Breaking

Browsing Category

অসম

উত্তৰ কোৰিয়াই জাপানৰ সমীপৰ সাগৰত পৰীক্ষণ কৰে দুটাকৈ ব্যালিষ্টিক মিছাইল

জাপানৰ সমীপৰ সাগৰত দুটাকৈ ব্যালিষ্টিক মিছাইলৰ পৰীক্ষণ কৰে উত্তৰ কোৰিয়াই । জাপানৰ প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে এই কথা অৱগত কৰে। তেওঁ লগতে কয় যে, এইক্ষেত্ৰত মানুহৰ জীৱন আৰু সুৰক্ষিত কৰাৰ ক্ষেত্ৰত পৰিস্থিতি সম্পূৰ্ণ নিৰীক্ষণ কৰি থকা হৈছে।
Read More...

ৰাজ্যক সুৰক্ষিত কৰিবলৈ হলে ৰাজনৈতিক ভাবে সুৰক্ষিত হব লাগিব : ভুৱনেশ্বৰ কলিতা

অসমৰ কেবাটাও মুল সমস্যা চিহ্নিত কৰি আৰু এইবোৰ সমাধানৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে বিধান সভাৰ নিৰ্বাচনৰ বাবে যুগুতাই উলিয়াছে এখন সংকল্প পত্ৰ৷আজি এই  উদ্দেশ্য পাঠশালাৰ বজালী বিজেপিৰ জিলা  সমিতিৰ কাৰ্যালয়ত আয়োজন এখন সংবাদ মেলত এই কথা সদৰি
Read More...

বটদ্ৰৱাত আঙুৰলতাৰ হৈ শেষ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

পদুলি মুখত বিধানসভা নিৰ্বাচন । আজি প্ৰথম পৰ্যায়ৰ  নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন । সমষ্টিয়ে সমষ্টিয়ে চলিছে নিৰ্বাচনীৰ শেষ প্ৰচাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে পুনৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিলে বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাই । ৮৪
Read More...

আজি শেষ হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচন কেম্পেইনিং

অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ আজি আবেলি ৬ বজাত শেষ হ'ব। ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নিৰ্দেশনা অনুসৰি এলএচিত নিৰ্বাচন আৰম্ভ হোৱাৰ ৪৮ ঘণ্টা আগতে এটা সমষ্টিত প্ৰচাৰ সমাপ্ত হয়।
Read More...

ছয়গাঁওত শ্যামল দত্তৰ প্ৰচাৰ তুংগত : শংকিত কৰি তুলিছে মিত্ৰজোঁট আৰু মহাজোটৰ প্ৰাৰ্থীক

সম্প্ৰতি কামৰূপ জিলাত নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰিছে ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থীয়ে। এই ক্ষেত্ৰত জিলা খনৰ ৪৯ নং ছয়গাঁও বিধানসভা সমষ্টিত স্বচ্ছ আৰু নিকা প্ৰশাসনৰ শ্লোগানেৰে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী শ্যামল
Read More...

শিৱসাগৰত অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ : বহু হাজাৰ সমৰ্থকৰ

অখিল গগৈৰ প্ৰতিকৃতি সন্মুখত লৈ শিৱসাগৰ সমষ্টিত বিশাল ৰেলী সমৰ্থকৰ । অখিলৰ মাতৃ প্ৰিয়দা গগৈ, অখিলৰ ভগ্নী, সমাজ কৰ্মী মেধা পাটকাৰৰ লগতে বহু ৰাষ্ট্ৰীয় নেতাই এই ৰেলীত অংশগ্ৰহন কৰে শিৱসাগৰত অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সমৰ্থকৰ । এক বৃহৎ ৰেলী
Read More...

শুৱালকুছিত কা বাতিলৰ দাবীত কামৰূপৰ আছুৰ এঘাৰ ঘন্টীয়া অনশন

ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা  বিৰোধী আন্দোলন ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই শুৱালকুছি বস্ত্ৰ উদ্যানৰ সম্মুখত ৰাতিপুৱা ৬ বজাৰ পৰা আবেলি ৫ বজালৈ এঘাৰ ঘন্টীয়া
Read More...

COVID-19 fW অধিসূচনাৰ পিছত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ৰাজ্যত হোলী : ৰঙালী বিহু আদি উদ্‌যাপন কৰাৰ…

ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে আগন্তুক উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ।হোলী, বিহু, ঈদ-উল-ফিটৰ আদি উৎসৱত জনসমাগমৰ অনুমতি নিদিবলৈ পৰামৰ্শ দিছিল স্বাস্থ্য মন্ত্ৰণালয়ে ।
Read More...

ছয়গাঁৱত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনাৰ উদ্ভব : দুই ফৈদৰ মাজত তুমুল কাজিয়া

ৰাজ্যত হবলগীয়া তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠাৰ মূহুৰ্তত ৪৯নং ছয়গাঁও বিধান সভা সমষ্টিত দুই ৰাজনৈতিক দলৰ সমৰ্থকৰ কাজিয়াই চকু কপালত তুলিছে খোদ সাধাৰণ ভোটাৰ ৰাইজৰ ।কিয়নো সমষ্টিটোত দুই প্ৰধান প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী
Read More...

এয়া কংগ্ৰেছৰ মহাজোঁট নহয় মহাজঁট : প্ৰধানমন্ত্ৰী মোদী

এয়া কংগ্ৰেছৰ মহাজোঁট নহয় মহাজঁট : নৰেন্দ্ৰ মোদী । কংগ্ৰেছক ইতিকিং কৰি লখিমপুৰৰ বিহপুৰীয়াত এক নিৰ্বাচনী সমদলত প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । লগতে মোদীয়ে কংগ্ৰেছক অসমৰ থলুৱা লোকসকলৰ প্ৰতি বৈষম্য কৰা বুলিও অভিযোগ
Read More...