Breaking

Browsing Category

অসম

বকোত দ্বিতীয় বাৰৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব নন্দিতা দাসকনগৰবেৰাত উষ্ম আদৰণি দলীয় কৰ্মী –…

বকো বিধানসভা সমষ্টিত কংগ্ৰেছযে বিধায়িকা নন্দিতা দাসক পুনৰ প্ৰাৰ্থীত্ব প্ৰদান কৰাত সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী-সমৰ্থকসকল উৎফুল্লিত হৈ পৰিছে। প্ৰাৰ্থীত্ব লাভ কৰি কালি নন্দিতা দাসে সমষ্টিটোৰ ছমৰীয়া ব্লক কংগ্ৰেছ এলেকাত প্ৰবেশৰ  লগে লগে কংগ্ৰেছৰ
Read More...

ডিব্ৰুগড় দুৰদৰ্শনত ডিমৌৰ পুষ্পাঞ্জলী নাট্য গোষ্ঠীৰ ‘যশোদা’ নাটক সম্পচাৰ

সমাজত ঘটি থকা সন্ত্ৰাসবাদ, মদ ভাঙ, জোৱাৰ অপকাৰিতা, প্ৰদুষণ নিয়ন্ত্রণ কৰা, ডাইনী হত্যা, অন্ধ বিশ্বাস, তুলি লোৱা সন্তানক লৈ ভুল বুজা-বুজি আদি বিভিন্ন দিশ সামৰি অলপতে ডিব্ৰুগড় দুৰদৰ্শনত ডিমৌৰ অন্যতম পুষ্পাঞ্জলী নাট্য গোষ্ঠীৰ  'যশোদা' নামৰ
Read More...

দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনত হোজাইৰ তিনিটা সমষ্টিত মুঠ ২৬ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৬৯০৩০৭ জন…

দ্বিতীয় পৰ্য্যায়ত ১ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচন-২০২১ত হোজাই জিলাৰ তিনিটা সমষ্টিত মুঠ ২৬ জন প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে৷ ইয়াৰে ৯০ নং যমুনামুখ বিধানসভা সমষ্টিত মুঠ ১৬ জন প্ৰাৰ্থী ক্ৰমে ছিৰাজুদ্দিন আজমল (
Read More...

বাবা চাহেব ড°বি.আৰ. আম্বেদকাৰ নেচনেল ফেল’শ্বিপ এৱাৰ্ড প্ৰদান

ভাৰতীয় দলিত সাহিত্য অকাডেমীয়ে "বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ নেচনেল ফেল'শ্বিপ এৱাৰ্ড ২০২০" গুৱাহাটীৰ নীলাঞ্জনা শৰ্মা বৰুৱা,দিশপুৰ লখিমী নগৰৰ বৰ্ণালী দাস, গোৱালপাৰাৰ শংকৰ নগৰৰ জয়ন্ত দাস,যোৰহাটৰ চোলাধৰা সুৱাগপুৰৰ অনিমা নেওগ, ম'হবন্ধা
Read More...

প্ৰতিভাধৰ ২১ বছৰীয়া যুৱক জনক জীয়াই তুলিবলৈ আপোনাৰ অকণমান সহায়ৰ প্ৰয়োজন

নাটক কৰি ভাল পোৱা লৰাটো মঞ্চত অভিনয়ৰ মাজেৰে জীৱনৰ সপোন ৰচিব খোজা লৰাটো অংশুপ্ৰতীম শইকীয়া ৷ হয়তু বহুতৰে চিনাকি নাম হৈ পৰিছিল অংশুপ্ৰতীম । হঠাৎ ২১ বছৰীয়া অংশুপ্ৰতীমৰ জীৱনলৈ নামি অহা কাল অমানিশাই তেওঁৰ পিতৃ মাতৃৰ লগতে দুখীয়া পৰিয়াল টিক
Read More...

নগৰবেৰাৰ মালঞ্চাত ৪০ সংখ্যক সাৰ্বজনীন পালনাম মহোৎসৱ আয়োজন

কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত সত্ৰগ্ৰাম মালঞ্চাত ২০ ,২১ আৰু ২২ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য ধৰ্মীয় কাৰ্যসূচীৰে সাৰ্ব্বজনীন পালনাম মহোৎসৱৰ আয়োজন কৰা হৈছে। মালঞ্চা জগন্নাথ মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিতব্য পালনাম মহোৎসৱৰ
Read More...

গীতা-ববিতাৰ ভগ্নী ৰিতিকা ফোগাতৰ আকিস্মক মৃত্যু

কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী গীতা ফোগাত আৰু ববিতা ফোগাতৰ খুড়া ছোৱালী (ভনী) ৰিতিকা ফোগাতৰ মৃত্যু হৈছে। আজি এই খবৰ টুইটযোগে নিশ্চিত কৰে দুই ভগ্নীয়ে। খবৰ অনুসৰি ১৭ বছৰীয়া ৰিতিকা যোৱা সপ্তাহত ভাৰতপুৰত এখন কুস্তি প্ৰতিযোগিতাত প্ৰতিদ্বন্দিতা
Read More...

২,১০,২৩২ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৰহা সমষ্টিৰ ৭ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত

বিগত পাঁচটা বছৰে বিজেপিৰ দখলত থকা নগাঁও জিলাৰ ৮২ নং ৰহা বিধানসভা সমষ্টিত বৰ্তমান নিৰ্বাচনী প্ৰচাৰ অভিযান অতিকৈ তুংগত উঠা দেখিবলৈ পোবা গৈছে ৷ ১ এপ্ৰিলত হব লগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মধ্য অসমৰ নগাঁও জিলাৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি
Read More...

বকতাত অ’এনজিচিৰ ভয়ানক প্ৰদুষণ : মুগা পালকৰ চুমনিৰ মুগা গছতে মৰিছে

শিৱসাগৰ জিলাৰ অ'এনজিচিৰ উত্তৰ-পৰীয়া তৈল ক্ষেত্ৰৰ অন্তৰ্গত বকতাৰ বিভিন্ন এলেকাত বহু মুগা পালকে অতীজৰ পৰাই পৰম্পৰাগতভাৱে মুগা পালন কৰি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে ঐতিহ্যপূৰ্ণ তথা চহকী মুগা শিল্পটোক জীয়াই ৰখাত আত্মনিয়োগ কৰি আহিছিল যদিও
Read More...

হোজাই মোৰাঝাৰত মানৱ সমাজক লজ্জিত কৰা ঘটনা

হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী চকীৰ অন্তৰ্গত দেৱস্থান গাঁৱৰ এগৰাকী চৈধ্য বছৰীয়া কিশোৰীয়ে যোৱা বৃহস্পতি বাৰে এটা পুত্ৰ সন্তান জন্ম দিয়ে। যিহেতু কিশোৰী গৰাকী নাবালক অ-বিবাহিত তেনে স্থলত কিশোৰী গৰাকীৰ ঘৰত সন্তান জন্ম লোৱাত অঞ্চলটোত হুৱা-দুৱাৰ
Read More...