Breaking

Browsing Category

অসম

ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১১৩ জনকৈ ব্যক্তি

ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১১৩ জনকৈ ব্যক্তি । আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৩১৬৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৭৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৩১ গৰাকী ৰোগী
Read More...

২৪ ডিচেম্বৰত আস্থা ভোটৰ সন্মুখীন হ’ব প্ৰমোদ বড়ো

বিটিচি নিৰ্বাচন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ত সুখী প্ৰমোদ বড়ো । ২৪ ডিচেম্বৰ ৰাতিপুৱা ১০ বজাত আস্থা ভোটৰ সন্মুখীন হ’ব প্ৰমোদ বড়ো । সামাজিক মাধ্যম যোগে এই কথা ব্যক্ত
Read More...

বাছেৰে অসমত প্ৰৱেশ কৰা ১৩ গৰাকী ৰহিংগিয়াক আটক আৰক্ষীৰ

মঙলবাৰে নিশা কৰিমগঞ্জ জিলাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ১৩ গৰাকীকৈ ৰহিংগিয়াক । এই অবৈধ বিদেশী কেইজনে ত্ৰিপুৰাৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়তেই অসম আৰক্ষীৰ এটা দলে আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা অনুসৰি, আটক হোৱা ৰহিংগিয়াৰ এই দলটোত
Read More...

নগাঁও মহাবিদ্যালয়লৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি, এতিয়াৰে পৰা অট’নমাছ কলেজ হিচাপে…

নগাঁও, ২২ডিচেম্বৰ : মধ্যঅসমৰ উচ্চশিক্ষাৰ একমাত্ৰ প্ৰতিষ্ঠান হিচাপে পৰিচিত ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে অট'নমাছ কলেজৰ স্বীকৃতি প্ৰদান কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰথমখন মহাবিদ্যালয় হিচাপে নগাঁও
Read More...

আইএছবিটিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

আইএছবিটিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে । গড়চুক আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ হৈছে ড্ৰাগছখিনি । ড্ৰাগছসহ আটক ছাহাবুদ্দিন কাজী । ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২০ লাখ টকা । ড্ৰাগছখিনিৰ ওজন ৪০০ গ্ৰাম । বদৰপুৰৰ
Read More...

জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় চিবিএছই ব’ৰ্ডৰ পৰীক্ষা

জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় চিবিএছই ব’ৰ্ডৰ পৰীক্ষা । ক'ভিড পৰিৱেশৰ বাবে এই সিদ্ধান্ত । পৰৱৰ্তী সময়ত দিন আৰু পৰীক্ষাৰসূচী ঘোষণা কৰা হ’ব । দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অফলাইনত অনুষ্ঠিত হ'ব । ফেব্ৰুৱাৰীৰ পাছত পৰীক্ষা
Read More...

লণ্ডনৰপৰা ভাৰতলৈ বিমানত অহা ৮ জন যাত্ৰী ক’ভিড পজিটিভ চিনাক্ত

সোমবাৰে নিশা দুখন পৃথক বিমানেৰে লণ্ডনৰপৰা ভাৰতলৈ অহা ৮জন যাত্ৰী ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে৷ আনহাতে আজি পুৱা দিল্লীত অৱতৰণ কৰা ব্ৰিটিছ এয়াৰৱেজ বিমানৰ যাত্ৰীসকলৰ ক’ভিড পৰীক্ষা কৰা হৈছে। ব্ৰিটেইনত চিনাক্ত হোৱা কৰ’না ভাইৰাছৰ এক নতুন ৱেভৰ
Read More...

কৰ’ণাত আক্ৰান্ত মোহময়ী অভিনেত্ৰী ৰাকুলপ্ৰীত সিং

কৰ’ণাত আক্ৰান্ত বলীউডৰ মোহময়ী অভিনেত্ৰী ৰাকুলপ্ৰীত সিং। সামাজিক মাধ্যমযোগে এই কথা নিজেই প্ৰকাশ কৰে ৰাকুলপ্ৰীতে । https://twitter.com/Rakulpreet/status/1341302536901279744 ৰাকুলপ্ৰীত সিংৰ টুইট কৰ’ণা পজিটিভ ওলোৱাৰ পাছতে তেওঁ
Read More...

আজি সোণোৱাল চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠকৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজি অনুষ্ঠিত হয় সোণোৱাল চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠক। বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বৈঠকত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষাৰূপে স্বীকৃতি দিয়া হয় । এতিয়াৰে পৰা সহযোগী ভাষাৰূপে ব্যৱহৃত হ’ব বড়ো ভাষা । অসম মালা
Read More...

মুম্বাইৰ নৈশ ক্লাৱত যুৱতীৰ সৈতে মগ্ন তাৰকা : আটক ক্ৰিকেটাৰ সুৰেশ ৰাইনা, গুৰু ৰন্ধৱাসহ ৩৪ গৰাকী তাৰকা

মুম্বাইৰ আৰক্ষীৰ কঠোৰ অভিযান। দেশজুৰি কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ ৰাজ্য প্ৰশাসন উঠি পৰি লগাৰ সময়তে একাংশ তাৰকা মুম্বাইৰ নৈশ ক্লাৱত যুৱতীৰ সৈতে ব্যস্ত হৈ আছিল । নৈশ ক্লাৱত যুৱতীৰ সৈতে ব্যস্ত হৈ থকা ক্ৰিকেটাৰ সুৰেশ ৰাইনা, জনপ্ৰিয়
Read More...