Breaking

Browsing Category

অসম

অসমত আৰম্ভ হ’ব কভিড ভেকচিনৰ ড্ৰাই ৰান

অহা সপ্তাহৰ পৰা কভিড ভেকচিনৰ ড্ৰাই ৰান আৰম্ভ হ’ব অসমত । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শুকুৰবাৰে এই কথা প্ৰকাশ কৰি কয় যে এই পৰীক্ষাৰ প্ৰস্তুতি মূল্যায়ন কৰাৰ বাবে ২৮ আৰু ২৯ ডিচেম্বৰত অসমৰ নলবাৰী আৰু শোণিতপুৰ জিলাৰ লগতে আন
Read More...

নিশা প্ৰায় ১২.৩০ বজাত গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : আজিৰ দিনটোৰ কাৰ্যসূচী কি

নিশা প্ৰায় ১২.৩০ বজাত গুৱাহাটীত উপস্থিত হল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশাৰ শীত নেওচি অমিত শ্বাহক উষ্ম আদৰণি অসমবাসীৰ। ৰাজপথত হাজাৰ হাজাৰ বন্তিৰে স্বাগতম জনোৱাৰ লগতে অসমৰ কলা-সংস্কৃতিৰেও আপ্লুত কৰে । নিশাৰ শীতত খালী ভৰিৰে
Read More...

নগাঁৱত সুশাসন দিৱস উদযাপন : কৃষকসকল হৈছে সমাজৰ অৰ্থনৈতিক ব্যৱস্থাৰ ভেটি গঢ়োতা : ৰূপক শৰ্মা

নগাঁও, ২৫ ডিচেম্বৰ: ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশ জুৰি উদযাপিত হোৱা "সুশাসন দিৱস" আজি নগাঁৱতো উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু পঞ্চায়ত গ্ৰামোন্নয়ন
Read More...

মদনপুৰ টোল গেটত উতপ্ত পৰিস্থিতি, ভাঙি লণ্ড ভণ্ড কৰিলে মদনপুৰ টোল প্লাজা

কামৰূপ জিলাৰ চাংসাৰি থানা এলেকাৰ মদনপুৰৰ মদাৰতলা বিদ্যাপীঠ হাইস্কুলৰ সন্মুখৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ-ছাত্ৰী,প্ৰতিবেশী আৰু সাধাৰণ জনতাক পণবন্দী কৰি  স্থাপন কৰা মদনপুৰ টোলগেটত আজি পুৱাই হাতে-হাতে লোৰ ৰ'ড,লাঠীলৈ অহা ৪০-৫০ জনীয়া যুৱকৰ
Read More...

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসম প্ৰশাসনিক সেৱাত সাধাৰণ পৰিয়ালৰ যুৱক ৰাকেশৰ সফলতা : নগাঁৱত আনন্দৰ…

নগাঁও, ২৫ডিচেম্বৰ : সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসম প্ৰশাসনিক সেৱাত ১০৩ নম্বৰ স্থানৰে উজ্বলিল নগাঁৱৰ ৰাকেশ কুমাৰ ঠাকুৰ। নগাঁও চহৰৰ হয়বৰ গাঁৱৰ ৰাকেশ কুমাৰ ঠাকুৰে বায়'টেকনলীজত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। উল্লেখযোগ্য যে, অতি
Read More...

গৰৈমাৰীৰ বাতাহিদিয়াত শৈক্ষিক সজাগতা সভা

সোণতলী, ২৫ ডিচেম্বৰ : দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বাতাহিদিয়া চৰ আঞ্চলিক জাতীয় বিদ্যালয় প্ৰাংগনত আজি দিনযোৰা কাৰ্যসূচীৰে এখনি শৈক্ষিক সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ বাতাহিদিয়া গাঁও পঞ্চায়তৰ এলেকাধীন নয়াপাৰাস্থিত
Read More...

৩০ ডিচেম্বৰত বিজুলী ভৱন ঘেৰাও কৰিব বিদুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে : চাকৰি নিয়মীয়াকৰণৰ দাবী

জামুগুৰিহাট, ২৫ডিচেম্বৰ : অসম শক্তি খণ্ডত অস্থায়ী ভাৱে কৰ্মৰত একাংশ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ বাবে নিৰ্বাচিত হৈও আজি ১০ মাহে বিভাগে নিয়মীয়াকৰণ নকৰাৰ প্ৰতিবাদত অহা ৩০ ডিচেম্বৰত এই সকল অস্থায়ী কৰ্মচাৰীয়ে গুৱাহাটীৰ বিজুলী ভৱনত
Read More...

সংখ্যালঘু এলেকাৰ বিদ্যালয়ৰ নামৰ আগত ‘ডি’ শব্দ লগোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সদৌ অসম…

হোজাই, ২৫ ডিচেম্বৰ : অসমৰ ভোটাৰ তালিতাত বহু সংখ্যক লোকৰ নামৰ পিছফালে  'ডি' অৰ্থাত সন্দেহজনক শব্দটো দেখিবলৈ পোৱা যায়। এইবাৰ কিন্তু নতুনকৈ সংখ্যালঘু এলেকাৰ বহু শিক্ষা অনুষ্ঠানৰ নামৰ পাছফালে ৰাজ্য শিক্ষা বিভাগে এই 'ডি' অৰ্থাত সন্দেহজনক
Read More...

কাইলৈ গুৱাহাটীত উপস্থিত হ’ব অমিত শ্বাহ : গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু আইন…

শনিবাৰে পুৱা ১১ বজাত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । আমিন গাঁৱত ৮ হাজাৰ নামঘৰলৈ বিতৰণ কৰিব সাহায্য। গুৱাহাটী স্থাপন হ'বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে।
Read More...

টংলাৰ সাংস্কৃতিক কৰ্মী, অভিনেতা পবিত্ৰ ৰাভালৈ সদৌ অসম ছাত্ৰ-সন্থাৰ প্ৰতিমা বৰুৱা পাণ্ডে বটাঁ : টংলা…

টংলা, ২৫ ডিচেম্বৰ : অসমৰ সাংস্কৃতিক জগত তথা অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা পবিত্ৰ ৰাভালৈ সদৌ অসম ছাত্র- সন্থাৰ বিশেষ সন্মান।প্ৰতি বছৰে  সদৌ অসম ছাত্র-সন্থাৰ মজিয়াৰ পৰা বিশেষ ভাবে অসমৰ  সাহিত্য-সাংস্কৃতিৰ সাধক হিচাপে জাতীয় জীৱনলৈ
Read More...