Breaking

Browsing Category

অসম

৫০ বিধ চাহ আৰু অসমৰ পৰম্পৰাগত থলুৱা খাদ্যৰে উজলি উঠিছে ‘কুঁঁহি টি বাৰ

নতুন বৰ্ষতযুৱপ্ৰজন্মৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে নগাঁও জিলাৰ চামগুৰিৰ এগৰাকী উদ্যমী মহিলাই।নগাঁৱৰ পৰা উজনি অসমলৈ যোৱাৰ পথত চামগুৰিৰ বেচিক প্ৰশিক্ষণ কেন্দ্ৰৰ ৫০০ মিটাৰ নিলগতে ভেলৌগুৰিৰ হেমাৰবড়ী নামৰ ঠাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ
Read More...

সমগ্ৰ দেশতে বিনামূলীয়া হ’ব কোৰোণাৰ ভেকচিন

সমগ্ৰ দেশতে প্ৰতিষেধক প্রদানৰ পৰীক্ষামূলক কুচকাৱাজ আৰম্ভ হোৱাৰ মাজতে শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড৹ হৰ্ষবৰ্ধনে ভেকচিন সমগ্ৰ দেশতে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল। দিল্লীৰ এখন চিকিৎসালয়ত ‘Covid-19’ ভেকচিনৰ ড্ৰাই ৰান
Read More...

১১ মে’ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ১২ মে’ৰ পৰা উ: মা: চূড়ান্ত পৰীক্ষা

অৱশেষত ঘোষনা কৰা হল শিক্ষান্ত পৰীক্ষা আৰু উ: মা: চূড়ান্ত পৰীক্ষাৰ তাৰিখ । টুইটাৰযোগে ঘোষণা কৰিলে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ১১ মে'ৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । একেদৰে  অহা ১২ মে'ৰ পৰা আৰম্ভ হ'ব উ: মা:
Read More...

নতুন কৃষি আইনৰ সপক্ষত ৮শৰো অধিক শিক্ষাবিদৰ স্বাক্ষৰ

নতুন কৃষি আইনক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ । একাংশ কৃষক সংগঠনে কৃষি আইন বাতিলৰ দাবীত অটল আছে । কৃষি আইনৰ বিৰোধিতাৰ গইনা লৈ অবৰোধ কৰা হৈছে ৰাজপথ, ধ্বংস কৰা হৈছে ৰাজহুৱা সম্পত্তি ।ভাৰতবৰ্ষৰ অৰ্থনীতি প্ৰধানকৈ কৃষি খণ্ডৰ
Read More...

সুখবৰ, প্ৰত্যাহাৰ কৰা হ’ব পেট্ৰ’ল-সুৰাৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ

২০২১ বৰ্ষৰ প্ৰথম দিনটোতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে আগবঢ়ালে সুখবৰ। ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব পেট্ৰ’ল- সুৰাৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ। কেৱল ইমানেই নহয়, কোৰোণা ভাইৰাছৰ মহা সক্ৰমণৰ সময়ত অৰ্থনৈতিক দিশত
Read More...

ভৈৰৱকুণ্ডত টংলা প্ৰেছ ক্লাৱৰ কাৰ্যনিৰ্বাহক সভা আৰু বিশেষ সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান

নৱবৰ্ষ ২০২১ক স্বাগতম জনাই ভাৰত ভূটান সীমান্ত তথা অসমৰ অন্যতম পর্যতনথলী ভৈৰবকুণ্ডৰ সমীপৱৰ্তী স্বপনগাওঁৰ মানৱ সৃষ্ট অৰণ্য তথা এলিফেণ্ট কান্ত্ৰী উদ্যানত পহিলা জানুৱাৰী শুক্ৰবাৰে টংলা প্ৰেছ ক্লাৱৰ কাৰ্যনিৰ্বাহক সভা আৰু বিশেষ সম্বৰ্ধনা
Read More...

মিকিৰ বামুণী গ্ৰান্টত কৃষক মহিলাক নিৰ্যাতনৰ ঘটনা

নগাঁও জিলা বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰান্টৰ আমদাং গাঁৱৰ ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষি ভূমিৰ পৰা থলুৱা কৃষকক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে উচ্ছেদ কৰি সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা আৰু বামুণী মিকিৰ
Read More...

অসম সমবায় মৰাপাট কলৰ উৎপাদন আৰম্ভ

নৱবৰ্ষৰ পহিলা দিনৰ দিনাই কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ পুনৰ উৎপাদন আৰম্ভ হয়। বহু উৎকণ্ঠাৰ মাজতে কালি পুৱা ছয় বজাত স্থানীয় বিধায়ক, জলসম্পদ মন্ত্ৰী তথা কল পৰিচালনা মণ্ডলীৰ সভাপতি কেশৱ মহন্তই মৰাপাট কলটোৰ চুইছ অন কৰি উৎপাদনৰ
Read More...

বিশিষ্ট সাংবাদিক, লেখক মনোজ কুমাৰ গোস্বামীলৈ কলংপাৰ বঁটা

 নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কলংপাৰ কাকত গোষ্ঠীৰ দ্বাৰা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ'ব "কলংপাৰ বঁটা -২০২০" । অহা ৩ জানুৱাৰীত ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা প্ৰেক্ষাগৃহত "আমাৰ অসম" কাকতৰ মুখ্য সম্পাদক
Read More...

নগাঁৱত কেইগৰাকীমান শিক্ষিত অসমীয়া যুৱকৰ অসমীয়াগিৰি

প্ৰকৃতিৰ বিনন্দীয়া ৰূপ দেখিবলৈ পোৱা যায় শীত কালত ৷শীতে লৈ আহে বহু সুখৰ বতৰা ৷কৃষি-শস্য আদিলৈকো লৈ আহে এক প্ৰাণচঞ্চল আশাৰ হাঁহি ।এই শীততে নগাঁও চহৰৰ কিছু নিলগৰ হালধিআটিত দেখিবলৈ পোৱা গৈছে এখন ফুলাম হালধীয়া দলিচা। নতুন বছৰত হালধীআটি
Read More...