Breaking

Browsing Category

অসম

মাইক্ৰ’ফাইনেন্স কোম্পানীৰ শোষণৰ বিৰোধিতাৰে টীয়কত প্ৰতিবাদী সমদল

যোৰহাটৰ টীয়কত পুনৰ মাইক্ৰ'ফাইনেন্স কোম্পানীৰ শোষণৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল ৩টাকৈ সংগঠনৰ সদস্য । মঙলবাৰে সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতি, মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চ আৰু
Read More...

লক্ষীপুৰত ব্লক ভিত্তিত বিজ্ঞান মেলা : ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰতিযোগিতা

গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ টাউন হাই স্কুল চৌহদত  দিনযোৰা কাৰ্যসূচীৰে লক্ষীপুৰ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু অসম বিজ্ঞান কাৰিকৰী আৰু পৰিবেশ পৰিষদৰ সহযোগত বিজ্ঞান ভিত্তিত প্ৰতিযোগিতা আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই উপলক্ষে পূৱা
Read More...

টীয়কত যোৰহাট জিলা কবি সন্মিলনৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিৱেশন : সন্মানীয় গাণ্ডীৱ, কাব্য প্ৰভা,কাব্য…

অসম কবি সন্মিলনৰ যোৰহাট জিলা কবি সন্মিলনৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিৱেশনখন যোৱা ২৭ ডিচেম্বৰত দিনজোৰা কাৰ্যসূচীৰে টীয়কত অনুষ্ঠিত হৈ যায়। টীয়ক শাখা কবি সন্মিলনৰ আতিথ্যত টীয়ক ব্ৰাহ্মণ গাওঁস্থিত শঙ্কৰজ্যোতি কলা-কৃষ্টি কেন্দ্ৰত
Read More...

চেলেংহাতট আটাছুৰ অৱস্থান ধৰ্মঘট : জনজাতিকৰন আৰু পৌৰাণিক কৃতিচিহ্ন সমূহ সংৰক্ষণ দাবীৰে স্মাৰক পত্ৰ…

যোৰহাট জিলাৰ চেলেংহাতৰ ষ্টেচনৰ সমীপত আজি দিনৰ ১১ বজাৰ পৰা টাই আহোম ছাত্ৰ সন্থাৰ চেলেংহাত আঞ্চলিক সমিতিয়ে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। আটাছুৰ সদস্য সকলে আহোম যুগৰ প্ৰাচীন কৃতি চিহ্ন সমূহৰ সংৰক্ষণ আৰু আহোম সকলক জনজাতিকৰণৰ দাবীৰে
Read More...

“আপকু” ৰ নৱ নিৰ্বাচিত উপ সভাপতি মুকুল বৰা আৰু সাংগাঠনিক সম্পাদক ৰূস্তম গগৈক সম্বৰ্ধনা

মফচলীয় সংবাদ কৰ্মী সকলক লৈ গঠিত হোৱা আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ নৱ নিৰ্বাচিত উপ সভাপতি মুকুল বৰা আৰু সাংগাঠনিক সম্পাদক ৰূস্তম গগৈক আজি সাপেখাতী প্ৰেছ ক্লাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।সাপেখাতী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা
Read More...

সাপেখাতীত আটাছু’ৰ জনজাতিকৰণ, কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত দুঘণ্টীয়া অৱস্হান…

সাপেখাতী, ২৯ ডিচেম্বৰ ২০২০:  জনগোষ্ঠীক জনজাতিকৰণ , নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অখিল গগৈক মুক্তিৰ দাবীত আজি আটাছু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু দল সংগঠনৰ বিষয়বীয়াৰ উপস্থিতত সাপেখাতীত দুঘণ্টীয়া অৱস্হান ধৰ্মঘট অনুষ্ঠান ৰূপায়ণ কৰি
Read More...

চেলেংহাটৰ বিশিষ্ট সমাজ কৰ্মী তুষাৰ পাললৈ অসম গৌৰৱ বঁটা

টীয়ক:- যোৰহাট জিলাৰ  চেলেংহাট নামচেচুৰ বাসিন্দা, বিশিষ্ট সমাজ কৰ্মী, শৰীৰ চৰ্চাবিদ তথা নিচা মুক্তি অভিযানৰ লগত জড়িত তুষাৰ পালক সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চই  অসম গৌৰৱ  বঁটা প্ৰদান কৰিছে।। ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা
Read More...

পানী নিস্কাষণৰ বাবে নিৰ্মাণ কৰা নলাই বাৰিষা জীয়াতু ভুগাব টীয়ক নগৰবাসীক

কাকজান, ২৯ ডিচেম্বৰ : চাৰিলেন যুক্ত পথ নিৰ্মাণৰ চৰম মইমতালিৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যোৰহাস্থিত কাৰ্যালয়ৰ একাংশ বিষয়াক মেনেজ কৰি "জিডিচিএল" নামৰ নিৰ্মাণ সংস্থাৰ পৰা উপ ঠিকা লাভ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট বাইপাচৰ পৰা জাঁজী
Read More...

হেলিকপ্টাৰ যোগে লাউচৰ আম্বানী খ্যাত হাবিব মহম্মদ চৌধুৰীৰ পাঠিমাৰী-খোলাবান্ধাত সজাগতা সভা

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত পাঠিমাৰী-খোলাবান্ধা চৰাঞ্চলত সোমবাৰে হেলিকপ্টাৰ যোগে আহি সংখ্যালঘু জনগনৰ সৰ্বাংগীণ উন্নয়ণৰ লগতে যেন নিৰ্বাচনৰ আগতীয়া বতৰা দি গল লাউচৰ আম্বানী খ্যাত হাবিব মহম্মদ চৌধুৰীয়ে। দৰিদ্ৰতাৰে সংগ্ৰাম কৰি কেনেকৈ
Read More...

কলিয়াপানী মণ্ডল মহিলা মৰ্চাৰ সাংগঠনিক কায্যৰ্নিবাহক সভা অনুষ্ঠিত

কাকজান ২৯ ডিচেম্বৰঃ যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টি কলিয়াপানী মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ  মংগলবাৰে  কলিয়াপানী মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত সাংগঠনিক কায্যৰ্নিবাহক সভা অনুষ্ঠিত হয়। কলিয়াপানী মহিলা মৰ্চাৰ  সভানেত্ৰী নীলিমা বৰুৱাৰ
Read More...