Breaking

Browsing Category

অসম

বি জে পিৰ আঙুৰলতা ডেকাক বাৰপূজীয়াত সমৰ্থকৰ বিপুল আদৰনি

অসমৰ আসন্ন বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী ততপৰতা তথা প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়া সম্পন্ন কৰিছে । ইতিমধ্যে প্ৰাৰ্থীত্ব প্ৰয়াসীসকলৰ জল্পনা-কল্পনা ওৰ পেলাই 84 নং বটদ্ৰৱা সমষ্টিত বি জে পি কংগ্ৰেছ অসম
Read More...

আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটা পেঙেৰীত মাৰাথান দৌৰ প্ৰতিযোগিতা

আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি তিনিচুকীয়া জিলা পেঙেৰী ১নং টকৌ পথাৰত মাৰাথান দৌৰ প্ৰতিযোগিতা লগতে মহিলা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। পেঙেৰীৰ ১নং টকৌ পথাৰ মহিলা সমিতিৰ উদ্যোগত তথা পেঙেৰীৰ স্থিত
Read More...

ৰঙিয়াত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে ক্ষোভ,গঠন হʼল অভিভাৱক কমিটি

ৰাজ্যত কেৱলমাত্ৰ ব্যৱসায়িক স্বাৰ্থত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে অভিভাৱক সকল। প্ৰতিবাৰেই কোনো ধৰণৰ আলোচনা অথবা আগজাননী নিদিয়াকৈ ছাত্ৰ-ছাত্ৰীৰ ভৰ্তি মাচুলকে ধৰি শৈক্ষিক মাচুল নিজ
Read More...

ওৰাঙত ৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিজেপিৰপ্ৰাৰ্থী জিতু কিষানক শ শ লোকৰ উষ্ণ আদৰণি

অসম বিধানসভা নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে অন্যান্য সমষ্টি সমূহৰ লগতে ৭০নং মাজবাট বিধানসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী তৎপৰতা বৃদ্ধি পাইছে । বিজেপি দলে প্ৰাক্তন এম চি অল এ থকা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সদস্য জিতু কিষাণক
Read More...

বোকাখাতত আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ হৈ আৰ টি আই কৰ্মী বিজয় কুটুমৰ মনোনয়ন পত্ৰ দাখিল

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতেই ৰাজ্যৰ ভিতৰতে দ্বিতীয়গৰাকী প্ৰাৰ্থী হিচাপে বোকাখাতত আজি আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ৰূপে আৰ টি আই কৰ্মী বিজয় কুটুমে মনোনয়ন পত্ৰ দাখিল কৰে ৷ ২০১৬ চনতো বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে
Read More...

দেৰগাঁও সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভবেন্দ্ৰ নাথ ভঁৰালীক বিপুল আদৰণি

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব নিশ্চিত হোৱা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সমষ্টিটোৰ বিধায়ক ভবেন্দ্ৰ নাথ ভঁৰালীক আজি দেৰগাঁৱত বিপুল আদৰণি জনোৱা হয়। আজি গুৱাহাটীৰ পৰা নিজৰ সমষ্টি দেৰগাঁৱলৈ
Read More...

১০৭ নং থাওৰা সমষ্টিৰ প্ৰাৰ্থী কুশল দুৱৰীক উস্ম আদৰণি, ডিমৌ নিতাই, পানীদিহিং : বকতা পৰিভ্ৰমণ

১০৭ নং থাওৰা বিধান সভা সমষ্টিৰ  বিজেপি অগপৰ মিত্রজোঁটৰ প্ৰাৰ্থী কুশল দুৱৰীক প্ৰাথীত্ব প্ৰদান কৰাৰ আনুষ্ঠানিক ঘোষণা নকৰিলেও দুৱৰীয়েই থাওৰাত প্ৰাথীত্ব পোৱাটো এক প্ৰকাৰে নিশ্চিত বুলি জানিব পাৰি উৎফুল্লিত হৈ পৰিছে থাওৰা বিজেপি। আজি দুপৰীয়া
Read More...

২১টা বিধানসভা সমষ্টিত নিৰ্ণায়ক ভূমিকা ল’ব গণশক্তিয়ে : মিত্ৰজোঁটক সৰ্বশক্তিৰে সহযোগৰ প্ৰতিশ্ৰুতি…

ৰাজ্যৰ অন্যান্য সমষ্টিৰ দৰে ধেমাজি বিধানসভা সমষ্টিতো ৰাজনৈতিক বাতাবৰণ উত্তাল হৈ পৰিছে ৷ সমষ্টিটোত ৰাজনৈতিক দলবোৰে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰা নাই যদিও সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলবোৰৰ কৰ্মী-সদস্যসকলৰ মাজত
Read More...

গৰুগোহালিতকৈও নিকৃষ্ট ঘৰত জীৱন কটাইছে এটা পৰিয়ালে

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বহুল প্ৰচাৰিত শ্লোগান-সবকা সাথ সবকা বিকাশ আৰু বিশ্বাস অসাৰ হ'ল । তিতাবৰ সমষ্টিৰ ৰঙাজান গাওঁ পঞ্চায়ত এলেকাৰ বুৰুক বৰুৱা চেকনিধৰা গাঁৱৰ এটা পৰিয়ালৰ কৰুণ গাঁথাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰ এই শ্লোগান টোক
Read More...

আৰণ্যক উদ্যোগত “গঁড়ৰ বিদ্যালয় যাত্রা” সজাগতা সভা

বোকাখাট মহকুমাৰ মহুৰা মৌজাৰ  উত্তৰ মহুৰা আৰু দিচৈ গাওঁপঞ্চায়তৰ অন্তৰ্গত ভলুকাগুৰি বামুন চাপৰি প্ৰাথমিক বিদ্যালয়ত, বংকোৱালৰ উচ্চ মাধ্যমিক বিদ্যালয়, উজনি বংকোৱালৰ প্ৰাথমিক বিদ্যালয়, ভলুকাগুৰি প্ৰাথমিক বিদ্যালয়, বংকোৱালৰ বালিকা উচ্চ
Read More...