Breaking

Browsing Category

অসম

বিজেপিত যোগদানৰ পূৰ্বেই অজন্তা নেওগক কংগ্ৰেছৰ পৰা অপসাৰণ

চৰ্চা অনুসৰি, ২৬ ডিচেম্বৰত গোলাঘাটৰ কংগ্ৰেছ বিধায়িকা অজন্তা নেওগে বিজেপিত যোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে! কেইদিনমান আগত বিধায়িকা গৰাকীয়ে মুখ্যমন্ত্ৰী আৰু বৃত্তমন্ত্ৰীক সাক্ষাত কৰিছিল। যোগদানৰ বিষয়টো এতিয়ালৈকে নিশ্চিত হোৱা নাই যদিও
Read More...

বাঘজান কাণ্ড : অইলৰ পৰিকল্পিত ষড়যন্ত্র !

গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত আয়োজিত এক সংবাদমেলত মানৱ অধিকাৰ কৰ্মী সোণেশ্বৰ নৰহে কয় যে হোটেল লিলিত বহি লাখ লাখ টকা খৰচ কৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ধন থাকে, কিন্তু বাঘজান কাণ্ডৰ গৱেষণামূলক বিষয়বোৰত খৰচ কৰিবলৈ চৰকাৰখনৰ ধন নাই৷
Read More...

এতিয়াও শেষ হোৱা নাই হোটেল ৰাজনীতি : এইবাৰ হোটেল তাজত হাগ্ৰামা সৈতে হিমন্তৰ বৈঠক

বিটিচিৰ আচল কিংমেকাৰ কোন ? হিমন্ত বিশ্ব শৰ্মা নে হাগ্ৰামা মহিলাৰী ? কালি নিশা হোটেল তাজত গোপন বৈঠকত মিলিত হল হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বিটিচিত চৰকাৰ গঠন কৰি শপত গ্ৰহণ কৰাৰ পিছতো হাগ্ৰামাৰ সৈতে বৈঠকত মিলিত হবলৈ বাধ্য
Read More...

চিআইডিয়ে দাখিল কৰিলে SI নিযুক্তি কেলেংকাৰীৰ ৩৬ অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা

ৰাজ্য জোকাৰি যোৱা অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰী তদন্ত প্ৰায় সম্পূৰ্ণ ৷ SI কেলেংকাৰীৰ চাৰ্জশ্বিট দাখিল কৰিলে চিআইডিয়ে। বিশেষ আদালতত চাৰ্জশ্বিট দাখিল চিআইডিৰ। তিনিমাহ সম্পূৰ্ণ হোৱাৰ দুদিন পূৰ্বে চাৰ্জশ্বিট দাখিল কৰিলে চিআইডিয়ে।১৬০০
Read More...

নাবালিক জীয়ৰীয়ে বাহিৰত পহৰা দি আছিল, ঘৰৰ ভিতৰত মাক-দেউতাকক হত্যা কৰি আছিল প্ৰেমিকে

ইণ্ডোৰৰ ৰুক্মিণী নগৰত বাসকৰা এছএএফ'ত চালক জ্যোতি প্ৰসাদ শৰ্মা আৰু তেখেতৰ পত্নী নীলমক তেওঁলোকৰ নিজৰেই নাৱালিক কন্যা আৰু তেওঁৰ প্ৰেমিকে পৰিকল্পিত ভাৱে হত্যা কৰে । অভিযুক্ত নাৱালিক কন্যাৰ বয়স ১৭ বছৰ আৰু তেওঁ একাদশ শ্ৰেনীত পঢ়ি আছে । তেওঁৰ
Read More...

আজমল ফাউণ্ডেচনৰ উদ্যোগত হোজাইত কম্বল বিতৰণ কাৰ্য্যসূচী

হোজাই, ১৮ ডিচেম্বৰ: শুক্ৰবাৰে হোজাইত সাংসদ মৌলানা বদৰুদ্দিন আজমলে বিতৰণ কৰিলে কম্বল, হোজাইৰ দেশবন্ধু বিদ্যাপীঠৰ স্বৰ্ণজয়ন্তী ভবনত আজমল ফাউণ্ডেচনৰ উদ্যোগত শীতৰ কাপোৰ বিতৰণ কাৰ্য্যসূচী সুভাৰম্ভ কৰা হয় ৷ প্ৰচণ্ড শীতৰ সময়ত দৰিদ্ৰ লোকসকলক
Read More...

নগাঁৱৰ নেহেৰুৱালিত ১০৮ সংখ্যক ভোগালী বিহু উৎসৱ উদযাপনৰ প্ৰস্তুতি

নগাঁও, ১৮ ডিচেম্বৰ: নগাঁও চহৰৰ কলঙৰ বাকৰি নেহেৰুৱালিত ১০৮ সংখ্যক ভোগালী বিহু উৎসৱ উদযাপনৰ প্ৰস্তুতি চলিছে । সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ২০২১ বৰ্ষৰ ১৩, ১৪, ১৫, ১৬ আৰু ১৭ জানুৱাৰীত ৫দিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উৎসৱ
Read More...

চাবুৱাত এন পি এছ কৰ্মচাৰী সন্থাৰ সজাগতা সভা সম্পন্ন

 মদাৰখাত, ১৮ ডিচেম্বৰ: চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা নতুন পেন্সন নীতিৰ বিৰোধিতাৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে সমগ্ৰ জিলাখনতে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। ইয়াৰে অংশ হিচাপে চাবুৱাৰ হৰগুণৰায়
Read More...

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

নগাঁও, ১৮ ডিচেম্বৰ: নগাঁও জিলা বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ বঢ়মপুৰ হাজৰিকা চুক অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি বঢ়মপুৰৰ হাজৰিকা চুক অঞ্চলৰ হাজৰিকা
Read More...

হজ যাত্ৰীৰ চিণ্ডিকেট বন্ধ কৰক : উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা

উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ আহ্বান । হজ যাত্ৰীৰ চিণ্ডিকেট বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ আহ্বান ছাত্ৰ সংগঠনটোৰ ৷ জালুকবাৰীত নিৰ্মাণ হোৱা স্থায়ী হজ ভৱন শীঘ্ৰেই মুকলি কৰিবলৈ ৰাজ্য
Read More...