Breaking

Browsing Category

অসম

উৰিয়াগাঁৱত পথ দুৰ্ঘটনাত যুৱক নিহত

নগাঁও, ২৬ ডিচেম্বৰঃ নগাঁও জিলাৰ ইটাচালি টাউন আৰক্ষী চকীৰ অন্তৰ্গত উৰিয়াগাঁৱৰ বাইপাছ চ’কৰ সমীপত কালি নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। নিহত যুৱকজন বঢ়মপুৰ তিনিআলিৰ হিমাংশু বৰা (২৪) ।জানিব পৰা মতে ,কালি
Read More...

গুৱাহাটী প্ৰেছক্লাৱত উত্তৰন সাহিত্য মঞ্চ অসমৰ ৩৯ খন গ্ৰন্থ উন্মোচন

অনলাইন বাৰ্তা, ২৬ ডিচেম্বৰ : আজি গুৱাহাটী প্ৰেছক্লৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠিত উত্তৰন সাহিত্য মঞ্চ অসমৰ ৩৯ খন গ্ৰন্থ একেলগে উন্মোচনা কৰা হয় ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড°গীৰিশ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা
Read More...

ডিব্ৰুগড়ত এন পি এছ কৰ্মচাৰী সন্থাৰ বিশেষ সভা : জানুৱাৰীত গুৱাহাটীত বিশেষ অভিবৰ্তনৰ আয়োজন

মদাৰখাত, ২৬ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ উদ্যোগত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ত আঞ্চলিক সমিতিৰ প্ৰতিনিধিৰ উপস্থিতিৰে  এখন বিশেষ সভা অনুষ্ঠিত হয়। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী
Read More...

সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ দ্বাৰা ‘ৰাম বিজয়’ নাটৰ আখৰা তুংগত

উজনি-মাজুলী, ২৫ ডিচেম্বৰঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ মাজুলী জিলা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ দ্বাৰা নামনি চেৰেপাই গাঁৱৰ হৰিমন্দিৰত অঙ্কীয়া নাট প্ৰশিক্ষণ কৰ্মশালা আৰু 'ৰাম বিজয়' নাটৰ আখৰা তুংগত উঠিছে |
Read More...

সত্ৰীয়া নৃত্যশৈলীৰ অগ্ৰণী শিল্পী শাৰদী শইকীয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ টেগোৰ ৰাষ্ট্ৰীয় বৃত্তি

সত্ৰীয়া নৃত্যশৈলীৰ অগ্ৰণী শিল্পী শাৰদী শইকীয়াই কেন্দ্ৰীয় চৰকাৰে আগৱঢ়োৱা টেগোৰ ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰিছে। চলিত বৰ্ষত দেশৰ সৰ্বমুঠ ১৫ জন জ্যেষ্ঠ পৰিৱেশ্য কলাৰ লগত জড়িত লোকক এই বৃত্তি প্ৰদান কৰা হৈছে। প্ৰয়াত ৰসেশ্বৰ শইকীয়া বৰবায়নৰ
Read More...

১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ পানী ফিল্টাৰ বিতৰণ

নলবাৰী, ২৬ ডিচেম্বৰ : কেৱল ভাৰতবৰ্ষৰে নহয় বৰ্তমান এচিয়াৰ ভিতৰত সৰ্ববৃহৎ অৰ্ধ সৈনিক বল হোৱা হেতুকে কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলে বিভিন্ন ধৰণে শত্ৰুৰ দেশক ৰক্ষা কৰাৰ লগতে সমাজ বিৰোধী কাৰ্য ৰোধ কৰাৰ উপৰিও সামাজিক কল্যাণ বাবে বিভিন্ন পদক্ষেপ
Read More...

জামুগুৰিহাটত নদুৱাৰ উন্নয়ন খণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ

জামুগুৰিহাট, ২৬ডিচেম্বৰ: হেৰাই যাবলৈ ধৰা কুটীৰ শিল্পক ধৰি ৰখাৰ প্ৰয়াস কৰিছে জামুগুৰিহাটৰ নদুৱাৰ উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তে। নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সীমিত পুজিৰে নদুৱাৰ উন্নয়ন খণ্ডৰ দহটাকৈ গাঁও পঞ্চায়তৰ কিছু সংখ্যক লোকক
Read More...

বটদ্ৰৱা থানৰ শোভা বৰ্ধনৰ বাবে ১৮০ কোটি টকা চৰকাৰৰ

গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আমিনগাঁৱত দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিছে এখন বিশাল জনসভা। আজিৰ অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুকলি কৰিব চাৰিখনকৈ বিশেষ অভিলাসী আঁচনি। অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী
Read More...

কন্যকা বহুমুখী কৃষি পামৰ নৱতম সংযোজন : ‘কন্যকা ৰেষ্টুৰেন্ট’ৰ শুভ উদ্বোধন বিধায়ক পদ্ম…

জামুগুৰিহাট, ২৬ ডিচেম্বৰ: চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অভিনৱ প্ৰকল্প কন্যকা বহুমুখী পামৰ এক নতুন সংযোজন "কন্যকা ৰেষ্টুৰেন্ট"ৰ কালি শুভ উদ্বোধন কৰে । খীষ্টান ধৰ্মালম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ বৰদিন আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী,
Read More...

কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ ৰহস্যজনক ভূমিকাৰ বাবেই যমুনামুখ উদ্ধাৰ কৰিব পৰা নাই কংগ্ৰেছে : মাহমুদ…

ডবকা , ২৬ ডিচেম্বৰ: কংগ্ৰেছ ৰাজ্যিক নেতৃত্বৰ ৰহস্যজনক ভূমিকাৰ বাবেই বাৰে যমুনামুখ সমষ্টিত পৰাজিত হৈছে কংগ্ৰেছৰ বিধান সভাৰ প্ৰাৰ্থী। এই বিস্ফোৰক অভিযোগ বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা যমুনামুখ সমষ্টিৰ প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি মাহমুদ
Read More...