Breaking

Browsing Category

অসম

জামুগুৰিহাটত সৰবৰহী যুৱকৰ মৃত্যু

জামুগুৰিহাট, ২৩ডিচেম্বৰ: জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁও নিৱাসী ,সৰবৰহী যুৱক বিষ্ণু শইকীয়াৰ(৩৬)আজি পুৱা গুৱাহাটীৰ জিএন আৰ চি হাস্পতালত মৃত্যু হয়। যোৱা ১১ডিচেম্বৰত হঠাৎ অচেতন হৈ পৰা যুৱক গৰাকীক প্ৰথম অৱস্থাত তেজপুৰ টাইমচ হাস্পতালত ভৰ্তি
Read More...

পাকিস্তানী লোকৰ প্ৰতি ভেদভাৱ বৃদ্ধি কৰাৰ অভিযোগ : অৰ্ণৱ গোস্বামীৰ চেনেলৰ ওপৰত ১৮ লাখৰ জৰিমণা

পালঘৰ কাণ্ডৰ পৰা আৰম্ভ কৰি সুশান্তৰ মত্যুলৈকে মাত মাতি অহা অসম সন্তান তথা ৰিপাব্লিক টিভিৰ এডিটৰ-ইন-চীফ অৰ্ণৱ গোস্বামীৰ এতিয়া এটাৰ পিছত আন এটা সমস্যাই লগ নেৰা হৈছে । কিছুদিনৰ আগতে জেললৈ যাবলগীয়া হোৱা অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক
Read More...

যমুনামুখত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দীঘলীয়া শাৰী : জ্যেষ্ঠ কংগ্ৰেছী বচিৰ উদ্দিন লস্কৰৰ পক্ষত…

ডবকা, ২৩ ডিচেম্বৰঃ ২০২১ চনৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও চাৰি মাহ সময় বাকী ৷ হোজাই জিলাৰ অন্যান্য সমষ্টিৰ তুলনাত যমুনামুখত তীব্ৰ হৈ উঠিছে নিৰ্বাচনী গতিবিধি ৷ প্ৰায় আটাইকেইটা দলে ৯০ নং যমুনামুখ সমষ্টিত তীব্ৰ কৰি তুলিছে নিজ নিজ দলৰ
Read More...

সাংবাদিকলৈ ৫ লাখ টকাৰ স্বাস্থ্য বীমা ঘোষণা মুখ্যমন্ত্ৰীৰ

ফ’ৰাম ফৰ ডেভেলপমেণ্ট এণ্ড প্ৰটেকছন অব মিডিয়া কমিউনিটীৰ প্ৰথমখন বাৰ্ষিক সন্মিলনত ভাগ লৈ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ত্ৰিপুৰাৰ সাংবাদিকসকলক বছৰি ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমাৰ সুবিধা কৰাই দিয়াৰ কথা ঘোষণা কৰে । আয়ুস্মান
Read More...

অসামাজিক কাৰ্য্যত লিপ্ত থকা গাওঁৰক্ষী বাহিনীৰ সম্পাদক জামাল আলীক সম্পাদকৰ পদৰ পৰা বহিষ্কাৰ দাৱী,…

বিলাসীপাৰা, ২৩ ডিচেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ ৰঙাপানী দ্বিতীয় খণ্ডৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক জামাল আলীয়ে যোৱা কেইটা মাহ মান পূৰ্বতে গৰু চুৰি কাণ্ড সংঘটিত কৰি জেল হাজোতলৈ গৈছিল । ইয়াৰ উপৰিও এই গৰাকী গাওঁৰক্ষী বাহিনীৰ
Read More...

ৰাহুল গান্ধীৰ প্ৰধান মন্ত্ৰী মোদীক প্ৰশ্ন “ভাৰতত ক’ভিড টীকাকৰণ কেতিয়া”

প্ৰায়েই বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি অহা দেখা পোৱা যায় কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীক । এইবাৰ ৰাহুল গান্ধী সৰৱ হোৱা পৰিলক্ষিত হৈছে ক’ৰ’না ভেকচিনকলৈ । ৰাহুল
Read More...

এমজিএনৰেগাৰ পাৰদৰ্শিতাৰ ফলাফলত নগাঁও জিলাৰ দ্বিতীয় স্থান দখল : ৰাজ্যিক পৰ্যায়ত পাখিমৰীয়া উন্নয়ন…

নগাঁও, ২৩ ডিচেম্বৰ : ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰভুত বৰঙনি আগবঢ়োৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী সকলৰ কৰ্ম ক্ষেত্ৰত প্ৰতিযোগিতাৰ ভাৱ আৰু উৎসাহ প্ৰদানৰ উদ্দেশ্যেৰে পঞ্চায়ত গ্ৰমোন্নয়ণ বিভাগে চলিত বৰ্ষৰ পৰা আৰম্ভ
Read More...

শক্তিশালী ৰূপত কোৰোণা : আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ বলৱত্ কৰা হ’ল সান্ধ্য আইন !

বিশ্বজোৰি পূৰ্বতকৈ শক্তিশালী ৰূপত কোৰোণাৰ সংক্ৰমণ । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে বাতিল কৰিছে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ বিমান সেৱা। ভাৰত চৰকাৰেও এতিয়া এই ক্ষেত্ৰত ৰাখিছে তীক্ষ্ন দৃষ্টি। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে
Read More...

দেশৰ ভিতৰতেই ক্ষুদ্ৰতম সিংহাসন : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান পালে চামগুৰিৰ বিপুল বৰাই

অপূৰ্ব সৃষ্টিৰাজিৰ জৰিয়তে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে চামগুৰিৰ এগৰাকী শিল্পীয়ে । চামগুৰি শিঙীয়া কুমাৰগাঁৱৰ বিপুল কুমাৰ বৰা নামৰ শিল্পী গৰাকীয়ে লকডাউনৰ মাজতেই ১ ফুট বৰ্গাকাৰ আৰু ১ ফুট ২ ইঞ্চি উচ্চতাৰ
Read More...

কৃষক আন্দোলন : জীৱনৰ অন্তিম অনশনত বহিবলৈ সাজু হৈছে আন্না হাজাৰে

কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন নতুন কৃষি আইন বাতিলৰ দাবীত দিল্লী সিঙ্ঘু সীমান্তত বিক্ষোভ প্ৰদৰ্শন কৰি থকা কৃষকসকলৰ সমৰ্থনত এবাৰ মাত দিছে আন্না হাজৰেই । ৮৩ বছৰীয়া আন্না হাজাৰেই কৃষক আন্দোলনক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ
Read More...