Breaking

Browsing Category

অসম

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ নামত সৰ্বানন্দ সোণোৱাল চৰকাৰে চাহ শ্ৰমিক সকলক প্ৰতাৰণা কৰাৰ অভিযোগ…

সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমৰ চাহ শ্ৰমিক সকলক ঢাল হিচাপে লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰি শেষত আইনী মেৰপেচত সোমাই পৰা কাৰ্যৰ চাহ শ্ৰমিক অধ্যুষিত বিহালী বিধানসভা সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত
Read More...

গোসাঁইগাঁৱৰ দাৱাগুৰিত মহা শিৱ ৰাত্ৰি উৎসৱৰ ৰূপালী জয়ন্তী

প্ৰতিবছৰৰ দৰে এইবেলিও গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৱৰ্তী দাৱাগুৰি স্হিত বাথৌপুৰী জগন্নাথ ধামত ১১ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মহা শিৱ ৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে। লগতে উক্ত মন্দিৰৰ ৰূপালী জয়ন্তী বৰ্ষ পালনৰ বাবেও একাধিক কাৰ্যসূচী
Read More...

সদৌ অসম মাঞ্চুৰীয়ান কিক বক্সিঙত সোণ জয় নাজিৰাৰ হিমাংশু বৰদলৈ আৰু কল্যাণ লাহনৰ

বকতা ঢেকেৰীছিগাত ৬,৭ মাৰ্চত দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম প্ৰাইজমণি অল ষ্টাইল কিক বক্সিং প্ৰতিযোগিতাত চকীমুখ মাঞ্চুৰীয়া কুং-ফু আৰু আছিহাৰা কেৰাটে একাডেমিৰ খেলুৱৈয়ে অংশ গ্ৰহণ কৰি পদক জয় কৰিবলৈ সক্ষম হয় । ক্লাৱৰ হৈ অংশ গ্ৰহণ কৰা নাজিৰাৰ
Read More...

প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ অ জা প ত্যাগ কৰিলে প্ৰতিষ্ঠাপক যুটীয়া সম্পাদক সুবীৰ মেচে দিলীপ হাজৰিকা

সমাগত অসম বিধান সভা নিৰ্বাচনত ১০৪ নং নাজিৰা বিধান সভা সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থীত্বৰ প্ৰবল দাবীদাৰ তথা দলটোৰ অন্যতম প্ৰতিষ্ঠাপক যুটীয়া সম্পাদক সুবীৰ মেচে দলটোৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ একনায়কত্ববাদৰ লগতে প্ৰাৰ্থীত্বৰ পৰা
Read More...

শ্বৰ্ট শ্বাৰ্কিট হৈ গোলাঘাটত দাউ দাউকৈ জ্বলিল টাটা মেজিক

গোলাঘাটৰ ৰাজপথত দাউ দাউকৈ জ্বলিল  AS05C-8072 নম্বৰৰ TATA Magic গাড়ী। গোলাঘাট নগৰৰ মইনাপাৰত সংঘটিত হৈছে এই ভয়াবহ দূৰ্ঘটনা। জানিব পৰা মতে , দিনটো গাড়ী ভাড়া মাৰি ঘৰলৈ বুলি গৈ থকা অৱস্থাত হঠাৎ গাড়ীখন মাজবাটতে দাউ দাউকৈ জ্বলি উঠে। গাড়ীখনৰ
Read More...

গোলাঘাটত বিয়াৰ ৰভাতলিত বহিল ১২ যোৰা দৰা-কইনা

গোলাঘাটত সম্পন্ন হৈছে এখন বিশেষ বিয়া । বিয়াৰ ৰভাৰ তলিত একেলগে বহিল ১২ যোৰ দৰা কইনাই। গোলাঘাট কোৰোকা গাওঁত  অনুষ্ঠিত কৰিছে এই বিশেষ সমূহীয়া বিয়াখন। একশৰণ ভাগৱতী সমাজ মৰঙী বৈকুণ্ঠপৰ আঞ্চলিক শাখা আৰু দিব্যজ্যোতি গাওঁ শাখাৰ সৌজন্যত
Read More...

গোলাঘাট চহৰত ধনৰ জোৱাৰ : বৃহৎ পৰিমাণৰ ধন জব্দ

নিৰ্বাচনৰ সময় চমূ চাপি অহাৰ লগে গোলাঘাটত ধনৰ জোৱাৰ উঠিছে। যোৱা দুদিনত বৃহৎ ৰাশি ধন জব্দ কৰা পিছতে পুনৰ আজি গোলাঘাটৰ ধনশিৰি দলঙৰ সমীপত উদ্ধাৰ হৈছে এক লাখ নবৈ হাজাৰকৈ টকা। গোলাঘাট থানাৰ অধীনৰ ধনশিৰি দলঙৰ সমীপৰ পৰা গোলাঘাট নিৰ্বাচনী
Read More...

দুধনৈৰ ফ্লিপকাৰ্ট ডেলিভাৰী কেন্দ্ৰত সংঘটিত ডকাইতি কাণ্ডত জড়িত আৰু তিনিজনক গ্ৰেপ্তাৰ

বিগত বৰ্ষৰ ২২ নবেম্বৰত দুধনৈৰ ফ্লিপকাৰ্ট ডেলিভাৰী কেন্দ্ৰত নিশা  সংঘটিত হোৱা এক ডকাইতি কাণ্ডত জড়িত আৰু তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত যুৱক কেইজন হল ক্ৰমে- অভিজিত বসুমতাৰী, জন্মেজয় বসুমতাৰী আৰু ত্ৰুটি বসুমতাৰী। তিনিও
Read More...

মুকালমুৱাত ‘ভোট দিম দেশ গঢ়িম’ শীৰ্ষক ভোটাৰ সজাগতা ৰেলী

নলবাৰী জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে আজি বৰক্ষেত্ৰীৰ মুকালমুৱাত ‘ভোট দিম দেশ গঢ়িম' শীৰ্ষক এটি ভোটাৰ সজাগতা ৰেলী উলিয়াই বৰক্ষেত্ৰী প্ৰশাসনে ৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা উলিওৱা ৰেলীটো মুকালমুৱাৰ সোমাজেৰে গৈ নাৰায়নপুৰ হৈ
Read More...

জলেশ্বৰত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী কুছকাৱাজ : কোনে পাব বি জে পি ৰ টিকট

সমাগত বিধান সভা নিৰ্বাচন ৷নিৰ্বাচনক লৈ তৎপৰ বিভিন্ন ৰাজনৈতিক দল সমুহে ৷পিছে পাচ পৰি নাথাকিল ৩৯ নং জলেশ্বৰ বিধানসভা সমষ্টি ৷নিৰ্বাচনৰ দিন ঘোষনা হোৱাৰ লগে লগে সমষ্টিখনত কংগ্ৰেছ. মিত্ৰজোট.ৰাইজৰ দল আদি ৰাজনৈতিক দল সমুহৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী
Read More...