Breaking

Browsing Category

অসম

অসমক ইছলামিক ৰাষ্ট্ৰ হোৱাৰ পৰিকল্পনা কেতিয়াও বাস্তৱ হ’ব নিদিয়ে বিজেপিয়ে : জয়ন্ত মল্ল বৰুৱা

বিজেপি হোজাই জিলাৰ কাৰ্য্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ আহি জয়ন্ত মল্ল বৰুৱাৰ বিস্ফোৰক মন্তব্য । বদৰুদ্দিন আজমল সম্পৰ্কত মন্তব্য কৰি কয় যে, "অসমত এক চক্ৰই গ্ৰাস কৰিবৰ কাৰনে চেষ্টা কৰি আছে, যত অসম বা উত্তৰ পূৰ্বাঞ্চলক ইছলামিক ৰাষ্ট্ৰ কৰাৰ
Read More...

অসম ৰাজ্যিক চিৰিয়াখানা পুনৰ মুকলি

অৱশেষত আজিৰে পৰা পুনৰ মুকলি কৰা হ’ব গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা । কৰ’ণাৰ প্ৰকোপৰ ওপৰত লক্ষ্য ৰাখি ১৭ মাৰ্চৰ পৰা বন্ধ হৈ আছিল চিৰিয়াখানা । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰিব চিৰিয়াখানা ।
Read More...

ৰাজ্যত বন্ধ হ’ল চৰকাৰী মাদ্ৰাছা : গৃহীত হ’ল বিল

সদনত গৃহীত হ'ল আছাম ৰিপিলিং বিধেয়ক ২০২০। এই বিধেয়কৰ ভিত্তিতেই ৰাজ্যত বন্ধ হ'ল চৰকাৰী মাদ্ৰাছা। মাদ্ৰাছা ৰূপান্তৰিত হ'ব চৰকাৰী স্কুললৈ। চৰকাৰী ধনেৰে ধৰ্মীয় শিক্ষা দিয়া নহ'ব বুলি উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ। ধৰ্মীয় শিক্ষাৰ বিপৰীতে
Read More...

বঢ়মপুৰৰ দিন-হাজিৰা কৰা পৰিয়াললৈ এমাহৰ বিদ্যুৎ বিল আহিল ১.৩৭ লাখ টকা

নগাঁও জিলাৰ চামগুৰি বিদ্যুৎ উপ-সংমণ্ডল কাৰ্য্যালয়ৰ জৰিয়তে বহু উপভোক্তালৈ অত্যাধিক টকা পৰিমাণৰ বিদ্যুৎ বিল প্ৰেৰণ কৰাৰ দৰে ঘটনা সততে সংঘটিত হোৱাৰ দৰে পুনৰ আন এক আজৱ কাণ্ড শেহতীয়াকৈ পোহৰলৈ আহিছে । প্ৰাপ্ত তথ্য অনুসৰি, বঢ়মপুৰ বৰলালুংগাঁও
Read More...

ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন

নিজৰ জীৱন উচৰ্গা কৰি দেশ মাতৃৰ সেৱা কৰাৰ লগতে ভাৰতীয় সেনা বাহিনীয়ে বিগত বছৰ বছৰ ধৰি বিভিন্ন সামাজিক কাৰ্যত মনোনিৱেশ কৰাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ পাটকিজুলি অঞ্চলৰ ফুটবল খেলপথাৰত আজি ভাৰতীয় সেনাবাহিনীৰ
Read More...

সমাজকৰ্মীলৈ জগজীৱন ৰাম ৰাষ্ট্ৰীয় সন্মান পদক-২০২০ঃদিল্লীত উজলিল নাজিৰাৰ শুৱলা দাস

শিৱসাগৰ জিলাৰ নাজিৰা নগৰৰ ৬নং ৱাৰ্ডৰ নিবাসী ব্যৱসায়ী আনন্দ দাসৰ পত্নী শুৱলা দাসে নতুন দিল্লীত ভাৰতৰ কেইবাগৰাকী শ্ৰেষ্ঠ সমাজ সেৱক আৰু সাংস্কৃতিক কৰ্মীৰ তালিকাত অসমৰ পৰা  শ্ৰেষ্ঠ সমাজ সেৱীকাৰ স্হান দখলৰে এক সুনাম কঢ়িয়াই আনিছে।উল্লেখ্য‌ যে
Read More...

গোৱালপাৰাৰ ৰনুৱাত AIUDF দলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা

সমাগত বিধানসভা নিৰ্বাচন ৷এই নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল ৷পিছে এনে ক্ষনত পিছ পৰি নাথাকিল গোৱালপাৰ জিলাৰ পুৱ গোৱালপাৰা সমষ্টি ৷সমষ্টিখনত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে AIDUF দলৰ ৷দলটোৰ জিলা উপ সভাপতি তথা টিকট প্ৰত্যাশী
Read More...

বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত সাময়িক প্ৰেক্ষাপটত নাৰী নিৰ্যাতন প্ৰতিৰোধৰ উপায় সম্পৰ্কে…

নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত মংগলবাৰে সাময়িক প্ৰেক্ষাপটত নাৰী নিৰ্যাতন প্ৰতিৰোধৰ উপায়(A Symposium on protection of women from harassment at present situation) সম্পৰ্কে
Read More...

এই পি এচ চিত স্থান লাভ কৰাসীমা দেবী ইয়েনক টি,এম,পি,কে,ৰ অভিনন্দন

সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত উজলি উঠা সীমা দেবী ইয়েনক সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ টি,এম,পি,কে,ৰ তৰফৰ পৰা অলপতে অভিনন্দন জ্ঞাপন কৰা হয়। কৰ্ম সুত্ৰে যোৰহাট নগৰৰ বাসিন্দা তথা তেল আৰু প্ৰাকৃতিক গেছ আ‌য়োগৰ বিষয়া ঘনকান্ত
Read More...

অসম সাহিত্য সভাৰ ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

" সাম্প্ৰতিক সময়ত অসমীয়া ভাষা , সাহিত্য - সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিলে জাতিৰ অস্তিত্বলৈ সংকট আহিব " ড০ জীৱন কলিতাদিলীপ হাজৰিকা : নাজিৰা : ৩০ ডিচেম্বৰ : - অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দন " অসম সাহিত্য সভাৰ " ১০৪ সংখ্যক প্ৰতিষ্ঠা
Read More...