Breaking

Browsing Category

অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য ড০ লীলাকান্ত নাথ । আচাৰ্য ৰাজ্যপাল জগদীশ মুখীয়ে নিযুক্তি দিলে ড০ নাথক । ভাৰপ্ৰাপ্ত উপাচাৰ্য আৰ এন এছ যাদৱে ২৮ ফেব্ৰুৱাৰীত ল’ব অৱসৰ । ফাৰ্মাচিটিউকেল বিভাগৰ অধ্যাপক ড০ লীলাকান্ত নাথ ।
Read More...

কণ্ঠশিল্পী নীড় দিপাংকৰ মৃত্যু

কণ্ঠশিল্পী নীড় দিপাংকৰ মৃত্যু আকস্মিকভাৱে মৃত্যু ঘটে শিল্পীগৰাকীৰ শিৱসাগৰৰ বাসভৱনত শুই থকা অৱস্থাতে মৃত্যু শিল্পীগৰাকীৰ কেইবাটাও জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল নীড় দিপাংকৰে তেওঁৰ উল্লেখযোগ্য এলবামৰ ভিতৰত, টুপ টুপ, চিঞৰ,
Read More...

আজি বিয়লি ঘোষণা হ’ব অসমৰ নিৰ্বাচনৰ দিন

আজি বিয়লি ঘোষণা হ’ব অসমৰ নিৰ্বাচনৰ দিন বিয়লি ৪.৩০ বজাত মুখ্য নিৰ্বাচনী আয়ুক্তৰ সংবাদমেল অসমকে ধৰি ৫ ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে বলৱত্‍ হ’ব আচৰণ বিধি
Read More...

আজি হিমা দাসক উপ আৰক্ষী অধীক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

আজি ২৬ ফেব্ৰুৱাৰী তাৰিখে ধিং এক্সপ্ৰেছ খ্যাত অসম গৌৰৱ হিমা দাসক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হব উপ আৰক্ষী অধীক্ষকৰ নিযুক্তি পত্ৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰিব । হিমাৰ লগতে মুঠ ৫৯৭
Read More...

কাজিৰঙাত পৰ্যটকক হাতীৰ প্ৰচণ্ড খেদা : ভালুকৰ আক্ৰমণত বনকৰ্মী আহত

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰ দিনটোত দুটা পৃথক ঘটনা সংঘটিত হয় ৷ পুৱাৰ ভাগত কাজিৰঙা দৰ্শনৰ বাবে অহা এটা পৰ্যটক দলক এটা বনৰীয়া হাতীয়ে প্ৰচণ্ড খেদা লয় ৷ দেশীয় পৰ্যটন দলটিয়ে এখন জীপচীৰে উদ্যানখনৰ অগৰাতলী বনাঞ্চলত
Read More...

বিটিআৰত নদীৰ বুকুত অবৈধ শিল,বালিৰ খনন দুষ্ট চক্ৰৰ

অসমৰ প্ৰকৃতিৰ মুক্ত দান শিল,বালি যদিও হয় তথাপি এনেবোৰৰ পৰা ৰাজ্য চৰকাৰৰ বন বিভাগে বছৰি কোটি -কোটি টকা ৰাজহ সংগ্ৰহ কৰি আহিছে কিন্তু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চমুকৈ(বিটিআৰৰ) বাকসা জিলাৰ মানস নদীৰ মৈথাবাৰী ,খাগৰাবাৰী,আৰু মানস ৰাষ্ট্ৰীয়
Read More...

পদ্ম আনন্দ বজাৰত আজিৰে পৰা এক মাৰ্চলৈ বিশ্ব শান্তি একনাম মহাযজ্ঞ

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত পদ্ম আনন্দ  বজাৰত অহা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ পদ্ম আনন্দ  আঞ্চলিক শ্ৰীশ্ৰী দুৰ্গা ও লক্ষ্মী মন্দিৰ প্ৰাঙ্গনত  পঞ্চদশ বিশ্ব শান্তি একনাম  মহাযজ্ঞ  অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।২৬ ফেব্ৰুৱাৰীৰ পুৱা দহ
Read More...

কোঁৱৰপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত পশ্চিম কোঁৱৰপুৰ মৌজাৰ বাৰেঘৰীয়া বনগাৱঁত আজি পুৱা এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে।জানিব পৰা মতে মৃতদেহটো গাওঁখনৰ পথাৰৰ মাজত থকা এখন বাৰীৰ চাৰিসীমাৰ
Read More...

আগন্তুক ৫ বছৰত অসম বানপানী মুক্ত হ’ব !

আজি ২৫ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে কেইবাটাও কাৰ্যসূচী হাতত লৈ অসমত উপস্থিত হোৱা গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱাত এক জনসভা সম্বোধন কৰি ৰাজ্যৰ বিজেপি চৰকাৰখনৰ প্ৰশংসাত মছগুল হৈ পৰে । বিশাল জনসভাখনত শ্বাহে কয় যে ' আমি বহুত কাম কৰিছো কিন্তু এটা
Read More...

দেউধাই-দিনজয়ৰ শতাধিকজনৰ পুৰুষ-মহিলাৰ শ্ৰীশ্ৰী গঢ়পৰা সত্ৰত শৰণ গ্ৰহণ

নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম কাল সংহতিৰ অধীনৰ শ্ৰী শ্ৰী গঢ়পৰা সত্ৰত আজি মহাপুৰুষীয়াৰ পৰম্পৰাগত শৰণ পৰ্ব অনুষ্ঠান সুকলমে সম্পন্ন হৈ যায়। সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জিতানন্দ গোস্বামীৰ  ওচৰত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দেখুৱাই আৰু দিনজয় পানীএৰা
Read More...