Breaking

Browsing Category

অসম

নলবাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন পৌৰপতি প্ৰয়াত লোহিত দাসৰ মৃত্যু বাৰ্ষিকী পালন

নলবাৰী, ২১ ডিচেম্বৰ: আজি নলবাৰী হাটখোলা পুখুৰী পাৰত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন পৌৰপতি লোহিত চন্দ্ৰ দাসৰ স্মৃতিত দিনযোৰা কাৰ্যসূচীৰে এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰাহয় । ৰাতিপুৱা ৯ বজাত লোহিত দাসৰ
Read More...

লাইকা- দধীয়াবাসীয়ে কাটি টহিলং কৰিব ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ! পুনৰ সংস্থাপনৰ এসপ্তাহ সময় সীমা

তিনিচুকীয়া, ২১ ডিচেম্বৰ:  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ সমষ্টি চাবুৱাৰ ডিব্ৰুছৈখোৱা  ৰাষ্ট্ৰীয় উদ্যানৰ মাজত বসবাস কৰা লাইকা-দধীয়াবাসীক স্থায়ী ভূমি প্ৰদান কৰি পুনঃ সংস্থাপন নকৰাৰ ক্ষোভ চৰকাৰৰ বিৰোদ্ধে ৷ TMPKৰ নেতৃত্বত গুইজান ঘাটৰ
Read More...

টংলাত বৰুৱা ৰেডিঅ হাউচ্ আৰু বেক হাউচ্ ৰ উদ্যোগত কেক প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠান

 টংলা, ২১ ডিচেম্বৰ: ইংৰাজী নববর্ষৰ  প্ৰাক মূহুর্তত কেক বনোৱা প্ৰতিযোগিতাৰে নতুন নতুন শিকাৰুলৈ এক সুযোগ প্ৰদান কৰিবলৈ টংলা আঞ্চলিক আছুৰ কাৰ্যালয়ত কেক প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠানৰ আয়োজন কৰে বৰুৱা ৰেডিঅ হাউচ্ আৰু বেক হাউচে্ ।
Read More...

এটা ‘শেষ নোহোৱা সাধু’ৰে ওমলিলে তিনি কুৰিৰো অধিক শিশুৱে; সামৰণি পৰিল শিশু নাট কৰ্মশালাৰ

জামুগুৰিহাট, ২১ ডিচেম্বৰ: জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ চামধৰা পানী গাঁও পাঁচআলিৰ ৰঙ্গমঞ্চত যোৱা ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ অহা শিশু নাট কৰ্মশালাৰ যোৱা কালি সফল সমাপ্তি ঘটে। উল্লেখ্য যে মুখ্য মন্ত্রী গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক
Read More...

জীৱন প্ৰমাণ পত্ৰ দাখিলৰ সময় সিমা বৃদ্ধি

কৰ'ণাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধি কৰা হ'ল জীৱন প্ৰমাণ পত্ৰ জমা দিয়াৰ শেষ তাৰিখ। এতিয়া পেঞ্চনাৰসকলে নৱেম্বৰৰ পৰিৱৰ্তে ফেব্ৰুৱাৰীৰ ২৮ তাৰিখ পৰ্যন্ত জমা দিব পাৰিব জীৱন প্ৰমাণ পত্ৰ । আনহাতে ৮০ উৰ্ধৰ লোকৰ বাবে জীৱন প্ৰমাণ পত্ৰ
Read More...

আজি পত্নীৰে সৈতে কৰ’নাৰ ভেকচিন গ্ৰহণ কৰিব আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেনে

আজি সোমবাৰে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেন আৰু তেওঁৰ পত্নী জিল বিডেনে ল’ব কৰ’নাৰ ভেকচিন । জো বিডেনৰ প্ৰেছ সচিব জেন প্যাছাকিয়ে জনাইছে যে, জো বিডেন আৰু তেওঁৰ পত্নী জিল বিডেনে ফাইজাৰৰ কৰ’না ভেকচিন ৰাজহুৱাকৈ গ্ৰহণ কৰিব । আনহাতে,
Read More...

গোলাঘাটত বিজেপিত যোগদান শতাধিক কংগ্ৰেছ কৰ্মীৰ

কংগ্ৰেছী বিধায়িকা অজন্তা নেওঁগ বিজেপি যাত্ৰাৰ খবৰ সংবাদ মাধ্যমত বিয়পি পৰাৰ লগে লগেই কংগ্ৰেছৰ পৰা বিজেপিলৈ ধাপলি মেলিছে গোলাঘাট জিলাৰ কংগ্ৰেছ কৰ্মীসকল ৷ গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ দক্ষিণহেঙেৰা গাওঁ পঞ্চায়তৰ
Read More...

সাংবাদিক গৌতম হাজৰিকা নিৰুদ্দেশ

নিৰুদ্দেশ সাংবাদিক গৌতম হাজৰিকা । যোৱা শনিবাৰৰ পৰা নিখোজ হৈ আছে সাংবাদিক গৌতম হাজৰিকা । এটা ব্যক্তিগত খণ্ডৰ নিউজ চেনেলত কৰ্মৰত হাজৰিকা । ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণত যোৱাৰ পিছৰেই পৰা আজি পৰ্য্যন্ত সন্ধানহীন হৈ আছে সাংবাদিক গৰাকী । পত্নী বনানী
Read More...

নৰ্থ ইষ্ট ফেষ্টিভেলৰ মঞ্চত পুনৰ “কা”ৰ বিৰুদ্ধে সৰব জুবিন গাৰ্গ

পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰব হ’ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। গুৱাহাটীৰ ৰেডিছন ব্লুত দেওবাৰে সন্ধিয়া অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত গীত পৰিৱেশন কৰাৰ মাজতে "কা"ৰ বিৰুদ্ধাচৰণ কৰি "কা" বাতিলৰ দাবীত ব্যতিক্ৰমী ৰূপত আন্দোলন কৰিব
Read More...

বিজেপিৰ লক্ষ্য ১০০ প্লাছ : অগপ, গণশক্তি, UPPLৰ সৈতে বৈঠকত বহিব অমিত শ্বাহ

আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ১০০ প্লাচ লক্ষ্য আগত ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৈঠকত মিলিত হ’ব অসম গণ পৰিষদ, গণশক্তি আৰু প্ৰমোদ বড়োৰ ইউ পি পি এলৰ সৈতে। অহা ২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী
Read More...