Breaking

Browsing Category

অসম

মৰাণত আয়োজন কৰা টাইপা কেন্দ্ৰীয় অধিৱেশন অবৈধ !

সংগঠনৰ পৰা বহিষ্কৃত একাংশই নেতাই “টাই আহোম যুৱ পৰিষদ, টাইপা নাম লৈ মৰাণত ২৬, ২৭ আৰু ২৮ ডিচেম্বত অনুষ্ঠিত কৰিছে কেন্দ্ৰীয় অধিৱেশন । বুধবাৰে সংবাদমাধ্যমক সম্বোধন কৰি যুটীয়া সম্পাদক গৰাকীয়ে কয়-মৰাণত অনুষ্ঠিত হ’ব লগা অধিৱেশনখন টাইপা
Read More...

কৃষকৰ সুবিধাৰ্থে কেন্দ্ৰীয় চৰকাৰৰ ১৮ হাজাৰ কোটি টকাৰ বিশেষ আঁচনি

এফালে চলি আছে কৃষি আইনৰ বিৰোধিতাৰে কৃষকৰ প্ৰতিবাদ । আনহাতে নৰেন্দ্ৰ মোডী নেত্বৃতাধীন কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সুবিধাৰ্থে ঘোষণা কৰিলে এক নতুন আঁচনি । ন কোটি কৃষকৰ সুবিধাৰ্থে ১৮ হাজাৰ কোটি টকাৰ কৃষক সন্মান নিধি ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ ।
Read More...

হাগ্ৰামাৰ সকলো চেষ্টা অথলে গল : ২২ পাৰিষদৰ আস্থা ভোটেৰে BTCৰ চীফ হিচাপে নিৰ্বাচিত প্ৰমোদ বড়ো

সকলো উৎকন্ঠাৰ অন্তত ২২ পাৰিষদৰ আস্থা ভোটেৰে BTCৰ চীফ নিৰ্বাচিত হ'ল প্ৰমোদ বড়ো । সকলো চেষ্টা অথলে গল হাগ্ৰামাৰ । বিটিচিৰ আস্থা ভোটত প্ৰমোদ বড়োৰ জয় । আস্থা ভোটত UPPL-BJP-GSPৰ সন্মিলিত শক্তিৰ মুঠ ২২জন পাৰিষদৰ ভোট লাভ কৰিলে প্ৰমোদ বড়োৱে ।
Read More...

কলকতাত জৰুৰী বিমান অৱতৰণ : বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা মুখ্য ন্যায়াধীশ

বিমান দুৰ্ঘটনাৰ পৰা কথপমি ৰক্ষা পৰিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বদে । বুধবাৰে সন্ধিয়া ত্ৰিপুৰাৰ পৰা কলকতা হৈ হায়দৰাবাদলৈ যাত্ৰা কৰি থকাৰ সময়তে কলকতাৰ আকাশমাৰ্গত মুখ্য ন্যায়াধীশগৰাকীয়ে যাত্ৰা কৰা বিমানখনত
Read More...

বৰদিনলৈ এটা দিন : সম্পূৰ্ন সাজু গুৱাহাটীৰ গীৰ্জা সমূহ

খ্ৰীষ্টান ধৰ্মাৱলম্বী পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ আৰু এটা দিন। সজাই তোলা হৈছে গীৰ্জা সমূহ । বৰদিনৰ বাবে বজাৰ সমূহতো দেখা গৈছে ব্যাপক ভিৰ । ব্যতিক্ৰম নহয় মহানগৰী গুৱাহাটী পৰিৱেশ । নানা ৰঙীন আলোকেৰে উজ্বলাই তোলা হৈছে গীৰ্জা সমূহ । উল্লেখ্য
Read More...

আজি ৰাজপথত নামিল ৰাহুল গান্ধী, কৃষকৰ বাবে ৰাষ্ট্ৰপতি ভৱনলৈ কংগ্ৰেছেৰ সমদল

নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীত অব্যাহত আছে কৃষকৰ আন্দোলন । আজি পুৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৃষকৰ বাবে বিজয় চ’কৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ সমদল কৰে । ৰাহুল গান্ধীৰ নেতৃত্বত এই সমদলত অংশগ্ৰহণ কৰে আন কংগ্ৰেছী সাংসদ সকলেও ।
Read More...

‘সাংবাদিক পৰিষদ অসম’ গুৱাহাটী জিলাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন

অনলাইন বাৰ্তা, ২৩ ডিচেম্বৰঃ সাংবাদিক পৰিষদ অসম’ গুৱহাটী মহানগৰ জিলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা আজি মহানগৰীৰ বামুনীমৈয়দামত অনুষ্ঠিত হয় ৷ জিলা সভাপতি ঈশ্বৰ মহন্তৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট ব্যক্তি হিচাপে ৰাজ্যিক সভাপতি চন্দ্ৰ বৰুৱা,
Read More...

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশন সম্পন্ন : নতুন…

উজনি-মাজুলী, ২৩ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ অন্তৰ্গত মাজুলী জিলা সাহিত্য সভাৰ অন্যতম শাখা উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশনখনি আজি দিনজোৰা কাৰ্য্যসূচীৰে দৰিয়াস্থিত পেঞ্চনাৰ ভৱনৰ প্ৰাঙ্গণত অনুষ্ঠিত
Read More...

এইবাৰ দল এৰিলে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পলাশ তামূলীয়ে

এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই যোগদান কৰিছে অন্য দলত । প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য আৰু কমল মেধিৰ পিছত এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ পদ ত্যাগ কৰিলে যুৱনেতা পলাশ তামূলীয়ে ।
Read More...

প্ৰফুল্ল কুমাৰ মহন্তই যোগদান কৰিব নেকি অসম জাতীয় পৰিষদত ! নগাঁৱত লুৰিণক আদৰণি জনালে মহন্তৰ শিবিৰৰ…

নগাঁও, ২৩ডিচেম্বৰ: বিজেপিৰে মিত্ৰতাক লৈ অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতে ক্ৰমাৎ ব্যৱধান বৃদ্ধি পোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই যোগদান কৰিব পাৰে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদত। প্ৰত্যক্ষ ৰাজনীতিত যোগদানৰ পিছত
Read More...