Breaking

Browsing Category

অসম

যশস্বী নাট্য শিল্পী ভোলা কটকীৰ ওপজা দিন উদযাপনৰ ব্যাপক প্ৰস্তুতি

জামুগুৰিহাট, ২২ ডিচেম্বৰ: জ্যোতি-বিষ্ণু-ফণী শৰ্মা আৰু শোণিতকোঁৱৰ গজেন বৰুৱাৰ সান্মিধ্যৰে অভিনয় জগতত খোজ পেলাই উজ্জ্বীবিত অভিনয়ৰে শদিয়াৰ পৰা ধুবুৰীলৈ অগণন দৰ্শক ৰাইজৰ শ্ৰদ্ধা আৰু মৰম বুটলিবলৈ সক্ষম হোৱা তথা  গোয়েংকা চলচিত্ৰ বঁটা,
Read More...

কৰ’ণাৰ সংক্ৰমণ সীমিত হ’লেই কা বলৱৎ হোৱাৰ ইংগিত অমিত শ্বাহৰ

দেওবাৰে পশ্চিম বংগত এখন সভাত অংশ গ্ৰহণ কৰি অমিত শ্বাহে মন্তব্য কৰে যে, “কৰ'ণা ভেকছিনৰ টিকাকৰণ আৰম্ভ হোৱাৰ পিচতেই নাগৰিকত্ব সংশোধনী আইনক লৈ বিভিন্ন নীতি গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে। কৰ'ণাৰ সংক্ৰমণ সীমিত হ'লেই কা বলৱৎ হোৱাৰ ইংগিত অমিত
Read More...

পহিলা জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ’ব শিলঘাট মৰাপাট কলৰ কাম

ৰাজ্যবাসীৰ বাবে সুখবৰ। নতুন বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পুনৰ অসম সমবায় মৰাপাট কলৰ উৎপাদনৰ কাম আৰম্ভ হ’ব। প্ৰায় দুমাহ ধৰি মৰাপাট কলটো বন্ধ হৈ থকাৰ অন্তত অৱশেষত আহিল এই ভাল খবৰ । পৰিচালনা মণ্ডলীৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে এই
Read More...

নিশা সকলোধৰণৰ নিৰাপত্তাৰক্ষী ত্যাগ হাগ্ৰামাৰ : পুৱা হাগ্ৰামালৈ কেবিনেট পৰ্যায়ৰ নিৰাপত্তা

যোৱা নিশা নিজৰ সকলোধৰনৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নিজেই ত্যাগ কৰিছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।  বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে তেওঁৰ ঘৰৰ পৰা নিৰাপত্তাৰক্ষীসকলক উলিয়াই দিছিল আৰু যাৰ ফলত
Read More...

আকৌ অখিল গগৈৰ কাষ চাপিল কমল কুমাৰ মেধি

কেইদিনমান আগত কংগ্ৰেছ দল ত্যাগ কৰা এসময়ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে কালি ২১ ডিচেম্বৰ তাৰিখে ৰাইজৰ দলত যোগদান কৰে ।ৰাইজৰ দলৰ মঠঘৰীয়াস্থিত কাৰ্যালয়ত কমল কুমাৰ মেধিৰ লগতে বহু কংগ্রেছী কৰ্মীয়ে ৰাইজৰ দলত
Read More...

নগাঁও পেঞ্চনাৰ ভৱনত আন্তঃগাঠনি উন্নয়নৰ অনুদান বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও, ২১ ডিচেম্বৰ : নগাঁও চহৰস্হিত  পেঞ্চনাৰ ভৱনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আছুতীয়া পূঁজিৰ  ৭ লাখ টকাৰ অনুদান আগবঢ়ায়। এই উপলক্ষে পেঞ্চনাৰ ভৱনত অনুষ্ঠিত  সভাত অসম পেঞ্চনাৰ সন্হাৰ নগাঁও শাখাৰ
Read More...

দিল্লীত বন্ধুত্বৰ সুবিধালৈ দলৱদ্ধ বলাৎকাৰ কিশোৰীক

নতুন দিল্লীত পুনৰ সংঘটিত হৈছে বলাৎকাৰৰ এক জঘন্য ঘটনা । দক্ষিণ দিল্লীৰ গ্ৰেটাৰ কৈলাস অঞ্চলত এগৰাকী ১৪ বছৰীয়া কিশোৰীক চাৰিজন পাষণ্ডই দলৱদ্ধ বলাৎকাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে । জানিব পৰা মতে দক্ষিণ দিল্লীৰ গ্ৰেটাৰ কৈলাসত এঘৰত পৰিচাৰিকা হিচাবে
Read More...

নগাঁৱত বাটৰ নাটৰে পথ সুৰক্ষাৰ ওপৰত সজাগতা অনাৰ প্ৰয়াস

নগাঁও, ২১ ডিচেম্বৰ : পথ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান জনসেৱা পৰিষদৰ উদ্যোগত গ্ৰহণ কৰা পাঁচদিনীয়া সজাগতা কাৰ্যসূচীৰ আজি সামৰণি পৰে। বিগত দিনসমুহত জিলাখনৰ বিভিন্ন স্থানত বিশেষকৈ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত
Read More...

২৪ ডিচেম্বৰত বৰপেটাত কনজিউমাৰ ৰাইটছ অৰ্গেনাইজেশ্বনৰ গ্ৰাহক সজাগতা সভা

অনলাইন বাৰ্তা, ২১ ডিচেম্বৰ : ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা দিৱসৰ লগত সংগতি ৰাখি অহা ২৪ ডিচেম্বৰ তাৰিখে কনজিউমাৰ  ৰাইটছ অৰ্গেনাইজেশ্বনে বৰপেটাত অনুষ্ঠিত কৰিব এক গ্ৰাহক সজাগতা সভা ৷ বৰপেটা জিলাৰ আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ২৪ডিছেম্বৰৰ দিনত
Read More...

পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ল মেঘালয়

সুদীৰ্ষ ৯ মাহৰ বিৰতিৰ অন্তত আজি সোমবাৰে পৰ্যটক সকলৰ বাবে মুকলি কৰি দিয়া হ’ল মেঘালয়ৰ দুৱাৰ । কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘসময় পৰ্যটক সকলৰ বাবে বন্ধ কৰি ৰখা হৈছিল পাহাৰীয়া ৰাজ্যখন । যদিও পৰ্যটক সকলৰ বাবে মুকলি কৰি দিয়া হৈছে
Read More...