Breaking

Browsing Category

অসম

ডিমৌত হোটেলত চাহ নোখোৱাৰ বাবেই যুৱকক ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ

শিৱসাগৰ জিলাৰ ডিমৌৰ মাজমজিয়াৰ এখন পদপথৰ হোটেলত একাপ চাহৰ বাবে এজন যুৱকক ছুৰীৰে দেহৰ কেইবাটাও স্হানত উপৰ্যুপৰি আক্ৰমণ কৰাৰ বাতৰিয়ে তীব্র চাঞ্চল্য সৃষ্টি কৰিছে । জানিব পৰা মতে আজি দুপৰীয়া ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পদপথৰ চাহ
Read More...

বিশিষ্ট সমাজ কৰ্মী গুণাৰাম বৰকটকীৰ মৃত্যু

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক দুলদুল বৰকটকীৰ পিতৃ, পাভৈ অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী গুণাৰাম বৰকটকীৰ আজি সন্ধিয়া প্ৰায় ৫ বজাত নিজা বাস ভৱনত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স
Read More...

দুমুনিচকীৰ মেধাবী ছাত্ৰ ছাজিদ আখতাৰৰ চিকিৎসাৰ বাবে সাহাৰ্য বিচাৰি কাতৰ আহ্বান পিতৃ মাতৃৰ

 দৰং জিলাৰ ছিপাঝৰ সমষ্টিৰ দুমুনিচকীৰ সমীপৰ মাৰুৱাচকী গাঁৱৰ আব্দুল ৱাহিদ আৰু ৰেনু বেগমৰ একমাত্ৰ পুত্ৰ ছাজিদ আখতাৰ ( ২২) বিগত কেইবা বছৰৰ পৰাই বৃক্ক জনিত ৰোগত আক্রান্ত  হৈ চিকিৎসা গ্ৰহণ কৰি আছে যদিও এইপৰ্যন্ত সুস্থ হৈ উঠা নাই । দুয়োটা বৃক্ক
Read More...

বিজেপিত যোগদান বঙালী অভিনেত্ৰী পায়েল চৰকাৰৰ

বেংগলৰ অভিনেত্ৰী পায়েল চৰকাৰে আজি কলকাতাত বিজেপিৰ বেংগল ইউনিটৰ মুৰব্বী দিলীপ ঘোষৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । বংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইজনৰ পিছত সিজন চলচ্চিত্ৰ তাৰকাই বিজেপি আৰু টিএমচিত যোগদান কৰা দেখা গৈছে ।
Read More...

আপকু কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰনৱ চক্ৰৱৰ্তীলৈ বিপুল সম্বৰ্ধনা

আসাম প্ৰেছকৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ চৰাইদেউ অধিৱেশনত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় অধিৱেশনত দেৰগাঁৱৰ সন্তান, নিষ্ঠাবান সাংবাদিক প্ৰনৱ চক্ৰৱৰ্ত্তীক কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নিৰ্বাচিত হোৱাৰ পিছত  দেৰগাঁৱত এক ৰাজহুৱা  সম্বৰ্ধনা
Read More...

জামুগুৰিহাটত বিজেপিৰ চাহ মৰ্চাৰ কৰ্ম কৰ্তা সন্মিলন

চাহ জনগোষ্ঠীৰ নেতা ডানিয়েল তপ্নৰ হত্যাৰ গোচৰত অভিযুক্ত ৰিপুন বৰাই চাহ জনগোষ্ঠীৰ কথা কি চিন্তা কৰিব।' চাহ জনগোষ্ঠীৰ নেতা হত্যা কৰি তিহাৰ জে'লৰ ভাত খোৱা ৰিপুণে চাহ বাগিচাৰ শ্ৰমিকৰ কথা কোৱাৰ নৈতিক অধিকাৰ নাই । এই গৰাকী ৰিপুণ বৰাকে কংগ্ৰেছে
Read More...

আজিলৈকে ঢুকি নাপালে চৰকাৰী আঁচনিয়ে : দিব্যাংগ ভাগিনীয়েকৰ ওপৰত নিৰ্ভৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ

একবিংশ শতিকাৰ তৃতীয়টো দশকৰ আৰম্ভণিটো যে সমাজৰ একাংশ লোকে কঠোৰ জীৱন সংগ্ৰাম কৰিব লগীয়া হৈছে সেই কথা পুনৰ প্ৰতীয়মাণ হৈছে। কুষ্ঠৰোগত আক্ৰান্ত সোণাৰিৰ  এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনীয়ে এতিয়া উদঙাইছে বিকশিত অসমৰ প‍ঁয়ালগা ছৱি। সবকা
Read More...

সমাগত নিৰ্বাচন : পুৱ গোৱালপাৰা সমষ্টিত চকুত লগা হৈছে AIUDF দলৰ নিৰ্বাচনী প্ৰচাৰ

সমষ্টিখনৰ পৰা এইবেলি কেবাজন টিকট প্ৰত্যাশী প্ৰাৰ্থীয়ে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷কিন্ত ইয়াৰে ভিতৰত জনসমৰ্থন আৰু সমাদাৰ লাভৰ লগতে চকুত লগাকৈ দলৰ হাত শক্তিশালী কৰিবলৈ সক্ষম হৈছে দলৰ কাৰ্য্যকৰী সভাপতি আবুল কালাম হুছেইনে ৷হুছেইনে দলটোৰ
Read More...

আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষ্যে ভোলানাথ মহাবিদ্যালয়ত বক্তৃতা অনুষ্ঠান

ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া ,বাংলা ,হিন্দী বিভাগৰ যৌথ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষ্যে ২৪ ফ্ৰেব্ৰৱাৰী , বুধবাৰে এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়।অনুষ্ঠানৰ আৰম্ভণিতে সৰস্বতী বন্দনা পৰিবেশন কৰে সংস্কৃত বিভাগৰ মুৰব্বী
Read More...

সংগীত সাধক কুল বৰুৱা আৰু নাই

অসমৰ সংগীত জগতত আন এক অপূৰণীয় ক্ষতি। সংগীত সাধক কুল বৰুৱাৰ দেহাৱসান। উচ্চ ৰক্তচাপজনিত কাৰণত যোৱা নিশা ১২বজাত গুৱাহাটীৰ শিলপুখুৰীস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে কুল বৰুৱাই। সংগীত সাধক গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ
Read More...