Breaking

Browsing Category

অসম

আজিৰে পৰা খোলা হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

কৰ’ণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ সময়ত আজিৰে পৰা খোলা হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। কৰ’ণাৰ সকলো নীতি-নিয়ম মানি চলি বিদ্যালয়সমূহলৈ ছাত্ৰ-ছাত্ৰী অহা পৰিলক্ষিত হৈছে। বিদ্যালয় গৃহ ছেনিটাইজ কৰি, মুখত মাস্ক পৰিধান কৰি শিক্ষকসকলে শিক্ষাৰ্থীক পাঠদান
Read More...

৪ জানুৱাৰীত অনুষ্ঠিত হ’ব বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক

বিটিচিৰ শপতগ্ৰহণৰ পিছতে বিভিন্ন কাৰ্যবাহী বিষয়াসকলৰ মাজত বিতৰণ কৰা হয় বিভাগ। ৪ জানুৱাৰীত অনুষ্ঠিত হ’ব কাৰ্যবাহী পৰিষদৰ বৈঠক । এই কথা জনালে মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৱে । উপ মুখ্য কাৰ্যবাহী বিষয়া গোবিন্দ্ৰ চন্দ্ৰ বসুমতাৰীক
Read More...

বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰ্চা কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বতে হোৱা দেখা যায়। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ আকৌ এবাৰ প্ৰমাণ হ’ল । কৰ’ণাৰ সময়চোৱাত মোদীয়ে সমগ্ৰ বিশ্বতে বিশেষ চৰ্চাত আছে।  বিশ্বৰ নেতা সকলৰ
Read More...

নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ

নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা কৰিছে কেন্দ্ৰই ৷ ৰাজ্যখনত ছমাহলৈ বৃদ্ধি কৰা হৈছে বিতৰ্কিত সশস্ত্ৰ বাহিনী (বিশেষ) ক্ষমতা আইনৰ ম্যাদ ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বুধবাৰে এক অধিসূচনা জাৰি কৰি এই নিৰ্দেশনা প্ৰকাশ কৰে ৷ গৃহ মন্ত্ৰালয়ৰ
Read More...

বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভা : ২০২১ বিধান সভা নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব

মহানগৰীৰ দিছপুৰ স্হিত গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত আজি বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হয় ৷ জিলা সভাপতি মৃগেন শৰনীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট ব্যক্তি হিচাপে দলৰ জেষ্ঠ্য নেতা তথা মন্ত্ৰী
Read More...

পুনৰ জিঅ’ৰ বিনামূলীয়া সেৱা : ১ জানুৱাৰীৰ পৰা বিনামূলীয়া ফোন কল

জিঅ’ চাবস্ক্ৰাইবাৰ সকলে ১ জানুৱাৰীৰ পৰা ফ্ৰী ভইচ ক’ল সেৱাৰ লাভ উঠাব পাৰিব । বৃহস্পতিবাৰে ৰিলায়েঞ্চ জিঅ’ই এই কথা জনাবলৈ দিয়ে। ৰিলায়েঞ্চ জিঅ’ কতৃপক্ষই জানিবলৈ দিয়ে যে off-net domestic voice calls সম্পূৰ্ণ বিনামূলীয়া হ’ব। অৰ্থাত আই ইউ
Read More...

মানকাচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত কেশাৰভিটা গাৱত যোৱা নিশা গোপন সুত্ৰৰ পম খেদি মানকাচৰ আৰক্ষী থানাৰ সহ উপ পৰিদৰ্শক ক্ষীতিশ ৰায় আৰু কনিষ্টবল শ্বৰীফ হাজৰিকাৰ নেতৃত্বত ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে এক অভিযান চলায়।উক্ত
Read More...

মাৰ্চিয়েল আৰ্টত পদক অৰ্জনেৰে জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে দুই কণমাণি টিনা আৰু বিজিতে

গুৱাহাটীৰ বাইহাটা চাৰিআলিত অনুষ্ঠিত মাৰ্চিয়েল আৰ্টৰ  প্ৰতিযোগীতাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দুই ভাতৃ ভগ্নীয়ে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ জামুগুৰিহাটৰ উদ্ধবৰাচুক গাঁৱৰ কৃষ্ণ শইকীয়া আৰু কল্পনা শইকীয়াৰ দুই সন্তান ক্ৰমে ১১ বছৰীয়া
Read More...

আৰ ডি এডুকেশ্বন ফাউণ্ডেচনৰ বিদ্যালয় চেনিটাইজ

ক'ভিডৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ পৰিপ্ৰক্ষিতত ইতিমধ্যে ৰাজ্য চৰকাৰে পুনৰ পাঠদানৰ ব্যৱস্থা কৰিছে। প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পহিলা জানুৱাৰীৰ পৰা হোৱাৰ কথা শিক্ষামন্ত্ৰীৰ ঘোষণাৰ পিছতেই সকলো বিদ্যালয়তে চেনিটাইজ কৰা হৈছে। আৰ ডি
Read More...

নগাঁৱত দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই কলেজৰ ছাত্ৰৰ পৰা লুটি নিলে ধন

নগাঁৱত দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই দুজনকৈ কলেজীয়া ছাত্ৰৰ পৰা লুটি নিলে ধন। নগাঁও চহৰৰ মুকুট শৰ্মা চাৰিআলি আৰু নগাঁও ছোৱালী কলেজৰ সমীপৰ পদ সেঁতুৰ সমীপত আজি বিয়লি প্ৰায় চাৰি বজাত পৃথকে পৃথকে সংঘটিত হয় এই ডকাইতিৰ ঘটনা।
Read More...