Breaking

Browsing Category

অসম

বাম্পাৰ অফাৰ : মাত্ৰ ১৯৪টকাত চিলিণ্ডাৰ !

পুৱাৰ ভাগতে আপোনালৈ এটা ভাল খবৰ লৈ আহিছো । আজিৰ দিনতোত আপুনি এটা চিলিণ্ডাৰ কিমান দামত ক্ৰয় কৰিছে । গুৱাহাটীত আজি এটা চিলিণ্ডাৰৰ দাম ৭৪৩ টকা । কিন্ত আপোনালৈ এটা বাম্পাৰ অফাৰ । ১৯৪টকাত এটা চিলিণ্ডাৰ । আচৰিত নহয়নে, এটা বিশেষ
Read More...

মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ মলং-পানীখাতী আঞ্চলিক সমিতি গঠন

উজনি-মাজুলী, ২০ ডিচেম্বৰঃ মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ অন্তৰ্গত মলং-পানীখাতী আঞ্চলিক আৰু মহিলা সন্মিলনৰ সমিতিখন আজি গঠন কৰা হয় ৷ আজি দিনৰ ২ বজাৰ পৰা উজনি মাজুলীৰ শংকৰ মাধৱ হাইস্কুলত মলং-পানীখাতী চুতীয়া জাতি সন্মিলনৰ সম্পাদক কমল বৰাই
Read More...

মৰিগাঁৱত ‘সদৌ অসম হীৰা পৰিষদ’ জিলা সমিতি গঠন

অনলাইন বাৰ্তা, ২০ ডিচেম্বৰ: সমগ্ৰ অসমৰ এক বৃহৎ সংখ্যক জনসাধাৰণে বসবাস কৰা লগতে, ৪০ লাখতকৈ অধিক সংখ্যক অনুসূচিত জাতি বসবাস কৰি আহিছে | অসমৰ অনুসূচিত জাতিৰ কেইবাটাও উপজাতি ভিতৰত অন্য এক বৃহৎ জনাজাত জনগোষ্ঠী হৈছে হীৰা, মৰিগাঁও জিলাৰ ইমূৰৰ পৰা
Read More...

জামুগুৰিহাটৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমণি শইকীয়াৰৰ স্মৃতিত ভৱন উদ্বোধন

জামুগুৰিহাট, ২০ ডিচেম্বৰ: জামুগুৰিহাটৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমনী শইকীয়াৰ মৃত্যু কেৱল জামুগুৰিহাটৰ বাবেই নহয় সমগ্ৰ ৰাজ্যখনৰ বাবেই এক বৃহৎ ক্ষতি৷মৃত্যু চিৰন্তন সত্য৷মৃত্যুৰ পিছত এগৰাকী ব্যক্তিক আমি ঘুৰাই আনিব নোৱাৰো যদিও তেঁওৰ
Read More...

ৰাজমিস্ত্ৰীক এমচিএলএ পাতিলে বিজেপিয়ে; বিজয়উৎসৱত আৱেগিক হৈ পৰিল বঢ়মপুৰৰ ইন্দ্ৰ

 নগাঁও, ২০ডিচেম্বৰ: সদ্যঘোষিত তিৱা স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনত নগাঁও জিলাৰ অন্তৰ্গত ১০ টা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ১০গৰাকী বিজেপি প্ৰাৰ্থীৰ ভিতৰত এজন প্ৰাৰ্থীৰ নাম  বিশেষ ভাৱে চৰ্চিত হৈছে । পেচাত  সাধাৰণ ৰাজমিস্ত্ৰীৰ কাম
Read More...

নলবাৰীত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

নলবাৰী, ২০ ডিচেম্বৰ: নলবাৰীৰ অসম ৰাজ্যিক গ্ৰামীণ অভিযান মিছনৰ উদ্যোগত আত্মসহায়ক গোটৰ মাজত বেংকৰ ঋণ প্ৰদান কাৰ্যসূচীৰ ওপৰত আজি নলবাৰী জিলাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহিলাৰ এখন বিশাল সভা অনুষ্ঠিত হয়।এই অনুষ্ঠানত দুৰ্যোগ 
Read More...

নলবাৰীত নৱৰত্ন ক্ৰিকেট একাডেমীৰ শুভাৰম্ভনি কৰিলে বিধায়ক অশোক শৰ্মাই

নলবাৰী, ২০ ডিচেম্বৰ : নলবাৰী জিলাক ক্ৰীড়াৰ দিশত আগবঢ়াই নিবলৈ চৰকাৰ-প্ৰশাসনৰ লগতে সামাজিক ভাৱে ও বহুত সচেতন লোকে পদক্ষেপ লোৱাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি নলবাৰী জিলাৰ দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নৱৰত্ন ক্ৰিকেট একাডেমী
Read More...

নগাঁৱত ৭ বছৰীয়া পুত্ৰসহ সন্ধানহীন দুটি সন্তানৰ মাতৃ : পত্নী-পুত্ৰক বিচাৰি নগাঁৱৰ…

নগাঁও, ২০ ডিচেম্বৰ: নগাঁও জিলাৰ বেবেজীয়া পহৰা আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণপাট হাতীগড়ৰ এগৰাকী দুটি সন্তানৰ মাতৃ ৭ বছৰীয়া পুত্ৰসহ বিগত এমাহধৰি সন্ধানহীন হৈ থকাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ননৈৰ ৰাজু শইকীয়া নামৰ
Read More...

নগাঁৱত চুৰি সামগ্ৰীসহ আটক চোৰ

নগাঁও, ২০ ডিচেম্বৰ: নগাঁও সদৰ আৰক্ষীয়ে কালি নিশা অভিযান চলাই  বৃহৎ পৰিমানৰ চুৰি সামগ্ৰী সহ কেইবাটাও চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে,নগাঁৱৰ আম্বেদকাৰ ভৱনত যোৱা দহ ডিচেম্বৰত সংঘটিত হৈছিল চুৰি কাৰ্যৰ ঘটনা  ৷ ঘটনা সন্দৰ্ভত নগাঁও
Read More...

নলবাৰী জিলা বাদ্যযন্ত্ৰী সংস্থা গঠন

নলবাৰী, ২০ ডিচেম্বৰ : আজি বিয়লি নলবাৰী দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এখন সভাত নলবাৰী জিলা বাদ্যযন্ত্ৰী সংস্থা খন গঠন কৰা হয় । প্ৰবীণ বাদ্যশিল্পী অলকেশ বৰুৱাৰ সভাপতিত্বত আৰু প্ৰবীণ তবলা বাদক ভগবান কলিতাৰ উপস্থিতিত
Read More...