Breaking

Browsing Category

অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত সমাজ শাস্ত্ৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি গৌৰৱ…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক পৰীক্ষাৰ সমাজ শাস্ত্ৰ বিষয়ত মণি শইকীয়াই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি নাজিৰা মহকুমা তথা শিৱসাগৰ জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । নাজিৰাৰ ঐতিৰ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক
Read More...

মিৰ্ছেচ ইণ্ডিয়া প্ৰতিযোগিতাত খিতাপ অৰ্জন গহপুৰৰ শিক্ষয়িত্ৰী ছায়া গোস্বামীৰ

বেদেতীৰ জীয়ৰী তথা গহপুৰৰ বোৱাৰী শ্ৰীমতী ছায়া গোস্বামীয়ে মিছন ড্রিমছ ৰ সৌজন্যত কলিকতাত অনুষ্ঠিত সৰ্বভাৰতীয় মিছেছ ইণ্ডিয়া প্ৰতিযোগিতাত  মিছেছ দিভা খিতাপ অৰ্জন কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিছে  |  সৰ্বভাৰতীয় পৰ্যায়ত প্রথমতে ভোটিং আৰু
Read More...

ৰঙিয়াত সন্ধানহীন দুইবছৰীয়া কন্য সন্তানসহ মাতৃ

ৰঙিয়া মহকুমাৰ অন্তৰ্গত কুমাৰপাটা গাওঁত দিন দুপৰতে মাতৃ-কন্যা সন্ধানহীন হোৱাৰ দৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছেষ । কেবাদিন ধৰি ৰঙিয়াৰ কুমাৰপাটাৰ পৰা সন্ধানহীন হৈ আছে জেৰিফা ওৱাহেদা (২১) আৰু কন্যা আলিফা জান্নাত (২) । যোৱা বুধবাৰ ২৩
Read More...

টিংৰাই অঞ্চলৰ অৱসৰপ্ৰাপ্ত কৃৰ্তি শিক্ষক মানিক শৰ্মা আৰু মঞ্জুৰাণী দেৱীক বিদায় সম্বৰ্ধনা জ্ঞাপন

দৈনন্দিন বাৰ্তা সেৱা, টিংৰাই, ৩০ ডিচেম্বৰ, শিক্ষাদানৰ বৃত্তি দৰে মহান কৰ্ম জৰিয়তে সমাজত উৰেতু জীৱন জ্ঞানৰ পোহৰ বিলাই অৱশেষত নিজৰ কৰ্মজীৱনৰ পৰা বিদায় লোৱা সময়ত প্ৰতিজন কৃৰ্তিশিক্ষক স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সন্মান সহকাৰে
Read More...

মাজুলীত বিজ্ঞান সজাগতা সভা

বিজ্ঞান প্ৰযুক্তি বিভাগ আৰু অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম বিজ্ঞান সমিতি,মাজুলী শাখাৰ উদ্যোগত আজি সোনোৱাল কছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ ওপৰত এখনি সজাগতা অনুষ্ঠিত কৰা হয়।সভাখন সঞ্চালনা কৰে বিদ্যালয়ৰ
Read More...

ইণ্ডীয়া বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছে টীয়কৰ “পদ্মনাভে”

টীয়ক, ২৯ ডিচেম্বৰ, নিজৰ একাগ্ৰতা আৰু কঠোৰ সাধনাৰ বলত সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলিবলৈ সক্ষম হৈছে টীয়কৰ এজন মেধাবী ছাত্ৰ । খেলৰ জৰিয়তে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এই গৰাকী প্ৰতিভাৱান খেলুৱৈ হৈছে টীয়ক নগৰৰ 4 নং ৱাৰ্ড নিবাসী
Read More...

কংগ্ৰেছৰ হোজাই জিলা উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও

আজি হোজাই জিলা কংগ্ৰেছৰ নেতৃত্বত  পেট্ৰল ডিজেল ,ৰন্ধনগেছ সামগ্ৰী আদিৰ মূল্য বৃদ্ধিৰ‌ প্ৰতিবাদত হোজাই জিলা উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে হোজাই জিলা কংগ্ৰেছৰ সভাপতি ড° অৰ্ধেন্দু কুমাৰ দে, হোজাই
Read More...

সোণতলীত খেতিয়কৰ প্ৰতিবাদ : কৃষি মন্ত্ৰী অতুল বৰা মুৰ্দাবাদ ধ্বনিৰে থানাত এজাহাৰ

দক্ষিণ কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ কাছাৰীপাম গাঁৱৰ আলু খেতিয়ক সকলে আজি কৃষি মুন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।খেতিয়ক সকলে আলু খেতিৰ পথাৰত গৈ অসম চৰকাৰ হায় হায়,অতুল বৰা মূৰ্দাবাদ,আমাৰ
Read More...

অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী বিদ্যুৎ চন্দ্ৰ দাসৰ অভিনন্দন গ্ৰন্থ “সূৰ্য্য স্মৰণ” উন্মোচন

তামুলপুৰ আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত আৰু পৰিয়াল বৰ্গৰ সহযোগত টেবিতোলা নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক ,সমাজকৰ্মী বিদ্যুৎ চন্দ্ৰ দাসৰ এখন অভিনন্দন গ্ৰন্থ অলপতে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজত উন্মোচন কৰা হয় ৷
Read More...

নাজিৰাত জাতিধ্বংসী ” কা ” বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বিশাল গণ প্ৰতিবাদ

অসম আৰু অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই গুড়া হিন্দুত্ববাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে বি জে পি দলক ২০২১ চনত যোগ্য প্ৰত্যুত্তৰ দিব অসমীয়া জনগণে । ইয়াৰ অংশ স্বৰূপে ২০২১চনৰ পিছত ভ্ৰষ্টাচাৰী দলটোৰ নেতা তথা সৰ্বানন্দ সোনোৱাল , হিমন্ত
Read More...