Breaking

Browsing Category

অসম

নাগ্ৰীজুলি আৰক্ষী চকীৰ বৃহৎ সাফল্যচাৰিজন ডকাইত

১৩ মাৰ্চৰ নিশা নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ৪নং ডোঙাৰগাঁৱৰ এটি  পৰিয়ালত ডকাইতি কৰি বৃহৎ পৰিমাণৰ ধন লৈ উধাও হোৱা এটি ডকাইতৰ দলক আজি এক বিশেষ সূত্ৰৰ পমখেদি নাগ্ৰীজুলি আৰক্ষীৰ এটি  দলে আটক  কৰিবলৈ সক্ষম হয়। আটকাধীন ডকাইত কেইজন হ'ল
Read More...

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ অধিৱেশনৰ সফল সমাপ্তি

অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ সাংস্কৃতিক সংঘত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ দ্বি-বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনখনি কালি সফল সমাপ্তি ঘটে ৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা স্বৰ্গীয় পৰাগ
Read More...

নিজ গৃহ পালেহি বীৰ শ্বহীদ নিতুল গগৈৰ মৃতদেহ : ছয় জাঁই টোপ ধ্বনিৰে ৰাজ্যিক ময্যদাৰে শেষ শ্ৰদ্ধাঞ্জঁলি

এক শোকাকুল পৰিবেশত চীন ভাৰতৰ সীমান্ত চিয়াচিন গ্লেচিয়াৰত কৰ্তব্যৰত অৱস্থাত মৃত্যুক সাৱটি লোৱা শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত খনামুখ টিপমীয়া গাৱঁৰ সেনা বাহিনীৰ বীৰ শ্বহীদ জোৱান নিতুল গগৈৰ নশ্বৰদেহ আজি বিয়লি নিজ
Read More...

ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰিত বুমৰাহ বিবাহ পাশত আবদ্ধ

ভাৰতীয় পেচাৰ যশপ্ৰিত বুমৰাহে টিভি উপস্থাপক সজানা গণেশনৰ সৈতে সামাজিক মাধ্যমত এটা মিঠা পোষ্টৰ সৈতে তেওঁৰ বিয়াৰ কথা ঘোষণা কৰিছে। বৰ্তমান সজানা এখন ক্ৰীড়া চেনেলৰ উপস্থাপক। ইয়াৰ আগত তেওঁ ডেটিং ৰিয়েলিটি শ্ব' স্প্লিটচভিলাৰ অংশ
Read More...

ক’ৰ ফাঁঁকিৰে মোৰাঝাৰত অতৰিক্ত বালি ভৰ্তি ট্ৰাক : ডাম্পাৰৰ দৌৰাত্ম্য অংকত ব্যস্ত বন আৰু পৰিবহণ…

হোজাই জিলাৰ মোৰাঝাৰৰ গড়কাপ্তানী পথৰে দৈনিক পাৰ হয় অ'ভাৰ লোডিং বালি কঢ়িওৱা শ শ ট্ৰাক - ডাম্পাৰ। বহিঃ জগতৰ লগত যোগাযোগৰ একমাত্ৰ পথ কেইটা হৈছে চামৰালি- মোৰাঝাৰ আৰু দেৱস্থান- মোৰাঝাৰৰ সমান্তৰালকৈ কপাহবাৰী কৰৈয়নী সংযোগী গড়কাপ্তানী ৰাজ্যিক
Read More...

লাডাখত প্ৰাণ হেৰুৱালে অসমৰ জোৱানে : লাডাখৰ তুষাৰপাতত শ্বহীদ অসমৰ জোৱান, শিৱসাগৰত শোকৰ ছাঁ

লাডাখৰ চিয়াচেন গ্লেচিয়াৰত মৃত্যু খনামুখ টিপমীয়া গাঁৱৰ বীৰ জোৱান নিতুল গগৈৰ ৷ অষ্টম অসম ৰেজিমেন্টত কৰ্মৰত চুবেদাৰ নিতুল গগৈ (৪৩) নামৰ জোৱান জনৰ ১৩ মাৰ্চত মৃত্যু হোৱাত সমগ্ৰ খনামুখ চিন্তামণিগড় অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে ৷ লাডাখৰ
Read More...

ৰঙাপৰা সমষ্টিৰ ৰাইজৰ দলৰ মনোনিত প্রাৰ্থী বিজয় তিৰ্কিৰ এক আছুতীয়া সাক্ষ্যাতকাৰ

ৰঙাপৰা সমষ্টিত নিৰ্বাচনী প্রচাৰ তুংগত উঠাৰ সময়ত ৰাইজৰ দলৰ প্রাৰ্থী তথা স্থানীয় উচ্চ শিক্ষিত যুৱক আৰু এসময়ৰ চাহ জনজাতি ছাএ সন্থাৰ প্রাক্তন  জিলা সম্পাদক বিজয় তিৰ্কিক অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল দুয়োটা প্রাৰ্থী দিয়াত কাৰ লাভা লাভ  হব
Read More...

বকোত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অনুদানত আয়োজিত ” নাট কৰ্মশালা “ৰ সামৰণি

ৰাজ্য চৰকাৰৰ অধীনস্থ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ আৱন্টিত অনুদানেৰে নৃত্য - গীত ; নাটক ; অভিনয় ; কথাছবি তথা নাট - ক'লা প্ৰদৰ্শন উন্নয়ণ বিভাগৰ উদ্যোগত আৰু জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্ল'ৰ বকোৰ সহযোগত যোৱা ১২ মাৰ্চৰ পৰা চাৰি দিনীয়া
Read More...

জাতীয় সংগঠনৰ নেতাৰ ভণ্ড স্বৰূপ উদঙাই শাসকদলত যোগদান কৰিলে এ জে পিৰ কেন্দ্ৰীয় সম্পাদক সুবীৰ মেচে

অসমৰ একাংশ জাতীয় - জনগোষ্ঠীয় সংগঠনৰ কোনো কোনো নেতাৰ ভণ্ডামী স্বৰূপ সৰ্বজন বিদিত । যি কোনো প্ৰকাৰে সংগঠনৰ শীৰ্ষ পদ গ্ৰহণ কৰি বিভিন্ন উৎসৰ পৰা অবাধ ধন সংগ্ৰহ কৰি নিজৰ স্বাৰ্থ সিদ্ধ কৰা এই সকল নেতাই জাতীয় সংগঠনক নেৰ্তৃত্ব দি দূৰ্নীতি ,
Read More...

নগাঁৱত বিভিন্ন দলৰ সহাস্ৰাধিক কৰ্মীৰ বিজেপিত যোগদান

ভাৰতীয় জনতা পাৰ্টিৰ, সংখ্যালঘু মৰ্চা হয়বৰগাঁও মন্ডলৰ উদ্যোগত  নগাঁও সদৰ সমষ্টিৰ পৌৰসভাৰ অন্তৰ্গত ২০ নং মহলা আৰু ৬ নং মহলাত অনুষ্ঠিত হোৱা দুখনকৈ ৰাজহুৱা সভাত কংগ্ৰেছ , এ আই ইউ ডি এফক দলত মোক্ষম আঘাত হানি সহস্ৰাধিক কৰ্মীয়ে বিজেপি দলত
Read More...