Breaking

Browsing Category

অসম

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰকাশিত মুখপত্ৰ ‘প্ৰতীতি’ উন্মোচন

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বালিপৰা শিক্ষাখণ্ড সমিতিৰ ব্যবস্থাপনাত প্ৰকাশিত মুখপত্ৰ 'প্ৰতীতি' কালি বিয়লি বালিপৰা মজলীয়া বিদ্যালয় প্ৰাঙ্গনত উন্মোচন কৰা হয়। শিক্ষক বিশ্বজিৎ বৰাই আঁত ধৰা সভাত সভাপতিত্ব কৰে চপালগা প্ৰাথমিক
Read More...

ৰঙিয়াত মহাজোটৰ প্ৰাৰ্থী ডা : ভগৱান দেৱ মিশ্ৰৰ শক্তিখেল প্ৰদৰ্শন ,বিশাল সমদলেৰে মনোনয়নপত্ৰ দাখিল

ৰঙিয়া বিধানসভা সমষ্টিৰ মহাজোটৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰই শক্তিখেল প্ৰদৰ্শন কৰি আজি দিনৰ ভাগত হাজাৰ হাজাৰ সমৰ্থকক লগতলৈ ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেতুৰ তলত সমবেত হৈ  ৰঙিয়া চহৰৰ মাজেৰে বিশাল সমদল বাহিৰ কৰি পদব্ৰজে উপস্থিত
Read More...

মাজদিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

মাজদিয়া আৰক্ষীৰ জালত পৰিছে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী । ৪টা সন্দেহযুক্ত বাউনচুগাৰ ভৰ্তি কন্টেইনাৰসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক যোৱা নিশা আটক কৰে মাজদিয়া আৰক্ষীয়ে । ধৃত যুৱক দুটা বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চতলা গাঁৱৰ
Read More...

আজি বিশ্বনাথৰ আৰু বিহালীৰ পৰা মনোনয়ন পত্ৰ দাখিল

২৭ মার্চত প্রথম পর্যায়ত অনুষ্ঠিত হ'ব লগীয়া ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ বাবে ভাৰতীয় জনতা পার্টিৰ প্রার্থী ৰঞ্জীৎ দত্ত : কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ চিপিআই (এম এল) ৰ প্রার্থী বিবেক দাস আৰু বিশ্বনাথ সমষ্টিৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী
Read More...

মহানগৰীৰ হেলথ্‌ চিটী হাস্পতালত বিশ্ব নাৰী দিৱস উদযাপন

বিশ্ব নাৰী দিৱসৰ সৈতে সংগতি ৰাখি আজি মহানগৰৰ খানাপাৰাস্থ হেলথ্‌ চিটী হাস্পতালত বৰ্ণাঢ্য কাৰ্যসৃচী ৰূপায়ন কৰা হয়। নাৰী দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ লৈ গুৱাটীৰ এপলো হাস্পতালৰ প্ৰাক্তন নাৰ্ছিং সঞ্চালিকা জিন ই মেথিউৱে নাাৰী
Read More...

গণতন্ত্ৰ মহিলা কল্যাণ মঞ্চই পলাশবাৰী চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। মহিলা সুৰক্ষা, অধিকাৰ সন্দৰ্ভত অৱগত কৰা, সন্মান প্ৰদৰ্শন কৰাৰ বাবে এই নাৰী দিৱস পালন কৰা হয়। আজিৰ মহিলা পুৰুষৰ সমানেই খোজত খোজ মিলাই আগুৱাই গৈছে যদিও বহুক্ষেত্ৰত অধিকাৰৰ পৰা বঞ্চিত অথবা শোষণৰ বলি হোৱা দেখা
Read More...

বকোৰ বিধায়িকা নন্দিতা দাসৰ সমআগত বিধানসভাৰ নিৰ্বাচনৰ বাবে ঘৰে ঘৰে প্ৰচাৰ অভিযান

যি সময়ত বিভিন্ন ৰাজনৈতিক দলৰ টিকট প্ৰত্যাশীসকলে দলৰ হাইকমাণ্ডৰ দূৱাৰে দূৱাৰে তাঁত বাটি কাঢ়ি দলীয় টিকট আদায়ৰ চেষ্টাত ব্ৰতী হৈ আছে ঠিক তেনে সময়তে ব্যতিক্ৰমী ৰূপত দেখা গৈছে কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়িকা
Read More...

৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিত মিত্ৰজোটৰ নীতিক ধোৱাচাঙত তুলি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নিজা…

অসম জাতীয় পৰিষদৰ আৰু ৰাইজৰ দল এই দুটি ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিছিল প্ৰৱল আঞ্চলিকতাবাদি শক্তিৰে চৰকাৰ গঠনৰ বাবে ।সকলো ৰাষ্ট্ৰীয় দলক নিলগাই থৈ সকলো আঞ্চলিক শক্তিক একগোট হৈ যুঁজাৰ আহ্বান জনাইছিল যদিও তেওঁলোক সফলতাৰ দিশত আৱশ্যকীয় গতিত
Read More...

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত প্ৰিজাইডিং আৰু পলিং বিষয়াক প্ৰশিক্ষণ

অহা ৬ এপ্ৰিলত হবলগীয়া তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে প্রস্তুতি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ভোট গ্ৰহণৰ বাবে নিযুক্ত কৰা বিষয়া কৰ্মচাৰী সকলৰ ৬ মাৰ্চৰ পৰা প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। পৃথিৰাম চৰকাৰী
Read More...

তিনিচুকীয়াত কংগ্ৰেছে প্ৰক্ষেপ কৰিলে আৰ জে দিৰ প্ৰাৰ্থী, জিলা কংগ্ৰেছৰ বিষয় – ববীয়াৰ দলত্যাগ

বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছে প্ৰাৰ্থিত্বৰ চূড়ান্ত তালিকা ঘোষনা কৰাৰ লগে লগেই ৰাজ্যৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে বিদ্ৰোহৰ জুই৷ ইয়াৰ ব্যতিক্ৰম নহয় উজনি অসমৰ তিনিচুকীয়া জিলাও৷ উদীয়মান প্ৰাৰ্থীক বঞ্চিত কৰি জিলাখনৰ কেইবাটাও সমষ্টিত
Read More...