Breaking

Browsing Category

অসম

বিজেপিলৈ বিধায়িকা অজন্তা নেওগ !

মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিমন্তৰে সৈতে আলোচনা   গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে ! ২৬ ডিচেম্বৰত বিজেপিত যোগ দিব পাৰে বিধায়িকাগৰাকীয়ে । বৃহস্পতিবাৰে সন্ধিয়া কংগ্ৰেছ বিধায়িকাগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত
Read More...

পথ দুৰ্ঘটনাত জামুগুৰিহাটৰ দুই যুৱকৰ মৃত্যু

জামুগুৰিহাট, ১৭ডিচেম্বৰ : শোণিতপুৰ জিলাৰ খনামুখত কালি নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত জামুগুৰিহাটৰ ৰঙাচকুৱাৰ দুজন যুৱকৰ মৃত্যু হয়। ৰঙাচকুৱাৰ অনন্ত শইকীয়া (২৯)আৰু প্ৰশান্ত শইকীয়া (২৮) নামৰ যুৱক দুজনে মটৰ চাইকেলৰে কিবা বিশেষ কামত
Read More...

তিনিচুকীয়া, মাৰ্ঘেৰিটাত কয়লা ব্যৱসায় চলাই চলাই প্ৰদ্যুৎ বৰদলৈৰ মনটোও ক’লা হৈ গ’ল :…

নগাঁও, ১৭ডিচেম্বৰ : "তিনিচুকীয়া, মাৰ্ঘেৰিটাত কয়লা ব্যৱসায় চলাই চলাই প্ৰদ্যুৎ বৰদলৈৰ মনটোও ক'লা হৈ গ'ল। সেয়ে তেঁও নগাঁৱৰ মানুহৰ ভোট  মদ-মাংসৰে কিনিব পাৰি বুলি ভাবিছে। প্ৰদ্যুৎ বৰদলৈ খিলঞ্জীয়া অসমীয়া মানুহৰ ভোটৰে সাংসদ হোৱা নাই। তেঁওক
Read More...

নগাঁৱত ৭১ শতাংশৰো অধিক লোকে স্যবস্ত কৰিলে ভোটাধিকাৰ : শান্তিপূৰ্ণ ভাৱে সমাপ্তি ভোটগ্ৰহণৰ

নগাঁও, ১৭ ডিচেম্বৰ : শান্তিপূৰ্ণ ভাৱে সমাপ্ত হ'ল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। নগাঁও জিলাৰ ১০টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰিবৰ বাবে ১০২জন প্ৰিজাইডিং বিষয়া আৰু ৩০৬জন
Read More...

২৬ ডিচেম্বৰৰ পূৰ্বে অখিল গগৈৰ জামিন আবেদনৰ শুনানিৰ ৰায় প্ৰদান কৰিব উচ্চ ন্যায়ালয়ে

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰণা আৰু অজিত বৰঠাকুৰে অখিল গগৈৰ জামিন আবেদনৰ শুনানি সমাপ্ত কৰি ৰায়দান সংৰক্ষিত কৰি ৰাখে । শুনানিৰ ৰায়দান ডিচেম্বৰৰ ২৬ তাৰিখৰ পূৰ্বে প্ৰদান কৰা হব । NIAক প্ৰতিনিধিত্ব কৰি
Read More...

2021 বৰ্ষৰ মাৰ্চত কটন বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ

অহা মাৰ্চ মাহৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত কটন বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হ'ব। ২০১৭ৰ পৰা ২০১৯ বৰ্ষৰ সময়ছোৱাৰ ভিতৰত স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্ল'মা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক এই ডিগ্ৰী সমূহ প্ৰদান কৰা হ'ব। কৰ'না মহামাৰীৰ
Read More...

অসমীয়া সাহিত্য সন্মিলনীৰ বাৰ্ষিক বঁটা ঘোষণা : ৩ জানুৱাৰীত গুৱাহাটীত প্ৰদান কৰিব একাংশ বঁটা

জামুগুৰিহাট, ১৭ডিচেম্বৰ : মানৱতাৰ সপক্ষে, সংকীৰ্ণ তাৰ বিপক্ষে সাহিত্য মূলমন্ত্রৰে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাঙ্গীন উন্নয়নৰ হকে গঠিত অসমীয়া সাহিত্য সন্মিলনীয়ে ২০২০ বৰ্ষৰ বঁটাসমূহ আজি সন্মিলনীৰ মুখ্য কাৰ্যালয়ে ঘোষণা কৰিছে।
Read More...

লুৰিণজ্যোতি গগৈক অসম জাতীয় পৰিষদৰ সভাপতি হিচাপে দ্বায়িত্ব অৰ্পন

আজি সামৰণি পৰে শিৱসাগৰত দুদিনীয়াকৈ আনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তন। শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত অনুষ্ঠিত এই অভিৱৰ্তনতে আছুৰ সদ্য বিদায়ী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক অসম জাতীয় পৰিষদৰ সভাপতি হিচাপে
Read More...

আজি তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : কটকটীয়া নিৰাপত্তা ব্যৱস্থা

আজি তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ অসমৰ চাৰিখন জিলা ক্ৰমে মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ (মেট্ৰো)ৰ মুঠ ৩৬টা সমষ্টিত অনুষ্ঠিত হৈছে এই নিৰ্বাচন৷ তিৱা স্বায়িত্তশাসিত পৰিষদৰ নিৰ্বাচনত চাৰিগৰাকী তিৱা পৰম্পৰাগত ৰজা ক্ৰমে
Read More...

নগাঁৱত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ৰোণা ৰোগীৰ সংখ্যা : বুধবাৰৰ দিনটোত মাত্ৰ ১জন আক্ৰান্ত…

নগাঁও, ১৬ডিচেম্বৰ : ক'ৰোণাত সৰ্বাধিক আক্ৰান্ত অসমৰ জিলাসমূহৰ ভিতৰত অন্যতম নগাঁৱলৈ বৰ্তমান ঘূৰি আহিছে স্বাভাৱিক অৱস্থা। নৱেম্বৰ মাহৰ মাজভাগৰে পৰা নগাঁৱত দ্ৰুতগতিত হ্ৰাস পাইছে ক'ৰোণা ৰোগীৰ সংখ্যা। ১৩ডিচেম্বৰত টেষ্ট কৰা ১৫০জন ৰোগীৰ এজনৰো দেহত
Read More...