Breaking

Browsing Category

অসম

ৰঙিয়াত গছত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

বৃহস্পতি বাৰে পুৱতিনিশা ওলমি থকা অৱস্থাত উদ্ধাৰ হয় এটি মৃতদেহ । প্ৰত্যক্ষদৰ্শীয়ে এইটো এটা পৰিকল্পিত হত্যকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে । ৰঙিয়াৰ নিকটৱৰ্তী আৰিমত্ত নগৰত থকা এখন পথাৰৰ মাজত সংঘটিত হৈছে এই ঘটনা ।ওলমি থকা অৱস্থাত উদ্ধাৰ হয়
Read More...

আজিৰে পৰা “শব্দ-পোহৰ বিহীন” প্ৰাকৃতিক পৰিবেশত “ৰ’দঘাই বেবেজীয়া” ৰ দ্বিতীয় বাৰ্ষিক পূৰ্ণাংগ নাট…

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যসম্ৰাট পদ্মশ্ৰী এইচ কানহাইলালৰ প্ৰকল্প “Nature - Lore” ৰ আৰ্হিত অসমত প্ৰয়াত “বাদুংদ্যুপ্পা” ৰ জৰিয়তে  বিশিষ্ট নাট্যশিল্পী, অভিনেতা, পৰিচালক তথা সাংস্কৃতিক সংগঠক প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই আৰম্ভ কৰিছিল
Read More...

নাজিৰাত শাসকীয় দলৰ নিৰ্বাচনী বিধি উলংঘা : গান্ধাৰীৰ ভূমিকাত কৰ্তৃপক্ষ

বিধান সভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ লগে লগে নিৰ্বাচনী বিভাগ তথা প্ৰশাসনে ৰাজহুৱা প্ৰতিষ্ঠান সমূহত লাগি থকা বিভিন্ন ৰাজনৈতিক দলৰ বেনাৰ - পোষ্টাৰ আদি আতৰাই দিয়া পৰিলক্ষিত হয় যদিও নাজিৰাত ইয়াৰ ব্যতিক্ৰম ঘটিছে । কৰ্তৃপক্ষই কোনো কোনো
Read More...

ছিমপ্লেক্স কোম্পানীয়ে চলাইছে দুৰ্নীতি

চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰৰ ঘাইপথ নিৰ্মাণৰ নামত জামুগুৰিহাটত ছিমপ্লেক্স নামৰ বহি:ৰাজ্যৰ কোম্পানীটোয়ে চলাইছে অনিয়ম দুৰ্নীতি।জামুগুৰিহাটৰ চকীঘাটৰ পৰা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ হোৱালৈ প্ৰায়
Read More...

পূব মাজুলীৰ বনগাওঁ চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড

দ্বীপ জিলা মাজুলীৰ বনগাঁও চাৰিআলিস্হিত ঔষধৰ দোকান , হোটেলকে আদি কৰি কেইবাখনো দোকানত আজি ভয়ংকৰ এক অগ্নিকাণ্ড সংঘটিত হয় ।এই ভয়ংকৰ অগ্নিকাণ্ডত বহু লক্ষধিক টকাৰ সা-সম্পত্তি জাহ গৈছে বুলি জানিৱ পৰা গৈছে । অৱশ্যে কিছু পলমকৈ হ'লেও
Read More...

নগাঁৱত সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়নৰ প্ৰশিক্ষণ শিবিৰ

কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু উন্নয়ন পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থ সাহায্যত আৰু গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়নৰ ছয় দিনীয়া প্ৰশিক্ষণ শিবৰৰ আয়োজন কৰিছে। তাৰে প্ৰথমখন শিৱিৰ যোৱা ২ মাৰ্চত
Read More...

প্ৰাপ্য বিছাৰি টীয়কত উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত নিৰ্বাচিত পঞ্চায়ত সদস্যৰ প্ৰতিবাদ

সুষ্ট পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰবৰ্তনৰ বাবে নিৰ্বাচিত পঞ্চায়ত জনপ্ৰতিনিধি সকলক  বিশেষকৈ বাৰ্ড সদস্য সদস্যা সকলক প্ৰাপ্য মজুৰী প্ৰদান, পেঞ্চনৰ ব্যৱস্থা গ্ৰহন, বিভিন্ন চৰকাৰী আঁচনিত হিতাধীকাৰি হিচাপে অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰা, দৰমহা আয়োগ
Read More...

আৰ্কষণীয় হব মাহমৰা সমষ্টিৰ নিৰ্বাচনী যুজঁ : চিপৰাং মৰা ৰাজনীতিত লাভাম্বাবিত হব নেকি বিজেপি ?

আৰ্কষণীয় হব চৰাইদেউ জিলাৰ ১০৫ নং মাহমৰা বিধান সভা সমষ্টিৰ নিৰ্বাচনী যুজঁ।মুলত সমষ্টিটোত এইবাৰ শাসকীয় বিজেপি দলৰ সমান্তৰাল ভাবে কংগ্ৰেছ আৰু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰ দলৰ মাজতে যুজঁ অব্যাহত থাকিব।উল্লেখযোগ্য যে সমষ্টিটোৰ ১৩৬০৬৯
Read More...

অসম চাহ মজদুৰ সংঘৰ বাগিচাই বাগিচাই ধৰ্ণা কাৰ্যসূচী আৰু স্মাৰক পত্ৰ প্ৰদান

শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাত আজি অসম চাহ মজদুৰ সংঘই শ্ৰমিক ৰাইজে পাবলগীয়া বকেয়া ধন(বাড়তি) টকাৰ দাবীত ১ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰি চাহ বাগিচা সমুহৰ পৰিচালক সকলক স্মাৰক পত্ৰ দাখিল কৰে।উল্লেখ্য যে
Read More...

বিজেপিৰ হাতৰ পৰা সমষ্টি কাঢ়িবলৈ সাজু কংগ্ৰেছ : বাসুদেৱ ছেত্ৰীক প্ৰক্ষেপেৰ মাৰ্ঘেৰিটা পুনৰ উদ্ধাৰৰ…

একালত কংগ্ৰেছৰ দুৰ্গ, বৰ্তমানে বিজেপিৰ দখলত থকা ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টি পুনৰ উদ্ধাৰৰ বাবে ককালত টঙালি বান্ধিছে কংগ্ৰেছে৷ একালৰ শক্তিমন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে ১৫ টাকৈ বছৰে শাসন কৰা সমষ্টিটোত দলীয় বিসম্বাদ আৰু দেশজুৰি সৃষ্টি হোৱা
Read More...