Breaking

Browsing Category

অসম

২৬ ফেব্ৰুৱাৰীত চৰাইদেউ জিলালৈ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

অহা ২৬ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য,শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও চৰকাৰী কাৰ্যসূচী লৈ চৰাইদেউ জিলালৈ আহিব । সেইদিনা মন্ত্ৰী গৰাকীয়ে জিলাখনৰ সদৰ সোণাৰি নগৰৰ সমীপৱৰ্তী ৰজাপুখুৰীত
Read More...

অৱসৰী জীৱন সুৰক্ষিত কৰাৰ দাবী সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ

চৰকাৰী কৰ্মচাৰী সমাজ, প্ৰশাসন ব্যৱস্থাৰ অভিন্ন অংগ। তেওঁলোকৰ দ্বাৰাই ৰাজ্য তথা দেশৰ প্ৰগতি হৈছে। তেওঁলোক সমাজ আৰু সভ্যতাৰ উত্তৰণৰ বাবে মুখ্যত: কাম কৰি আহিছে। এই সকল ব্যক্তিৰ অৱসৰী জীৱনৰ দায়িত্ব চৰকাৰে ল’বই লাগিব। এয়া ভাৰতৰ সভ্যতা,
Read More...

Miss Grand International 2020ত অসম জীয়ৰী চিমৰন শৰ্মা

অসম জিয়ৰী চিমৰন শৰ্মা Miss Grand International 2020ৰ বাবে ভাৰতৰ অফিচিয়েল এণ্টেৰী লাভ কৰিছে। গুৱাহাটিত জন্মলাভ কৰাৰ লগতে গুৱাহাটিতে ডাঙৰ হোৱা চিমৰন বৰ্তমান জয়পুৰত থাকে। Miss Grand Internatinal 2020ৰ অনুষ্ঠান ২১ মাৰ্চ ২০২১ত
Read More...

নগাঁও সদৰ সমষ্টিত একেদিনাই ৬৬ টা উন্নয়ণ মূলক কামৰ শুভ উদ্ধোধন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও সদৰ সমষ্টিত উন্নয়নৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই নতুনকৈ নিৰ্মাণ কৰা আৰু নিৰ্মাণ কাৰ্য আৰম্ভ কৰাকে ধৰি মুঠ ৬৬ টা উন্নয়ণ মূলক কামৰ শুভ উদ্বোধন কৰে। সদৰ সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰি গাঁও পঞ্চায়তত চতুৰ্দশ
Read More...

বি টি আৰত মূল্যবোধৰ ৰাজনীতি চলিছে, হিংসাৰ ৰাজনীতি বন্ধ হৈছে : প্ৰমোদ বড়ো

''সম্পূৰ্ণ পৰিৱৰ্তন বিচাৰিছে বি টি আৰ বাসীয়ে । তাৰ বাবে ইউ পি পি এল দলত দিনক দিনে যোগদান দিব ধৰিছে সকলো শ্ৰেণীৰ লোকে ৷ দূৰ্নীতি ভ্ৰষ্টাচাৰ হিংসা মুক্ত সমাজ গঢ়াৰ পক্ষপাতীত সকলোৱেই আগুৱাই আহিছে ৷ বি টি আৰত এতিয়া মূল্যবোধৰ ৰাজনীতি চলিছে
Read More...

বিশ্বনাথ জিলাৰ বিহালীত ভেঞ্চাৰ স্কুল বন্ধ কৰাৰ প্ৰতিবাদত নিখিল ভাৰত ছাত্ৰ সন্থাৰ ধৰ্ণা

আজি নিখিল ভাৰত ছাত্ৰ সন্থাই শেহতীয়াকৈ বিজেপি চৰকাৰে ভেঞ্চাৰ স্কুল সমূহ বন্ধ কৰি দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত  বিশ্বনাথ জিলাৰ বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ত এক ধৰ্ণা কাৰ্যসূচী
Read More...

সোণাৰিত গ্ৰাহকৰ একাউন্টৰ পৰা হেকাৰে লুটি নিলে এক লাখ উননব্বৈ হাজাৰ টকা

চাইবাৰ ক্ৰাইমৰ দ্বাৰা হেকৰে গ্ৰাহকৰ অজ্ঞাতে বেংক একাউণ্টৰ পৰা লাখ লাখ টকা ধন সৰকাই নিয়াৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে কালি সোণাৰি নগৰৰ এজন ব্যক্তিৰ একাউণ্টৰ পৰা হেকৰে এক লাখ উননব্বৈ হাজাৰ টকা লুটি নিয়াৰ ঘটনা পোহৰলৈ অহাত সমগ্র অঞ্চলটোত
Read More...

বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰাৰ দাবীৰে মাজুলীত আছুৰ বিক্ষোভ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমনৰ দিনাই পুনৰ  প্ৰতিবাদ মুখৰ হৈ পৰিল মাজুলী ৷ বিশেষকৈ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ , বৃহৎ নদীবান্ধৰ সমস্যা সমাধান, আৰু বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰাৰ দাবীত মাজুলী জিলা ছাত্ৰ
Read More...

ৰুবিনা দিলাইক বিগ বছ ১৪ৰ বিজয়ী ঘোষণা

বিগ বছ চিজন ১৪ । চাৰি মাহতকৈও অধিক সময় ধৰি সম্পচাৰ হৈ থকা এই চিজনটোত ৰুবিনা দিলাইক, ৰাহুল ভাদ্যা, আলি গনী, ৰাখী সাৱন্ত আৰু নিকি তাম্বলি চূড়ান্ত খেলুৱৰ্তী হিচাপে আছিল। অলি গনীক ৪ৰ্থ নম্বৰ ঘোষণা কৰা হৈছিল, আৰু ৰাখী সাৱন্তে ১৪ লাখ
Read More...

আঘাটপ্ৰাপ্ত ধনেশ পক্ষীটো বন‍্য প্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ

কলিয়াবৰ চাহ বাগিচাত আজি এটা ধনেশ পক্ষী উদ্ধাৰ কৰে শিলঘাট বনবিভাগে। আঘাতপ্ৰাপ্ত ধনেশ পক্ষীটোৰ প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে পাণবাৰীৰ বন‍্যপ্ৰাণী পুনৰ স‌ংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে শিলঘাট বন বিভাগে।
Read More...