Breaking

Browsing Category

অসম

আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষ্যে ভোলানাথ মহাবিদ্যালয়ত বক্তৃতা অনুষ্ঠান

ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া ,বাংলা ,হিন্দী বিভাগৰ যৌথ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষ্যে ২৪ ফ্ৰেব্ৰৱাৰী , বুধবাৰে এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়।অনুষ্ঠানৰ আৰম্ভণিতে সৰস্বতী বন্দনা পৰিবেশন কৰে সংস্কৃত বিভাগৰ মুৰব্বী
Read More...

সংগীত সাধক কুল বৰুৱা আৰু নাই

অসমৰ সংগীত জগতত আন এক অপূৰণীয় ক্ষতি। সংগীত সাধক কুল বৰুৱাৰ দেহাৱসান। উচ্চ ৰক্তচাপজনিত কাৰণত যোৱা নিশা ১২বজাত গুৱাহাটীৰ শিলপুখুৰীস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে কুল বৰুৱাই। সংগীত সাধক গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ
Read More...

গৰৈমাৰীত দক্ষিণ কামৰূপ অগ্ৰগামী নিৰ্মান শ্ৰমিকৰ কৰ্মী সভা সম্পন্ন

দক্ষিন কামৰূপ জিলা অগ্ৰগামী নিৰ্মান শ্ৰমিক ইউনিয়ন গৰৈমাৰী শাখা সমিতিৰ আহ্বানত অসম গৃহ আৰু অন্যান্য নিৰ্মান শ্ৰমিকৰ নাম পঞ্জীয়ন ও সুবিধা সম্পৰ্কে আজি মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শ্ৰমিক সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ যুৱ সমাজ
Read More...

ধুবুৰীৰ আগমণিত ৰাজ্য চৰকাৰৰ উদ্যোগত চিলাৰায় দিৱসৰ আয়োজন

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসন আৰু কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনসমূহৰ সহযোগত অহা ২৭ ফেব্ৰুৱাৰীত ধুবুৰীৰ আগমণিত চিলাৰায় দিৱসৰ আয়োজন কৰা হৈছে ৷ বীৰ চিলাৰায়ৰ ৫১১ তম জন্মজয়ন্তী উপলক্ষে আগমণিৰ চিলাৰায়
Read More...

নগাঁও গ্ৰেটাৰ লায়ন্স ক্লাবৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

নগাঁও গ্ৰেটাৰ লায়ন্স ক্লাবৰ উদ্যোগত আজি নগাঁও চহৰৰ হয়বৰগাও মাৰোৱাৰী পঞ্চায়ত  ভৱনত চকুত চানি পৰা ৰোগীসকলৰ এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় । এই চকু চিকিৎসা শিবিৰত কেবাজনো অভিজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰে । শিবিৰত প্ৰায়
Read More...

তিতাবৰত জিলা প্ৰশাসন কৰ্মচাৰীৰ অসহযোগ পালন

কালি  তিতাবৰত  সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা, তিতাবৰ,  তিতাবৰ উপ কোষাগাৰৰ , তিতাবৰ আৰু মৰিয়নী ৰাজহ চক্ৰৰ NPS কৰ্মচাৰীসকলে এদিনীয়া কাৰ্যসূচীৰে অসহযোগ কাৰ্যসূচী পালন কৰে।  ২০০৫ চনৰ পিছত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক নতুন পেঞ্চন
Read More...

চৰাইবাহীত একেদিনাই দুটাকৈ আধাৰশিলা আৰু বজাৰ গৃহ উদ্বোধন বিধায়ক ৰমাকান্ত দেউৰীৰ

যোৱা কালি মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধক্ষ্য ৰমাকান্ত দেউৰীয়ে কপিলী উন্নয়ন খণ্ডৰ অন্তগ’ত বৰভগীয়া গাঁও পঞ্চায়তত দুটাকৈ আধাৰশিলা আৰু চৰাইবাহী গাঁও পঞ্চায়তত এটি বজাৰ গৃহ উদ্বোধন কৰে ৷ বিধায়ক
Read More...

অসম চাহ মজদুৰ সংঘৰ বাগিচাই বাগিচাই ধৰ্ণা কাৰ্যসূচী

শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাত আজি অসম চাহ মজদুৰ সংঘই শ্ৰমিক ৰাইজে পাবলগীয়া বকেয়া ধন(বাড়তি) টকাৰ দাবীত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰে।উল্লেখ্য যে চাহ বাগিছাত কৰ্মৰত শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি
Read More...

নগাঁও জিলা হেণ্ডবল দল ঘোষণা

অহা ২৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৭ সংখ্যক অচ্যুত বৰুৱা সোঁৱৰনী আন্ত : জিলা চিনিয়ৰ (পুৰুষ) হেণ্ডবল প্ৰতিযোগিতা নলবাৰীত অনুষ্ঠিত হব। এই উপলক্ষে নগাঁও জিলা হেণ্ডবল এচচিয়েচনে আগন্তুক নলবাৰীত হব লগা আন্তঃজিলা হেণ্ডবল প্ৰতিযোগিতাৰ বাবে নগাঁও জিলা দল
Read More...

অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

পুনৰবাৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । অহা ২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ নগাঁও আৰু কাৰ্বি আংলং জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । কাইলৈ প্ৰথমেই
Read More...