Breaking

Browsing Category

অসম

উন্নয়ণৰ শ্ব’গানেৰে বোকাখাতত মন্ত্ৰী অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ

নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই মন্ত্ৰী-বিধায়ক সকলৰ আধাৰশিলা ৰাজনীতিৰো ধুম উঠিছে ৷ সমাপন কৰি গৈছে ইখনৰ পাছত সিখন আঁচনিৰ আধাৰ শিলা আৰু উন্মোচন ৷ ইয়াৰ ব্যতিক্ৰম নহয় অসম গণ পৰিদষ দলৰ সভাপতি, বোকাখাতৰ বিধান সভা সমষ্টিৰ বিধায়ক
Read More...

শোণিতপুৰত ১৫৩ গৰাকী জীৱিকা সখীক স্কুটি প্ৰদান মুখ্যমন্ত্ৰী সোনোৱালৰ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দীঘলী চাপৰিত কালি ২৩ ফেব্ৰুৱাৰীত ৩১৫ বিঘা ভূমি সামৰি স্থাপন কৰিবলগীয়া উদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । এই অনুষ্ঠানতে জিলাখনৰ ১৫৩ গৰাকী জীৱিকা সখীক স্কুটি প্ৰদান কৰাৰ
Read More...

বকোত কৃষ্ণা দাসৰ নিৰ্বাচনী কুচকাৱাজ, পাখি কটা যাব নেকি কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাসৰ

সমাগত ২১ ৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ক্ৰমান্বয়ে গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ, প্ৰত্যেকটো ৰাজনৈতিক দলে আৰাম্ভ কৰিছে প্ৰচাৰ অভিযান, এই ক্ষেত্ৰত পিছ পৰি থকা নাই ৪৮ নং বকো বিধান সভা সমষ্টি। সমষ্টিটোত প্ৰতিটো ৰাজনৈতিক
Read More...

মানকাচৰ শিক্ষাখণ্ডত মধ্যাহ্ন ভোজনৰ নামত লাখ লাখ টকা লুন্ঠন একাংশ ছি আৰ ছি ছিৰ নেতৃত্বত

দঃশালমাৰা মানকাচৰ জিলাৰ ২১ নং মানকাচাৰ সমষ্টিৰ অন্তৰ্গত মানকাচৰ শিক্ষা খণ্ডৰ বিষয়াৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি প্ৰায় ২ কৌটি টকাৰ লকডাউনৰ সময়ত মধ্যাহ্ন ভোজনৰ চাউল ডালি, নগদ ধনৰ নামত এক ভয়ংকৰ কেলেংকাৰী অভিযোগ উত্থাপন হৈছে ।অভিযোগ মতে
Read More...

অসম মীন আইন -১৯৫৩ আৰু অসম মীন নীতিৰ প্ৰয়োজনীয় সংশোধনৰ ব্যৱস্থা

গুৱাহাটীৰ লাষ্টগেটস্থীত লোকনিৰ্মান প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত এক সংবাদমেলত মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিগত ১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে মীন আৰু আবকাৰী বিভাগে ৰূপায়ন কৰা বিভিন্ন আচঁনি আৰু ইয়াৰ ফলাফল সমূহৰ
Read More...

যমুনামুখত এআইইউডিএফৰ স্থিতি থৰক-বৰকঃ সুযোগৰ অপেক্ষাত বিজেপি,অজাপ

ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে পৰিচিত যমুনামুখ সমষ্টি ৷ বৰ্তমান সমষ্টিটোৰ বিধায়ক আব্দুৰ ৰহিম আজমল ৷ তেখেত ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ দ্বিতীয় পুত্ৰ ৷ ১৯৫১ চনৰ পৰা সমষ্টিটোক একাধিক্ৰমে ১৬ গৰাকী বিধায়কে প্ৰতিনিধিত্ব কৰাৰ
Read More...

চৰাইদেউ জিলাত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা, চিন্তিত সচেতন মহল

চৰাইদেউ জিলাৰ বিভিন্ন স্থানৰ লগতে বিশেষকৈ জিলাখনৰ মাহমৰা, সোণাৰি আৰু মৰাণ নগৰৰ মাজেদি যোৱা ধোদৰ আলিত দিনকদিনে বৃদ্ধি পাইছে পথ দুর্ঘটনাৰ সংখ্যা । যানবাহন আইনক ভৰিৰে মােহাৰি চালকৰ কোনাে অনুজ্ঞাপত্ৰ নােহােৱা একাংশৰ মইমতালিৰ বাবে প্রতিদিনে 
Read More...

২৬ ফেব্ৰুৱাৰীত চৰাইদেউ জিলালৈ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

অহা ২৬ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য,শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও চৰকাৰী কাৰ্যসূচী লৈ চৰাইদেউ জিলালৈ আহিব । সেইদিনা মন্ত্ৰী গৰাকীয়ে জিলাখনৰ সদৰ সোণাৰি নগৰৰ সমীপৱৰ্তী ৰজাপুখুৰীত
Read More...

অৱসৰী জীৱন সুৰক্ষিত কৰাৰ দাবী সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ

চৰকাৰী কৰ্মচাৰী সমাজ, প্ৰশাসন ব্যৱস্থাৰ অভিন্ন অংগ। তেওঁলোকৰ দ্বাৰাই ৰাজ্য তথা দেশৰ প্ৰগতি হৈছে। তেওঁলোক সমাজ আৰু সভ্যতাৰ উত্তৰণৰ বাবে মুখ্যত: কাম কৰি আহিছে। এই সকল ব্যক্তিৰ অৱসৰী জীৱনৰ দায়িত্ব চৰকাৰে ল’বই লাগিব। এয়া ভাৰতৰ সভ্যতা,
Read More...

Miss Grand International 2020ত অসম জীয়ৰী চিমৰন শৰ্মা

অসম জিয়ৰী চিমৰন শৰ্মা Miss Grand International 2020ৰ বাবে ভাৰতৰ অফিচিয়েল এণ্টেৰী লাভ কৰিছে। গুৱাহাটিত জন্মলাভ কৰাৰ লগতে গুৱাহাটিতে ডাঙৰ হোৱা চিমৰন বৰ্তমান জয়পুৰত থাকে। Miss Grand Internatinal 2020ৰ অনুষ্ঠান ২১ মাৰ্চ ২০২১ত
Read More...