Breaking

Browsing Category

অসম

আছুৰ লৰাই ক’লা পতাকা দেখালে যুৱ মৰ্চাৰ লৰাইয়ো আছুৰ লৰাক ক’লা পতাকা দেখুৱাব !

‘কা’ বিৰোধী আন্দোলনৰ সময়চোৱাত বিজেপিৰ বহুকেইজনো মন্ত্ৰী-বিধায়ক সন্মুখীন হব লগা হৈছিল ক’লা পতাকাৰ । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কেইবাবাৰো আছুৰ লৰাই ক’লা পতাকাৰ দেখুৱা দেখিবলৈ পোৱা গৈছিল । কিন্ত এতিয়াৰে পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক
Read More...

নগাঁৱত কংগ্ৰেছৰ ক্লিনছুইপ; অপতিৰোধ্য বিজেপিৰ নগাঁৱত ১০টা সমষ্টিতে জয়, এখনো আসন নাপালে কংগ্ৰেছে

নগাঁও, ১৯ডিচেম্বৰ: আজি ফলাফল ঘোষিত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত নগাঁও জিলাৰ তিৱা পৰিষদীয় সমষ্টিৰ ভোটাৰে সম্পূৰ্ণ ৰূপে প্ৰত্যাখান কৰিলে কংগ্ৰেছ দলক। তিৱা স্বায়ত্বশাসিত পৰিষদৰ নগাঁও জিলাৰ অন্তৰ্গত ১০টা সমষ্টিত বিজেপি দলে বিজয়ধ্বজা
Read More...

প্ৰতিবাদী কৃষকৰ বাতৰি কাকত : প্ৰতিবাদস্থলীতে আৰম্ভ হল কিষান IT Cell

প্ৰচণ্ড শীতকো নেওঁচি বিগত প্ৰায় ২২টা দিন ধৰি ৰাজপথত নিজৰ পাপ্য অধিকাৰ বিচাৰি থিয় হৈ আছে কৃষক সকল । নিজৰ স্থিতিত তেওঁলোক অটল কৃষকসকল ।বিভিন্ন পক্ষৰ না না হেচাঁ আৰু প্ৰলোভনেও তেওঁলোকক মনাব পৰা নাই । তেওঁলোকৰ এটাই কথা, “যি দাবীৰে ওলাই
Read More...

পুনৰ অসমৰ যুৱকৰ বহি ৰাজ্যত ৰহস্যজনক ভাৱে মৃত্যু

অনলাইন বাৰ্তা, ১৯ ডিচেম্বৰ :পুণৰ বহি ৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ হোজাইৰ ডবকাত চাঞ্চল্যক সৃষ্টি কৰিছে । মুম্বাইত মৃত্যু হৈছে হোজাই জিলাৰ ডবকাৰ পূৱ বুগুৰি গাঁৱৰ এজন যুৱকৰ। ইনজামূল হ'ক  নামৰ ১৮ বছৰীয়া যুৱকজনে ছয় মাহ পূর্বে
Read More...

বদৌচা কাপৰ ফিল’বাৰীত অনুষ্ঠিত হোৱা খেল অমীমাংসীত

 ডিৰাক সীমান্ত, ১৯ ডিচেম্বৰ: অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত দ্বাদশ বাৰ্ষিক আমন্ত্ৰণমূলক বদৌচা কাপৰ গ্ৰুপ এফৰ আজি এখন খেল অনুষ্ঠিত হয় ফিল'বাৰী হাইস্কুলৰ খেলপথাৰত। খেল অনুষ্ঠিত হোৱা আগমুহূৰ্তত বদৌচা স্পৰ্টছ ক্লাৱৰ পতাকা উত্তোলন কৰে
Read More...

তিৱা পৰিষদত অপ্ৰতিৰোধ্য বিজেপি : মৰিগাঁওৰ অন্তিম ফলাফল

আজি আনুষ্ঠিত হৈ আছে তিৱা পৰিষদৰ নিৰ্বাচনৰ ভোটগননা । নগাঁৱ জিলাৰ অন্তিম ফলাফলত আটাইকেইটা সমষ্টিতে বিজেপি দলে জয়লাভ কৰিছে । আনহাতে মৰিগাঁও জিলাৰ ভোটগননাৰ ফলাফল ঘোষণা কৰা হৈছে । শেহতীয়া ফলাফল অনুসৰি :- ১ নং জামাদাৰি সমষ্টিত জয়ী
Read More...

জামুগুৰিহাটত প্ৰাক্তণ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম : শ্ৰদ্ধাঞ্জলি জনালে দল-সংগঠনৰ প্ৰতিনিধিয়ে

জামুগুৰিহাট, ১৯ ডিচেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতা-ভস্ম লৈ যোৱা ৯ ডিচেম্বৰৰ পৰা সমগ্ৰ অসমত উলিওৱা "শান্তি সদ্ভাৱনা যাত্ৰা" আজি  পুৱা জামুগুৰিহাটত উপস্থিত হয়৷সেই উপলক্ষে জামুগুৰিহাটৰ ৰাজ্যিক পৰিবহণ বাছ আস্থানৰ কাষতেই এখনি
Read More...

তিৱা পৰিষদত অপ্ৰতিৰোধ্য বিজেপি : নগাঁৱৰ অন্তিম ফলাফল

আজি আনুষ্ঠিত হৈ আছে তিৱা পৰিষদৰ নিৰ্বাচনৰ ভোটগননা । নগাঁৱৰ অন্তিম ফলাফলত অপ্ৰতিৰোধ্য ৰূপত বিজেপি । 23 নং জৰাবাৰী সমষ্টি বিজেপিৰ গীতামণি কলিতা ভূঞা জয়ী। 21 নং টোপাকুছী সমষ্টিত বিজেপিৰ সুৰুজ কোঁৱৰ জয়ী। 25 নং চহৰী সমষ্টিত বিজেপিৰ
Read More...

ডিব্ৰুগড় জিলাত এন পি এছ কৰ্মচাৰী সন্থাৰ ব্যাপক সজাগতা : তেজপুৰত আজি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা,…

মদাৰখাত, ১৯ ডিচেম্বৰ :  ডিব্ৰুগড় জিলাৰ চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই ডিব্ৰুগড়ত ব্যাপক ৰূপত নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে ব্যাপক হাৰত সজাগতা সৃষ্টা কৰা পৰিলক্ষিত হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতিক কৰ্মচাৰীসকলৰ
Read More...

অজন্তা নেওগৰ লগতে ৰাজদ্বীপ গোৱালা বিজেপিলৈ যোৱাটো নিচ্ছিত কৰিলে কংগ্ৰেছ দলে

সৰুপথাৰৰ বিধায়িকা ৰ'জলীনা তিৰ্কীৰ গোলাঘাটৰ ঘৰত উপস্হিত ৰূপজ্যোতি কুৰ্মী, দেৱব্ৰত শইকীয়া । ৰ'জলীনা তিৰ্কীৰ ঘৰত হৈ ৰূপজ্যোতি কুৰ্মীৰ মন্তব্যঃ অজন্তা নেওগৰ লগতে ৰাজদ্বীপ গোৱালা যাব বিজেপিলৈ । এই কথা কোনো বিৰুধী দলৰ মন্তব্য নহয় । এই কথা
Read More...