Breaking

Browsing Category

অসম

তুলসীবাৰীত ক্ষোভত ফাটি পৰিল এপল’ মিলৰ শ্ৰমিক : ১০ ঘণ্টীয়া ভাৰত-ভূটান পথ অৱৰোধৰে প্ৰতিবাদ…

ভি আৰ এছ প্ৰদানৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি অহা  এপল' মিলৰ শ্ৰমিকৰ ১০ ঘণ্টীয়া প্ৰতিবাদত আজি পুনৰ  উত্তাল হৈ পৰিল তুলসীবাৰী । বছৰৰ পাছত বছৰ ধৰি প্ৰাপ্য আদায়ৰ দাৱীত  সংগ্ৰাম কৰি অহা ৩৯৪ গৰাকী শ্ৰমিক- কৰ্মচাৰীৰ পৰিয়ালৰ লোকে
Read More...

মিত্ৰজোঁটৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ উকমুকনি বৰমা সমষ্টিত

ক্ৰমাৎ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত তীব্ৰতৰ হৈছে বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিতত ৷ সমষ্টিটোত কোনে পাব মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব ৷ ইয়াকে লৈ সৃষ্টি হৈছে সমষ্টিটোত তীব্ৰ উত্তেজনা ৷ মিত্ৰজোঁটৰ পৰা সাংসদ নৱ কুমাৰ শৰণীয়াই সমষ্টিটোৰ পৰা
Read More...

৬ মাৰ্চৰ পৰা দুদিনীয়াকৈ হাউলীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন খন অহা ৬ আৰু ৭ মাৰ্চত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বৰপেটা জিলাৰ হাউলী জুনিয়ৰ কলেজ প্ৰাংগনত  অনুষ্ঠিত হব ৷ কাৰ্যসূচী অনুসৰি ৬ মাৰ্চ ৰাতিপুৱা ৯ বজাত পৰিষদৰ পতাকা উত্তোলন কৰিব অসম
Read More...

মাজুলী জিলাত ১৪৪ ধাৰা জাৰী

মাজুলী জিলাৰ জনসাধাৰণৰ মাজত শান্তি-শৃংখলা অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলাৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে তৎকালীন ভাৱে বলবৎ হোৱাকৈ জিলাখনত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত এক নিষেধাজ্ঞা জাৰী কৰিছে ৷ এই নিষেধাজ্ঞা অনুসৰি
Read More...

টীয়ক সমষ্টিত শ্যামকানু মহন্তৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা অগপ নেত্ৰীৰ

টীয়ক বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ সম্ভাব্য প্ৰাৰ্থীক লৈ দলীয় কর্মী তথা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ অসন্তুষ্টি।সমষ্টিটোৰ পৰা অগপ দলৰ হৈ শ্যামকাণু মহন্তই প্ৰাৰ্থিত্ব লাভ কৰিব বুলি সংবাদ মাধ্যমত খবৰ প্ৰকাশৰ পিছত মহন্তৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা
Read More...

লখিমপুৰত এঙাৰখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৱেবচাইট মুকলিবিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভড়ালীক…

শিক্ষানুষ্ঠানক ডিজিটেল ব্যৱস্থাৰে সাঙোৰ খুৱাই শিক্ষা ব্যৱস্থাক অধিক বিকশিত কৰি তোলাৰ লক্ষৰে ২ মাৰ্চ তাৰিখে উত্তৰ লখিমপুৰৰ এঙাৰখোৱাত স্থানীয় এঙাৰখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৱেবচাইট আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। এই উপলক্ষে অনুস্থিত সভাত
Read More...

শিলঘাট – গুৱাহাটী আৰু গুৱাহাটী – হয়ৱৰগাঁও – মৈৰাবাৰী যাত্ৰীবাহী ৰেলাৰ শীৰ্ঘে…

নগাঁও জিলাৰ শিলঘাটৰ পৰা গুৱাহাটীলৈ আৰু গুৱাহাটী-হয়ৱৰয়গাওঁ-মৈৰাবাৰীলৈ দৈনিক চলাচল কৰা ৰেলগাড়ী দুখনৰ ক'ভিড ১৯ সৃষ্ট পৰিবেশৰ মাজত পৰি আজি প্ৰায় আঠ-ন মাহে চলাচল বন্ধ হৈ থকাত দৈনিক শিলঘাটৰ পৰা নগাঁও হৈ আৰু মৈৰাবাৰীৰ পৰা হয়ৱৰগাঁও হৈ
Read More...

অবিভিপিৰ ৰঙাচকুৱা শাখা গঠন

চতিয়া সমষ্টিৰ ৰঙাচকুৱাৰ মৰিসুঁ‌তিৰ কাৰ্কী ভৱনত অলপতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) ৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। এবিভিপিৰ জামুগুৰি শাখাৰ সম্পাদক বিষ্ণু দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত এবিভিপিৰ ৰঙাচকুৱা শাখা সমিতিখন
Read More...

তিনিচুকীয়াৰ ৰাজপথত ভিজিলেঞ্চ গোটৰ অভিযানত জব্দ নগদ ১০ লাখ টকা

ৰাজ্যত নিৰ্বাচনী আচৰন বিধি বলবৎ হোৱাৰ লগে লগে ব্যাপকৰূপে তৎপৰ হৈ পৰিছে প্ৰশাসন৷ নিৰ্বাচনী আয়োগে ৰাজনৈতিক দলৰ ওপৰিও আইন শৃংখলা জনিত বিভিন্ন ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ নীতি নিয়ম বান্ধি দিছে৷ আগন্তুক নিৰ্বাচনত ৰাজনৈতিক দলসমূহক এক
Read More...

চাবুৱাৰ চুঙিচুকত পৰম্পৰাগত ফাগুনৰ উচ্চ কীৰ্তন সম্পন্ন

নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম কাল সংহতিৰ অধীনৰ মায়ামৰা মহাপুৰুষীয়া ধৰ্মৰ পৰম্পৰাগত ভাৱে পালন কৰি অহা অনুষ্ঠান ফাগুনৰ উচ্চ কীৰ্তন বিগত বৰ্ষসমূহৰ দৰে এইবাৰো  মটক বসতি প্ৰধান বিভিন্ন গাঁও সমূহত নিজা নিজা নামঘৰত ইতিমধ্যে সুকলমে সম্পন্ন হৈ গৈছে ।
Read More...