Breaking

Browsing Category

অসম

গৰৈমাৰীত নাৰীদেহ ব্যৱসায়ী আৰু নাৰী সৰবৰাহী চক্ৰ উৎখাত কৰাৰ দাবীত উত্তাল প্ৰতিবাদ

বকো ২৯ ডিচেম্বৰ:: ৰাজ্যৰ গ্ৰামাঞ্চলত সক্ৰিয় হৈ উঠা নাৰীদেহ ব্যৱসায়ী আৰু নাৰী সৰবৰাহী চক্ৰ উৎখাত কৰাৰ দাবীত আজি হঠাতেই উত্তাল হৈ পৰিল গৰৈমাৰী অঞ্চল৷ উল্লেখ্য, অঞ্চলটোত সঘনাই নাৰীজনিত অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে যদিও স্থানীয় প্ৰশাসন
Read More...

আনুষ্ঠানিক ভাৱে গেৰুৱা হ’ল অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালা

আজি দিনৰ ১১ বজাত ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত সদ্য কংগ্ৰেছ ত্যাগী অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালায়ে পিন্ধিলে গেৰুৱা বসন ৷ কংগ্ৰেছ নেত্ৰী তথা গোলাঘাটৰ প্ৰাক্তন বিধায়িকা, সদ্য পদত্যাগী কংগ্ৰেছ বিধায়ক
Read More...

মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সপ্তম দ্বি–বাৰ্ষিক অধিৱেশন সম্পন্ন

টিহু মহকুমাৰ মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সপ্তম দ্বি–বাৰ্ষিক অধিৱেশনখন বিভিন্ন কাৰ্যসূচীৰে আজি  মাখিবাহা সভাৰ খলাত সম্পন্ন হয়  ।  এই উদ্দেশ্যে পুৱা  মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সভাপতি উপেন্দ্ৰনাথ দত্তই জ্যেষ্ঠ নাগৰিক পৰিষদৰ পতাকা
Read More...

বোকাখাতত ৰূপজ্যোতি সংঘৰ ১৫ দিনীয়া নাট্য কৰ্মশালাৰ সামৰণি

বোকাখাত, ২৮ ডিচেম্বৰঃঅসমৰ এমেচাৰ নাট জগতৰ এক মাইলৰ খুটি, প্ৰায় দুকুৰি বছৰীয়া বোকাখাতৰ ৰূপজ্যোতি সংঘৰ উদ্যোগত আৰু বোকাখাত নাট্যমন্দিৰৰ সহযোগত অনুষ্ঠিত ১৫ দিনীয়া নাট্য কৰ্মশালাৰ সামৰণি পৰে যোৱা ২৭ ডিচেম্বৰত। ১২ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ
Read More...

প্ৰবীন নাট্যকৰ্মী মনো বৰালৈ ‘ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল’শ্বিপ বঁটা ২০২০’ ঘোষণা

বোকাখাত, ২৮ ডিচেম্বৰঃএটাৰ পিছত আনটোকৈ ৰাষ্ট্ৰীয় সন্মান প্ৰাপকৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে বোকাখাতৰ বিশিষ্ট ব্যক্তিৰ নাম। এইবাৰ ভাৰতীয় দলিত সাহিত্য একাডেমিয়ে বোকাখাতৰ প্ৰবীন নাট্যকৰ্মী মনো বৰালৈ ঘোষণা কৰিছে 'বাবা চাহেব ড° আম্বেদকাৰ
Read More...

ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ অৱনী বৰঠাকুৰৰ সৈতে কথোপকথন : নাজিৰা কলেজ প্ৰতিষ্ঠা কৰি ঘাটী মঞ্জুৰী…

২৮ ডিচেম্বৰঃ নাজিৰাৰ বিশিষ্ট শিক্ষাবিদ আৰু ৰাজ্যৰ কমিউনিষ্ট আন্দোলনৰ ধাৰাত নীতিগত ভাৱে নিজকে ধৰি ৰাখি ৰাইজৰ পক্ষত সমস্যাৰ বিষয়ত সকলো সময়তে সৰৱ হৈ অহা অৱনী বৰঠাকুৰক পৰহি এক কথোপকথনৰ অনুষ্ঠানৰ মাজেদি বাসগৃহৰ সমীপত ৰাইজে বিপুল ভাৱে ওলগ আৰু
Read More...

বহুপথাৰত অসমীয়া সাহিত্য সন্মিলনীৰ আঞ্চলিক সমিতি গঠন

 দেৰগাঁও, ২৮ ডিচেম্বৰঃ অসমীয়া সাহিত্য সন্মিলনীৰ দেৰগাঁও আঞ্চলিক সমিতিৰ উদ্যেগত বনগাঁওৰ নামনি বহুপথাৰ হাইস্কুলত এখনি সভা অনুষ্ঠিত হৈ যায়। অৱসৰপ্ৰাপ্ত শিক্ষক ফনীধৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে অৱসৰপ্ৰাপ্ত শিক্ষক মানিক গগৈয়ে। 
Read More...

দেৰগাঁও লেখিকা সমাৰোহ সমিতিৰ গ্ৰন্থ উন্মোচনী সভা সম্পন্ন : তিনি গৰাকী লেখিকাৰ চাৰিখনকৈ গ্ৰন্থ…

দেৰগাঁও ২৮ ডিচেম্বৰঃ দেৰগাঁও লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত দেৰগাঁও ক্ৰীড়া সন্থা ভৱনত ২৭ ডিচেম্বৰত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। প্ৰাক্তন শিক্ষা বিষয়া যতীন্দ্ৰ নাথ নেওগে সভাপতিত্বত কৰা সভাখনিত তিনি গৰাাকী বিশিষ্ট লেখিকাৰ চাৰিখনকৈ
Read More...

গোগামুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ  ভুমিৰ অধিকাৰৰ দাবীত চাৰি সহস্ৰাধিক ৰাইজৰ মহা পদযাত্ৰা : এমাহৰ…

গোগামুখ, ২৮ ডিচেম্বৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ধেমাজি কৃষক মুক্তি সংগ্ৰাম সমিতি. ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত ভুমিৰ অধিকাৰ আৰু ভুমি পট্টন দিয়াৰ দাবীত মহা পদযাত্ৰা বাহিৰ কৰা হয় ৷  মিংমাং
Read More...

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰৰ অন্যতম বিষয়ঃ অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে উত্তৰ -পূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰৰ এটা অন্যতম বিষয় । কালি মণিপুৰৰ ৰাজধানী ইম্ফলত তিনিটা বৃহৎ প্ৰকল্প উদ্ধোধন কৰাৰ লগতে আন কেইবাখনো উন্নয়ণমূলক আঁচনিৰ আধাৰশিলা স্থাপন
Read More...