Breaking

Browsing Category

অসম

বিধান সভা নিৰ্বাচন সন্দৰ্ভত শীৰ্ষ বিষয়াৰে নাজিৰা মহকুমা প্ৰশাসনৰ আলোচনা

সমাগত বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি  কালি নাজিৰাৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই মহকুমা শীৰ্ষক বিষয়া সকলৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। এই আলোচনাত মহকমাধিপতি লখিমী দত্তই বিভিন্ন বিভাগৰ মুৰব্বী তথা
Read More...

কোনটো সমষ্টিত কোন পৰ্যায়ত হ’ব অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

২৬ ফেব্ৰুৱাৰী অৰ্থাৎ কালি দেশৰ নিৰ্বাচন আয়োগে অসমকে ধৰি পাঁচৰাজ্য ক্ৰমে তামিলনাডু, পুডুচেৰী, কেৰালা আৰু পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।দিল্লীত কেন্দ্ৰীয় নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই সম্বোধন কৰা সংবাদমেলত অসম বিধানসভা
Read More...

অমিত শ্বাহৰ সভালৈ যোৱা উপেন চন্দ্ৰ নাথ উভতিল মৃতদেহ হৈ

বিজেপি সভালৈ বুলি উলাই গৈ মৃতদেহ হৈ ঘৰলৈ ঘুৰি আহিল ৰহা সমষ্টিৰ দীঘলদৰি গাওঁ পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ বাসিন্দা উপেন চন্দ্ৰ নাথ। ঘটনাৰ বিৱৰণী মতে ৰহা সমষ্টিৰ দীঘলদৰি গাওঁ পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ বাসিন্দা উপেন চন্দ্ৰ নাথে বৰদোৱাত অনুষ্ঠিত হোৱা 
Read More...

মানকাচৰৰ ভূমি সংৰক্ষণ বিভাগৰ বিষয়াক বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বেই বদলি দাবী

দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ হাটশিঙিমাৰীত থকা ভূমি সংৰক্ষণ বিভাগৰ বিষয়া মুকুল চন্দ্ৰ ৰায়ক বদলি দাবী জনায় বিভিন্ন দল সংগঠনে। জানিব পৰা মতে আজি প্ৰায় ১০ দহ বছৰ ধৰি উক্ত ভূমি সংৰক্ষণ বিভাগৰ একাউণ্ট ছেণ্টাৰত বিষয়া জনে চাকুৰী কৰি আছে।
Read More...

জামুগুৰিহাটত ৭৯৬ গৰাকী খিলঞ্জীয়াক ভূমি পটা বিতৰণ

নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰভগীয়া,ছিলাবন্ধা আৰু মুঢ়াদ'ল মৌজাৰ ৭৮৪গৰাকী খিলঞ্জীয়া লোকক আজি ভূমি পটা বিতৰণ কৰা হয়।এই উদ্দেশ্য জামুগুৰিহাটৰ পৰিদৰ্শন বাংলাৰ চৌহদত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই সকল খিলঞ্জীয়াক নদুৱাৰ ৰাজহ চক্ৰ বিষয়া
Read More...

তিনিটা পৰ্যায়ত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন। ২৭ মাৰ্চত অসমত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত হ’ব ভোটগ্ৰহণ। ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৩৯টা
Read More...

দৌৰবিদ হিমা দাসক উপ-আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি

আজি শুকুৰবাৰে গুৱাহাটীৰ সৰুসজাইত সংহত ক্ৰীড়া নীতি ২০১৭-২০১৮ অসমৰ অধীনত অসম চৰকাৰে দৌৰবিদ হিমা দাসক উপ-আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি দিয়ে। অৰ্জুন হিমা দাসে ফিনলেণ্ডৰ ২০ বছৰৰ অনূৰ্ধ্ব এথলেটিকছত স্বৰ্ণপদক লাভ কৰিছিল। ২০১৮ চনৰ জাকাৰ্টা
Read More...

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

আজি সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই  আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ অসমৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাট চহৰতো সৰ্বাত্মক ৰূপত পৰা দেখা গল। জি এচ টি ইন্ধনৰ মূল্যবৃদ্ধি আৰু ই ৱে বিলৰ বিৰুদ্ধে ঘোষণা কৰা এই ভাৰত বন্ধৰ প্ৰভাৱত গোলাঘাট চহৰ সম্পূৰ্ণৰূপে
Read More...

খোৱা পানীৰ বাবে হাহাকাৰ গঞাৰ, কানসাৰ নাই জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা জনপ্ৰতিনিধিৰ

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ খামেৰী-পলাহৰটাৰী অঞ্চলত দেখা দিছে ভয়াৱহ জলসংকট । এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে। বৃহত্তৰ অঞ্চলটোত খেতি পথাৰত পানী যোগান ধৰাৰ বাবে অগভীৰ নলীনাদ অথবা ছেল মেচিনৰ
Read More...

পলাতক নিৰৱ মোদীৰ ভাৰত প্ৰত্যাৱৰ্তনৰ পথ মুকলি

ভাৰতৰ বেংকৰ পৰা ১৪ হাজাৰ কোটি টকা লুটি বিদেশলৈ পলায়ন কৰা নিৰৱ মোদীক ভাৰতলৈ অনা দুৱাৰ মুকলি হ’ল ৷ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ যোজা চলি থকাৰ সময়তে লণ্ডনৰ আদালতে গ্ৰীণ চিগনেল দিলে ৷ পঞ্জাৱ নেছনেল বেংক কেলেংকাৰীৰ খলনায়কক ব্ৰিটেইনৰ আদালতে
Read More...