Breaking

Browsing Category

অসম

এজিউৰ পাৱাৰ কোম্পানীৰ প্ৰকল্প নিৰ্মানত উচ্চ ন্যায়ালয়ে জাৰি কৰা নাই স্থগিতাদেশ : নগাঁৱত সংবাদ মেলত…

নগাঁও জিলাৰ বঢমপুৰ বিধান সভা সমষ্টি  আৰু চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত মিকিৰ বামুনি গ্ৰান্তত এজিউৰ পাৱাৰ কোম্পানীয়ে সৌৰ শক্তি প্ৰকল্পৰ ভূমিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কোনো স্থগিতাদেশ ঘোষনা কৰা নাই বুলি আজি নগাঁও চহৰত আয়োজন কৰা এক সংবাদ
Read More...

ফিল’বাৰীত আৰক্ষীৰ উচ্চেদ অভিযান : প্ৰায় পাঁ‌ছ হাজাৰ লিটাৰ চুলাই মদ জব্দ

তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ফিল'বাৰী অঞ্চলত ফিল'বাৰী আৰক্ষীয়ে নিৰ্বাচনৰ পূৰ্বে চুলাই মদ, কানি, ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। ফিল'বাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত
Read More...

তুলসীবাৰীত শিৱৰাত্ৰি মহোৎসৱৰ আয়োজন

ৰঙিয়াৰ তুলসীবাৰীৰ মাহতলীস্থিত শিৱ মন্দিৰ প্ৰাংগণত অহা ১১ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি মহোৎসৱৰ আয়োজন কৰা হৈছে । মহোৎসব পৰিচালনাৰ্থে সোমদত্ত কলিতাক সভাপতি, তৰুণ কলিতাক কাৰ্যকৰী সভাপতি ,সুনীল কলিতা-বিতোপন কলিতাক সম্পাদক হিচাবে
Read More...

নাজিৰাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি

নাজিৰা নিৰ্বাচন জিলাৰ নির্বাচন পর্যবেক্ষক ড ° পার্থ সাৰথি মিশ্ৰই নাজিৰাত উপস্থিত হৈ নিৰ্দিষ্ট বিষয়া সমূহৰ লগত আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে গঠিত কোষ সমূহৰ বুজ লয়। তেখেতে আগন্তুক নিৰ্বাচন সম্বন্ধীয় কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা
Read More...

দিচৈপৰীয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সংস্হা গঠন

মহুৰামুখৰ উত্তৰাঞ্চলক সামৰি উত্তৰ মহুৰা আৰু দিচৈ পঞ্চায়তৰ অন্তগৰ্ত কমলজ্যোতি  শংকৰী সাংস্কৃতিক প্ৰাথমিক কেন্দ্ৰত যোৱাকালি অৱসৰপ্ৰাপ্ত শিক্ষক যতিন বড়িৰ সভাপতিত্বত এখন সভা অনুস্ঠিত হৈ যায় ৷ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দেৱেন পাঠৰিয়ে উদেশ্য
Read More...

কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰাৰ্থী প্ৰণৱ দলেলৈ পূৰ্ণ সমৰ্থন উত্তৰ মহুৰা আৰু দিচৈ কংগ্ৰেছ মণ্ডল…

২১ ৰ বিধান সভা নিৰ্বাচনলৈ আৰু কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্য খনৰ প্ৰান্তে-প্ৰান্তে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে মনোনয়ন দাখিল কৰিছে৷৯৩ নং বোকাখাত বিধান সভা সমষ্টিত কংগ্ৰেছ নেতৃত্বাধীন মহা জোঁট বন্ধনৰ সমৰ্থিত যুৱ নেতা প্ৰণৱ
Read More...

নিয়ন্ত্ৰনহীন চলন্তত টেম্প ভেন বাগৰি পৰিল পথচাৰীৰ ওপৰত : এজন নিহত

তামুলপুৰ - ওদালগুৰি পথৰ সৌৰাগুৰীত দুপৰীয়া  সংঘটিত এক পথ দুৰ্ঘটনা ৷ তামুলপুৰৰ পৰা নাগ্ৰীজুলি অভিমুখে লোহাৰ পাইপ কঢ়িয়াই নিয়া এখন চলন্ত টেম্প' ভেনে (এএছ ২৫ বিচি  ৮০৬৯) নিয়ন্ত্ৰন হেৰুৱাই পথেৰে গৈ থকা এজন চাইকেল আৰোহীৰ ওপৰত বাগৰি পৰাত
Read More...

মৰাণত অহা ১২ মাৰ্চত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৩ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

অসম আৰু অসমীয়া জাতিৰ সৰ্বতোপ্ৰকাৰৰ উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি ১৯৭৮ চনৰ ১২ মাৰ্চত গুৱাহাটীৰ  নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত জন্ম লাভ কৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অহা ১২ মাৰ্চত ৪৩ বছৰত ভৰি দিব।অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ
Read More...

মাজুলীত শ্বহীদ দণ্ডিৰাম ভৰালীক স্মৰণ : শ্বহীদ দণ্ডিৰাম ভৰালীৰ বাসগৃহলৈ যোৱা পথ নিৰ্মানৰ দাবী ছাত্ৰ…

৮৫৫ জন শ্বহীদৰ ৰক্তেৰে ৰঞ্জিত ঐতিহাসিক অসম আন্দোলনত ১৯৮৩ চনৰ ১০ মাৰ্চ তাৰিখে অসম মাতৃৰ হৈ আত্ম বলিদান দিয়া মাজুলীৰ একমাত্ৰ জাতীয় শ্বহীদ দণ্ডিৰাম ভৰালীৰ ৩৮ সংখ্যক মৃত্যু তিথিত আজি মাজুলী জিলা ছাত্ৰ সন্থাই শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি
Read More...

পীড়াকটাত তিনি দিনীয়াকৈ মহাৰুদ্ৰ যজ্ঞৰ আয়োজন সম্পন্ন

মহামাৰীৰ কৰ'না ফলত সমগ্ৰ বিশ্বতে মানৱ সমাজ স্তব্ধ হৈ পৰিছিল জনজীৱন । বৰ্তমান ক'ৰনা ভেকচিন আৱিষ্কাৰ হোৱাত পুনৰ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে মানৱ সমাজৰ ।ধৰ্মীয় অনুষ্ঠান সমুহ সকলোতে আয়োজন কৰিবলৈ লৈছে বৰ্তমান। টীয়কৰ পীড়াকতা দক্ষিণ
Read More...