Breaking

Browsing Category

অসম

নাওবৈছাত কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহ, এক অনাকাংক্ষিত ঘটনা

উত্তৰ অসমৰ ১১০ নং নাওবৈছা বিধান সভা সমষ্টিটো সকলো ৰাজনৈতিক দলৰ বাবেই যেন এটা ডাষ্টবিন ৷ এসময়ত সংগীত সূৰ্য্য, সুধাকণ্ঠ ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰা সমষ্টিটোত বিগত কেইটামান দশকত বিপুল হাৰত হোৱা জনগাঁথনিৰ পৰিবৰ্তনৰ বাবেই সকলো দলৰ বাবে
Read More...

নাজিৰাত ভেকচিনৰ পাছতো চবকা ৰোগত আক্ৰান্ত শ শ পশুধন

নাজিৰাৰ গ্ৰামাঞ্চলত সম্প্ৰতি গো-পালক সকল মুখামুখি হৈছে গৰুৰ চবকা ৰোগৰ । মুখেৰে ফেনাই থকা, গোৰোহাত ঘাঁ আৰু সপ্তাহকাল জুৰি একো আহাৰ নোখোৱাকৈ পৰি ৰোৱা গৰুৰ ৰোগৰ এই পৰিস্থিতিত গো পালক সকল বিপদত পৰিছে । গড়আলি, ৰজাপোল, চকীমুখ, নিৰ্মলীয়া আদি
Read More...

মাজবাটত হোণ্ডা গাড়ীসহ ১৩২ কেজি ভাং জব্দ দ্ৰাইভাৰৰ পলায়ন

ওদালগুৰি জিলাৰ মাজবাটৰ ওৰাং - ৰূপা পথৰ লামাবাৰী চাহ বাগিচাৰ কাষৰ পৰা যোৱা নিশা ১১ মান বজাত হোণ্ডা গাড়ীসহ ১৩২ কেজি ভাং জব্দ কৰে। জানিব পৰামতে  নিশা ১১ মান বজাত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈৰ  নেতৃত্বত মাজবাটৰ
Read More...

শ্ৰীৰামপুৰত দ্ৰোণাচাৰ্য ইংলিছ মিডিয়াম স্কুলৰ উদ্বোধন

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ ভাইৰিগুৰীত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ উদ্বোধন কৰা হয়।স্থানীয় কেইজন উচ্চ শিক্ষিত যুৱকৰ ব্যক্তিগত উদ্যোগত দ্ৰোণাচাৰ্য ইংলিছ মিডিয়াম নামৰ বিদ্যালয় খন আনুষ্ঠানিক ভাৱে মুকলি
Read More...

বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ কংগ্ৰেছ গমণ কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ

বীৰদৰ্পে একালৰ অন্যতম সক্ৰিয় বিজেপিৰ কৰ্মী তথা ২০১৬ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ অজন্তা নেওগৰ বিৰুদ্ধে তুমূল প্ৰতিদ্বন্দিতা আগবঢ়াই মাত্ৰ ৫০০০ ভোটত পৰাজয় বৰণ কৰা বিতোপন শইকীয়াৰ  চিৰবৈৰী কংগ্ৰেছলৈ হঠাৎ কৰা গমনে গোলাঘাটৰ ৰাজনৈতিক মহলত
Read More...

দিকৰাই প্ৰাথমিক বিদ্যালয়ত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠান : সহকাৰী শিক্ষক গোলাপ বৰাইকক বিদায় সম্বৰ্দ্ধনা

বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত বৃহৎৰ দিকৰাই প্ৰাথমিক বিদ্যালয়ত আজি সদ্য বিদায়ী শিক্ষক গোলাপ বৰাইকক বিদায় সম্বৰ্দ্ধনা জনায়। বিদ্যালয়খনত পুৱাৰ ভাগত অনুষ্ঠিত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানটিৰ আঁ‌ত ধৰে বিদ্যালয়খনৰে সহঃশিক্ষক গোপাল চৱৰ আৰু সভাৰ
Read More...

বিহালীত দলে দলে বিজেপিত যোগদান

বিহালীত  কংগ্রেছ নেতৃত্বাধীন মহাজোঁটত বন্ধনে বিহালীত কংগ্রেছৰ সলনি চি পিআই (এম অল)ক এৰি দিয়াত কংগ্রেছৰ মাজত ক্ষোভৰ জুই জ্বলি উঠিছে । আজি ক্ষুদ্ধ বহু কংগ্রেছ কর্মীয়ে বিজেপিক যোগদান কৰি বলৈ ওলাই আহিছে । অকল সেয়ে নহয় বহু কংগ্রেছৰ দলীয়
Read More...

বাঘমাৰাত গড়কাপ্তানি পথ নিৰ্মানত ঠিকাদাৰৰ বিয়াগোম দুৰ্নীতি বিৰোধী ৰাইজৰ প্ৰতিবাদ : ব্যৱস্থা গ্ৰহণৰ…

বৰপেটাৰ বাঘমাৰাত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পকী পথ নিৰ্মাণত ব্যাপক দূৰ্নীতিৰ তথ্য পোহৰলৈ আনিছে স্থানীয় সচেতন ৰাইজে। বাঘবৰ সমষ্টিৰ দক্ষিণ প্ৰান্তত গড়কাপ্তানি(লোকনিৰ্মান) বিভাগৰ অধীনত নিৰ্মিত কিম্বা নিৰ্মীয়মাণ চৰাঞ্চলৰ প্ৰায়
Read More...

মেকীপুৰত ভয়ানক অগ্নিকাণ্ডত আহত – ১

নাজিৰা আদৰ্শ আৰক্ষী থানাৰ পৰা পাঁচ কিঃমিঃ নিলগৰ মেকীপুৰ সাপ্তাহিক বজাৰৰ ওচৰত যোৱা নিশা প্ৰায় ১০ বজাত সংঘটিত এক প্ৰচণ্ড অগ্নিকাণ্ডত ৰঞ্জিৎ তাঁতী নামৰ এজনৰ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় । ৰঞ্জিৎ তাঁতীৰ পত্নী ৰেণু তাঁতী (৪০) জুইৰ
Read More...

দেৰগাঁৱত নিৰ্দলীয়ৰূপত প্ৰতিদ্বন্দ্বিতা কৰাৰ যো-জা প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকাৰ

দেৰগাঁও সমষ্টিৰ মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে পুণৰবাৰ অগপৰ ভৱেন্দ্ৰ নাথ ভৰালীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছত সমষ্টিটোৰ ভোটাৰ ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ, বিজেপি কৰ্মীসকলৰ নিজা প্ৰাৰ্থী প্ৰক্ষেপৰ দাবীক নেতৃত্বই
Read More...