Breaking

Browsing Category

অসম

হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা : এইবাৰ ছাত্ৰীয়ে পাব প্ৰতিদিনৰ ক্লাছৰ বাবদ ১০০ টকা !

ৰাজ্যৰ শিক্ষাৰ্থীলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা । ৰাজ্যৰ প্ৰতিগৰাকী ছাত্ৰীয়ে প্ৰতিদিনে স্কুল-কলেজলৈ যোৱা বাবদ ১০০ টকাকৈ প্ৰদান কৰাৰ ইচ্ছা প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই । লগতে স্নাতক বৰ্ষৰ ছাত্ৰীকো কিতাপ-পত্ৰৰ বাবদ দিয়া হ’ব ১৫০০
Read More...

হোজাইত প্ৰজ্ঞান ভাৰতীৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

হোজাইৰ শংকৰদেৱ নগৰ কাছাৰী ময়দানত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতীৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান । উক্ত অনুষ্ঠানত ৬৩৪ গৰাকী ছাত্ৰীক স্কুটি বিতৰন কৰা হয় । উচ্চ শিক্ষা বিভাগ, অসম চৰকাৰৰ অধীনত হোজাইৰ শংকৰদেৱ নগৰ কাছাৰী ময়দানত
Read More...

বিলাসীপাৰাত দৰিদ্ৰ জনতাৰ মাজত জোনাকী এছোছিয়েছনৰ কম্বল বিতৰণ

পশ্চিম অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত মানুহ মানুহৰ বাবে এক সুস্থ সমাজিক -সাংস্কৃতিক আৰু শৈক্ষিক আঞ্চলিক সেচ্ছাসেৱী সন্থা জোনাকী এছোছিয়েছনৰ সম্পাদক, মস্তাফিজুৰ ৰহমান আৰু লগতে কৰ্মকৰ্ত্তা সকলৰ মানৱীয় যাত্রাৰ মহান অংশ স্বৰুপে
Read More...

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত টংলা মহাবিদ্যালয়ত বাণীকান্ত কাকতি মেধা বঁটা বৈদ্যুতিক স্কুটাৰ প্ৰদান

ৰবিবাৰে ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয় প্ৰাঙ্গনত 'প্ৰজ্ঞান ভাৰতী আঁচনি অধীনৰ ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাবী ছাত্ৰীসকলৈ অনুষ্ঠানিক ভাৱে বৈদ্যুতিক স্কুটাৰ প্ৰদান কৰে। বৈদ্যুতিক স্কুটাৰ
Read More...

নলবাৰীৰ ধমধমা আঞ্চলিক কলেজত ভাৰতীয় সেনাবাহিনীৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

যিকোনো বিপদকালিন সময়ত দেশৰ বাবে নিজৰ জীৱন উচৰ্গা কৰাৰ লগতে ভাৰতীয় সেনা বাহিনীয়ে বিগত বছৰ বছৰ ধৰি বিভিন্ন সামাজিক কাৰ্যত মনোনিৱেশ কৰাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি নলবাৰী জিলাৰ ধমধমা আঞ্চলিক কলেজৰ প্ৰাংগনত ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ
Read More...

জুবিন গাৰ্গক চূড়ান্ত অপমান অৰুণাচল প্ৰশাসনৰ

অসমৰ একেবাৰে পূব প্ৰান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক অঞ্চলত পাহাৰীয়া খৰশ্ৰুতা নদী ন-দিহিঙৰ বুকুত অঞ্চলটোৰ ৰাইজৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছিল ৪৯০ মিটাৰ দৈঘ্যৰ এখন বাঁহৰ দলং ৷ দলঙখনৰ নাম দিছিল জুবিন গাৰ্গ দলং ৷ চৰকাৰৰ বঞ্চনা আৰু
Read More...

স্থানীয়ভাৱে প্ৰস্তুত কৰা ক’ভিডৰ প্ৰতিষেধকত অনুমোদন

স্থানীয়ভাৱে প্ৰস্তুত কৰা ক'ভিডৰ প্ৰতিষেধক কোভেক্সিন বিশেষ পৰিস্থিতিত জৰুৰী ভাৱে প্ৰয়োগ কৰাৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ প্ৰাধিকৰণৰ বিশেষজ্ঞ সকলে অনুমোদন জনাইছে।
Read More...

কৰ’ণা ভেকচিনৰ ‘ড্ৰাই ৰাণ’ গুৱাহাটী মহানগৰীত সফলভাৱে সম্পন্ন

গুৱাহাটী মহানগৰীত সফলভাৱে সম্পন্ন কৰ’ণা ভেকচিনৰ ‘ড্ৰাই ৰাণ’ : কভিড প্ৰতিষেধক প্ৰদানৰ পূৰ্বে অনুশীলনমূলক ‘ড্ৰাই ৰাণ’ শনিবাৰে গুৱাহাটী মহানগৰীৰ তিনিটাকৈ কেন্দ্ৰত সফলভাৱে সম্পন্ন হৈ যায়৷ স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে গুৱাহাটী চিকিৎসা
Read More...

মৰিয়নীত গুলীবিদ্ধ ১৫ বছৰীয়া এটি কিশোৰৰ মৃতদেহ উদ্ধাৰ

মৰিয়নীত গুলীবিদ্ধ ১৫ বছৰীয়া এটি কিশোৰৰ মৃতদেহ উদ্ধাৰ । মৰিয়নীৰ নাগাজাংকা চাহ বাগিচাৰ সমীপৰ এখন কাঠনীৰ মাজত গুলীবিদ্ধ মৃতদেহটো উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য৷ মৰিয়নীৰ দিচৈভেলি সংৰক্ষিত বনাঞ্চলৰ কিছু দূৰত অৱস্থিত এই নাগাজাংকা চাহ বাগিচা।
Read More...

৮ জানুৱাৰীৰ পৰা ভাৰত আৰু ব্রিটেইনৰ মাজৰ বিমানসেৱা পুনৰ আৰম্ভ

কেন্দ্ৰীয় চৰকাৰে অহা ৮ জানুৱাৰীৰ পৰা ভাৰত আৰু ব্রিটেইনৰ মাজৰ বিমানসেৱা পুনৰ আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে । বিমান পৰিবহন মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে কৈছে যে, চলিত মাহৰ ২৩ তাৰিখলৈ ভাৰত আৰু ব্রিটেইনৰ মাজত প্রতি সপ্তাহত মাত্র ৩০
Read More...