Breaking

Browsing Category

অসম

ঢেকীয়াজুলিত দলীয় প্ৰাৰ্থীত্বক লৈ দুটা ভাগত বিভক্ত বিজেপি শিৱিৰ

আগন্তুক বিধান সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ঢেকীয়াজুলি সমষ্টিত শাসকীয় বিজেপি দলৰ ব্যাপক তৎপৰতা চলি থকাৰ মাজতে দলীয় প্ৰাৰ্থীত্বক লৈ দুটা শিৱিৰত বিভক্ত হোৱা দেখা গৈছে৷সমষ্টিটোৰ একাংশ দলীয় কৰ্মীয়ে সমাগত নিৰ্বাচনত বৰ্তমানৰ বিধায়ক অশোক
Read More...

বাক্সাত নাবাৰ্ডৰ উদ্যোগত বৃহৎ ঋণ মেলা : ৭৭৫ টা আত্ম সহায়ক গোটলৈ ২৪ কোটি টকাৰ ঋণ প্ৰদান

দীপাংকৰ বৰুৱা,মুছলপুৰ,২২ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ মুছলপুৰস্থিত সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত নাবাৰ্ডৰ উদ্যোগত, বাক্সা জিলা গ্ৰামীণ জীৱিকা অভিযান আৰু জিলা প্ৰশাসনৰ সহযোগত আজি অনুষ্ঠিত হয় এখন জিলা ভিত্তিক বৃহৎ ঋণ মেলা ৷ আত্ম সহায়ক গোট আৰু
Read More...

বোকাখাতৰ কাজিৰঙাৰ গেলেকীত নিশা পথ দুৰ্ঘটনা : এজন নিহত, ছয়জন আহত

বোকাখাতৰ কাজিৰঙাৰ গেলেকী এন আৰ এল পেট্ৰল পাম্পৰ সমীপত কালি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ লগতে আন ছয়জন লোক গুৰুতৰভাৱে আহত হয় ৷ এখন মাৰুটি ৮০০ আৰু টাটা চুম'ৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত দুয়োখন বাহনৰে
Read More...

টিংৰাই গাওঁ পঞ্চায়তে তিনি নম্বৰ ৱাৰ্ডত উন্নয়নৰ দিশত অৱহেলিত কৰা অভিযোগ

সম উন্নয়ন আৰু সম বিকাশৰ কথা কোৱা চৰকাৰৰ দিনত প্ৰকৃততে সকলো প্ৰান্তততে সমানে উন্নয়ন হৈছে নে? চৰকাৰৰ পঞ্চায়তিৰাজ ব্যৱস্থাৰৰ জড়িয়তে গাওঁৰ এলেকা জনসাধাৰণক সাঙৰি গাওঁ সমূহৰ সমস্যা সামাধান কৰি তুলিব লাগে যদিও সকলো পঞ্চায়তত সকলো প্ৰান্তৰত
Read More...

চিলাপথাৰত মোডীৰ ভাষণৰ সময়ত ধেমাজিত আছুৰ তীব্ৰ প্ৰতিবাদ

নিৰ্বাচনৰ দিন চমুহ চাপি অহাৰ লগে লগে সঘনাই পদাৰ্পণ ঘটাৰ পৰিলক্ষিত হৈছে দিল্লী-দিছপুৰৰ বিয়াগোম বিয়াগোম নেতা সকলৰ ৷ইফালে জোনাই আৰু ধেমাজিৰ বিধান সভাৰ আসন দুখনৰ  বাবে মুৰকামুৰণি হৈছে শাসনাধিষ্ঠিত দলটিৰ ৷সম্প্ৰতি চৰকাৰ বিৰোধী প্ৰতিবাদৰ গৰম
Read More...

বৰপেটাৰোড কবি তথা সাংবাদিক সমীৰ চক্ৰৱৰ্তী ” অসম বঙ্গ সম্প্ৰীতি সন্মানেৰে ভূষিত হোৱাত অভিনন্দন

বৰপেটাৰোডৰ বাবে সুনাম কঢ়িয়াই আনিলে বৰপেটা ৰোডৰ সুসন্তান কবি তথা সাংবাদিক সমীৰ  চক্ৰৱৰ্তী । অসম বঙ্গ সম্প্ৰীতি মন্মানেৰে ভূষিত হ'ল বৰপেটা ৰোডৰ সাংবাদিক তথা কবি সমীৰ চক্ৰৱৰ্তী ২০ ফেব্ৰুৱাৰীত   পশ্চিমবঙ্গৰ বোলপুৰত শান্তিনিকেতনস্থিত
Read More...

আৰ্দশ কৃষক, সমাজসেৱক সোমেশ্বৰ বৰা পৰলোক

যোৰহাট জিলাৰ টীয়ক এজাৰগুৰি গাঁৱৰ নিবাসী সোমেশ্বৰ বৰা (৭৯ ) দেওবাৰে বাধ্যক্য জনিত কাৰণত মৃত্যু হয়। কিছুদিনৰ পূৰ্বে শ্বাস-প্ৰশ্বাস জনিত  সমস্যাত ভুগি যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা বৰা চিকিৎসালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পথতেই
Read More...

দিছপুৰত আজি মটক স্বায়ত্ব পৰিষদৰ বিষয়ববীয়াসকলৰ শপত গ্ৰহণ

বহু প্ৰত্যাশিত আনুষ্ঠানিকভাৱে গঠন হোৱা অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠী হিচাপে পৰিচিত মটক স্বায়ত্ব শাসিত পৰিষদৰ বিষয়ববীয়াসকলে আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে । অসম চৰকাৰৰ দিছপুৰস্থিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যান বিভাগৰ
Read More...

কুইপ’ৰ দুই বিষয়াক মুকলি কৰি দিবলৈ আলফা স্বাধীনক আহ্বান জুবিন গাৰ্গৰ

কোকৰাঝাৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কুইপ’ৰ দুই বিষয়া সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে জুবিন গাৰ্গে । কুইপ’ৰ দুই বিষয়াক মুকলি কৰি দিবলৈ আলফা স্বাধীনক আহ্বান জুবিনৰ। জুবিন গাৰ্গে কয় যে, ‘পৰেশ দাই বিবেচনা কৰি চাওক
Read More...

মাজুলীৰ গড়মূৰ সত্ৰত শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞৰ আয়োজন : লাইখুঁটা স্থাপন

মাজুলীৰ প্ৰসিদ্ধ শ্ৰীশ্ৰী গড়মূৰ সত্ৰত অহা ১৫ , ১৬ আৰু ১৭ মাৰ্চ (১ , ২ আৰু ৩ চ’ত)ত তিনি দিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞৰ আয়োজন কৰা হৈছে ৷ গড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী যুৱক কল্যাণ সংঘৰ উদ্যোগত আঞ্চলিক ৰাইজৰ সহযোগত বিশ্ব
Read More...