মুক্তি পোৱা আৰু কাৰাগাৰত থকা অভিযুক্ত লোকসকলক তেওঁলোকৰ ব্যক্তিগত জামিনত মুকলি কৰি দিয়া হ'ব পাৰে। এই কথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা বিজ্ঞপ্তিত প্ৰকাশ কৰা হয় ।
Read More...