Breaking

Browsing Category

অসম

আজি অগপ‌ আৰু ইউ পি পি এলৰ নেতৃত্বৰে বৈঠকত বহাৰ সম্ভাৱনা বিজেপিৰ

আজি অগপ‌ আৰু ইউ পি পি এলৰ নেতৃত্বৰে বৈঠকত বহাৰ সম্ভাৱনা বিজেপিৰ । শুকুৰবাৰে দেশৰ নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ ঠিক এদিন পিছতেই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। বজালী জিলাৰ
Read More...

জাহাজ হ’ব অসম জাতীয় পৰিষদৰ প্ৰতীক

অসম জাতীয় পৰিষদৰ প্ৰতীক জাহাজ। নিৰ্বাচন আয়োগত পঞ্জীয়ন হ’ল AJP দল ৷ পঞ্জীয়ন নম্বৰ হ’ল- ৫৬/১৬১/২০২০-২১/PPS/1 ২৫ ফেব্ৰুৱাৰীৰ পৰা পঞ্জীয়নভুক্ত হ’ল অসম জাতীয় পৰিষদ। সংবাদমেলত প্ৰতীক মুকলি কৰিলে সভাপতি লুৰীণজ্যোতি গগৈয়ে।
Read More...

আয়ুৰ্মেদ হেলথ কেয়াৰৰ উদ্যোগত খানামুখত স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ সামূহিক গৃহত অলপতে গুৱাহাটীৰ গীতানগৰস্থিত আয়ুৰ্মেদ হেলথ কেয়াৰৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায় । শিবিৰত ডাঃ বৰ্ণালী দাস, ডাঃ স্মৃতিশিখা গগৈ,
Read More...

মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি বিশিষ্ট শ্ৰমিক নেতা চিন্তাৰাম চাহুক অভিন্দন

সুদুৰ ছত্তীশগড়ত জন্ম লভি মাত্ৰ আঠ বছৰ বয়সতে জীৱিকাৰ সন্ধানত ১৯৩১চনত পিতৃদেৱতা পল্টন চাহুৰ লগত গিৰমিটিয়া শ্ৰমিক ৰূপে অসমলৈ আহি ৯৮ টা বসন্ত পাৰ কৰি অসমৰ বায়ু-পানী সেৱন কৰি মৰাণত সমাজ- সংস্কৃতি, কৰ্মসংস্কৃতি যোগে দহৰ বাবে পথ পদশক হোৱা
Read More...

বেঙেনাবাৰী অঞ্চলৰ শিঙিবিল গাওঁত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু চশমা বিতৰণ

"চন্দ্ৰ আৰন্ধৰা সোঁৱৰণী ন্যাস",তাও ইষ্ট ফাউন্ডেশ্বন অব ইণ্ডিয়া, ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ আঁচনি (শিৱসাগৰ) আৰু "আৰন্ধৰা বংশালী ন্যাস"ৰ উদ্যোগত তথা শিঙিবিল মিলিজুলি যুৱক সংঘৰ সহযোগত চৰাইদেউ জিলা শিঙিবিল মিলিজুলি যুৱক সংঘৰ কাৰ্যালয়ত
Read More...

“শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে ৰাইজক সেৱা কৰিলে ৰাইজৰ আস্থাভাজন হ’ব পাৰি ”: বিধায়ক বিমল বড়া

নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগেলগে বিধায়ক বিমল বড়াৰ আৱাসগৃহত জনতাৰ লানিনিচিঙা সোঁত বৈছে ৷ অহা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ত ৪৭ খন আসনৰ বাবে অনুষ্ঠিত হ’ব অসম বিধান সভাৰ নিৰ্বাচন ৷ ১১৯ নং টিংখাং বিধান সভা সমষ্টিতো অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব
Read More...

তামুলপুৰত ভাৰতীয় সেনাৰ বিনামূলীয়া পশু চিকিৎসা শিৱিৰ

ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত আৰু তামুলপুৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত শুকুৰবাৰে তামুলপুৰ মহকুমা সদৰৰ মাজমজিয়াত থকা ডিঘিলীপাৰ সেনা শিৱিৰৰ খেল পথাৰত এটি বিনামূলীয়া পশু চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰা হয়। অপাৰেশ্বন সদ্ভাৱনা
Read More...

দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন

যোৱা ২৬ ফেব্ৰুৱাৰী ত দক্ষিণ কামৰূপ ৰ মিৰ্জাস্হীত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে এটা আধাৰশিলা স্থাপন কৰা হয়। এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ প্ৰধান অধ্যক্ষ আৰু উপাধ্যক্ষ উপস্থিত থকাৰ লগতে
Read More...

গোলাঘাট জিলাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট নিৰ্বাচন জিলাটো ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচন শাখাই ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে । দেশৰ নিৰ্বাচনী আয়োগে যোৱা ২৬ ফেব্ৰুৱাৰীত কৰা ঘোষণা
Read More...

পানবজাৰ মহিলা আৰক্ষী থানাত কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ

বাৰীতে মাৰিম পাক গীতটিৰে জনপ্ৰিয় হোৱা কণ্ঠশিল্পী ৰিছা ভৰদ্বাজে ৰুজু কৰিছে গোচৰ । গায়িকা গৰাকীয়ে পানবজাৰ মহিলা আৰক্ষী থানা আৰু ক্ৰাইম ব্ৰাঞ্চত দুটাকৈ গোচৰ ৰুজু কৰিছে । অভিযোগ মতে সামাজিক মাধ্যমত তেওঁৰ ভাবমূৰ্তি বিনষ্ট
Read More...