Breaking

Browsing Category

অসম

কৃতী প্ৰধান শিক্ষক অনিল বাঘবৰাক ৰাজহুৱা বিদায় সম্বৰ্দ্ধনা

তিতাবৰ শিক্ষা খণ্ডৰ অধীনৰ বগাৰগাঁৱৰ বিকিদেবী গট্টানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক অনিল বাঘ বৰাক কালি আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্দ্ধনা জনায়। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী ,বিদ্যালয় পৰিচালনা
Read More...

অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা

গোলঘাট জিলাৰ উত্তৰ উন্নয়ন খণ্ডৰ আৰ্য্যভট্ট কেন্দ্ৰৰ উদ্যোগত দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অন্ধবিশ্বাস আৰু কু সংস্কাৰৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হয়। আৰ্যভট্ৰ কেন্দ্ৰ গোলাঘাট জিলাৰ সমন্বয়ক ইমদাদ আলিৰ সভাপতিত্বত
Read More...

মিৰ্জাত ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰক অপহৰণ

সংযুক্ত মুক্তি বাহিনী আলফাই দুই কুইপ বিষয়াক অপহৰণ কৰা কণ্ডত ৰাজ্যজুৰি হোৱা চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ পলাশবাৰীৰ মিৰ্জাত যোৱা নিশা হোৱা ব্যৱসায়ী এজনক অপৰহণ কৰা কাণ্ডই দক্ষিণ কামৰূপ অঞ্চলত তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিছে। ব্যৱসায়ীক
Read More...

আধাৰশিলা স্থাপন কৰিবলৈ গৈ জনৰোষত বিধায়ক শুকুৰ আলী আহমেদ

নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বে মন্ত্ৰী-বিধায়ক সকল নিজৰ নিজৰ সমষ্টিত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ক্ৰমান্বয়ে গৰম হৈ উঠিছে নিৰ্বাচনী কুচকাৱাজ এই ক্ষেত্ৰত পিছ পৰি থকা নাই বৰপেটা জিলাৰ ৪৭ নং চেঙা বিধান সভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক শুকুৰ
Read More...

বিশ্বনাথ কৃষি মহাবিদ্যালয়ত নৱাগত আদৰণি সভা

কভিড ১৯ ৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পিছত বিশ্বনাথ কৃষি মহাবিদ্যালয়লৈ অসম তথা ভাৰত বৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অহা শ্নাতক আৰু শ্নাতোকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলক আদৰণি জনোৱাৰ বাৱে ২০ ফেব্ৰুৱাৰী তাৰিখে নৱাগত আদৰণি সভাৰ
Read More...

মাজুলীত “সহোদৰ” ২০২০-২১ তুঙ্গত উঠিছে প্ৰস্তুতি

মাজুলীত অনুষ্ঠিত হ'ৱ লগা ২০২০-২১ বৰ্ষৰ "সহোদৰ" শীৰ্ষক অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ ৬০০ শিল্পীয়ে অংশগ্ৰহণ কৰিব ৷ ১০০ খুলীয়াই শুভাৰম্ভ কৰিব সহোদৰ অনুষ্ঠানটিৰ |বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ক্ষেত্ৰ হ'ব মাজুলী |অহা  ২১ আৰু ২২
Read More...

দৰঙত ১২৬খন শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিক সম্বৰ্ধনা জ্ঞাপন

সমগ্ৰ শিক্ষা অভিযানৰ দৰং জিলাৰ উদ্যোগত কালি (২০ ফ্ৰেব্ৰুৱাৰী) সৈনিক ভৱন প্ৰেক্ষাগৃহত  জিলাখনৰ ১২৬ খন শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃ গোটক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দৰং জিলাৰ সমগ্ৰ শিক্ষা অভিযানৰ জিলা আঁচনি বিষয়া চিত্তৰঞ্জন
Read More...

শিমলুগুৰিত স্ব-নিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ শুভাৰম্ভণি

ৰাজ্যৰ নাৰী সৱলীকৰণৰ লক্ষ্য আগত ৰাখি অসম চৰকাৰে গ্ৰহণ কৰা মহাত্মা গান্ধী গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ অধীনত স্ব-নিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম আঁচনিখন নাজিৰা উন্নয়ন খণ্ডৰ অধীনৰ শিমলুগুৰি গাঁও পঞ্চায়তত যোৱা বৃহস্পতিবাৰে শুভাৰম্ভণি কৰা হয়। 
Read More...

ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও শিক্ষকৰ

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিভিন্ন দাবীৰ পৰিপ্ৰেক্ষিতত তিনি ঘণ্টীয়া কাৰ্যালয় ঘেৰাও কাৰ্যসূচী সমগ্র অসমৰ লগতে ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰা হয়। প্ৰধান শিক্ষক পদ সৃষ্টি, স্নাতক শিক্ষকৰ ৮৭০০ গ্ৰেড পে
Read More...

দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ আদৰণীয় পদক্ষেপ : গ্ৰাম্যাঞ্চলৰ ৰাইজৰ জীৱনৰ মান উন্নত কৰিবলৈ পাচখন গাঁৱৰ…

দক্ষিণ কামৰূপ অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মিৰ্জাস্থিত  দক্ষিন কামৰূপ মহাবিদ্যালয়ে স্থানীয় গ্ৰাম্যাঞ্চলবাসীৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। বৃহত্তৰ অঞ্চলটোৰ পাচখন গাওঁ নহিৰা, দখলা, সোনতলা, পাৰাকুছি আৰু মনপুৰ গাঁৱৰ প্ৰতিপালনৰ
Read More...