Breaking

Browsing Category

অসম

১২ জানুৱাৰীত ৫০ হাজাৰ টকাকৈ লাভ কৰিব ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীয়ে

১২ জানুৱাৰীত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীয়ে লাভ কৰিব ৫০ হাজাৰ টকাকৈ । এই কথা ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বয়ম আঁচনিৰ জৰিয়তে ২ লাখ নিবনুৱা যুৱতীয়ে আত্মসংস্থাপনৰ বাবে লাভ কৰিব ৫০ হাজাৰ টকাকৈ । বৃহস্পতিবাৰে কৰিমগঞ্জত বিজেপিৰ
Read More...

হোজাই জিলা সাহিত্য সভাৰ সৌজন্যত লংকাত নলিনী বালা দেৱীৰ স্মৃতি দিৱস উদযাপন

হোজাই, ২৪ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমৰ কাব্যজগতৰ এগৰাকী চিৰ নমস্য কবি নলিনী বালা দেবীৰ স্মৃতি দিৱস হোজাই জিলা সাহিত্য সভাই লংকাত দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰে। অসম সাহিত্য সভাৰ অন্যতম শাখা সভা লংকা আঞ্চলিক শাখা সাহিত্য
Read More...

“আলফাৰ কলংকিত অধ্যায়

স্বাধীন অসমৰ সপোন দেখা আলফাই নব্বৈৰ দশকত নিৰীহ লোকৰ ওপৰত চলোৱা শাৰীৰিক মানসিক নিৰ্যাতনৰ জীৱন্ত দলিল "আলফাৰ কলংকিত অধ্যায়" । গ্ৰন্থখনৰ পৃষ্ঠাই পৃষ্ঠাই আলফাই ৯০ ৰ দশকত সংঘটিত কৰা হত্যা নিৰ্যাতনৰ নিৰ্মম বৰ্ণনা । আলফাৰ নীতি আদৰ্শ সমৰ্থন
Read More...

বালিতাৰা মণ্ডল কংগ্ৰেছৰ উদ্যোগত কৰ্মী সভা

নলবাৰী, ২৪ ডিচেম্বৰ: বিজেপি দলৰ সৈতে যিটো ৰাজনৈতিক দলৰ সম্পৰ্ক ভাল নহয় সেইটো দলৰ সৈতে কংগ্ৰেছ দলৰ মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে । বিজেপি দলে ৰাইজক বিভিন্ন আঁচনিৰ প্ৰলোভন দি কিনিব বিচাৰিছে কিন্তু নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে এই প্ৰলোভন
Read More...

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ হিচাপ দাখিল: জামুগুৰি সাহিত্য সন্মিলনীৰ নতুন সমিতি…

জামুগুৰিহাট, ২৪ ডিচেম্বৰ: সাম্প্রতিক অসমৰ অন্যতম সাহিত্য চৰ্চাৰ অনুষ্ঠান অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ হিচাপ কালি জামুগুৰিহাটৰ বাপুজী ভৱনত দাখিল কৰে উদ্ যাপন সমিতিয়ে। উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহৰ ৭, ৮ আৰু ৯ তাৰিখে
Read More...

হোজাইত সংঘটিত হয় এক শোকাৱহ ঘটনা: হোজাই ৰে’ল ষ্টেচনত এজন লোকৰ মৃতদেহ উদ্ধাৰ

হোজাই, ২৪ ডিচেম্বৰ: হোজাইত নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা, ৰে'ল ষ্টেচনত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত লোকজনৰ নাম গংগাপ্ৰসাদ শাহু (৫০) আৰু তেওঁৰ ঘৰ হোজাই তেলিবস্তিৰ বুলি জানিব পৰা গৈছে। উজনিমুৱা নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী
Read More...

আস্থা ভোটত পৰাজয় : পুনৰ আইনী যুঁজৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ

প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল BPF দল । ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই আজি আস্থা ভোটৰ সন্মুখীন হৈছিল প্ৰমোদ বড়ো । সকলো উৎকন্ঠাৰ অন্তত আস্থা ভোটত  ২২ পাৰিষদৰ ভোটেৰে BTCৰ চীফ হিচাপে নিৰ্বাচিত হৈছিল প্ৰমোদ
Read More...

বড়োলেণ্ডৰ বিজয়ে নিশ্চিত কৰিছে ২১ত বিজেপিৰ চৰকাৰ হ’ব’ : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কৰিমগঞ্জত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সামৰণি ভাষণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 'বিটিচিৰ নিৰ্বাচনে বিজেপিৰ অশ্বমেধ যজ্ঞ সম্পন্ন কৰিলে, বড়োলেণ্ডৰ বিজয়ে নিশ্চিত কৰিছে ২১ত বিজেপিৰ চৰকাৰ হ'ব' । বিজেপিত আমি যোগ দিছিলো
Read More...

প্ৰিয়ংকা গান্ধীক আটক কৰিলে আৰক্ষীয়ে

অকৃষকসকলে ব্যাহত ৰখা প্ৰতিবাদক সমৰ্থন জনাই আজি বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ নেতৃত্বত ৰাষ্ট্ৰপতি ভৱনলৈ কংগ্ৰেছ নেতাসকলে এক ৰেলী বাহিৰ কৰিছিল । এই ৰেলীত আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু লগতে আটক কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীকো । আনফালে,
Read More...

লণ্ডনৰ পৰা উভতা ভাৰতীয়ৰ দেহত কৰোনাৰ নতুন প্ৰজাতি

কৰোনা ভাইৰাছৰ নতুন প্ৰজাতি বিয়পিবলৈ আৰম্ভ কৰিছে ভাৰতত । বিজয়ৱাড়াত লণ্ডনৰ পৰা উভতি অহা এগৰাকী ভাৰতীয় মহিলাৰ শৰীৰত লাভ কৰা গৈছে এই নতুন প্ৰজাতি। পেছাত স্কুল শিক্ষয়ত্ৰী মহিলাগৰাকীৰ নাম মেৰি ইউনফ্রেড আন । ডিচেম্বৰৰ ২১ তাৰিখে তেওঁ
Read More...