Breaking

Browsing Category

অসম

জামুগুৰিহাটত শ্ৰী শ্ৰী গোপাল দেৱ সমাজৰ জিলা কাৰ্য্যনিৰ্বাহক সভা

জামুগুৰিহাট, ১৬ডিচেম্বৰ: শ্ৰী শ্ৰী গোপাল দেৱ সেৱক সমাজৰ শোণিতপুৰ জিলাৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভা কালি জামুগুৰিহাটৰ চেঁচা সত্ৰৰ সত্র নামঘৰত অনুষ্ঠিত হৈ যায়। গহন চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দেশ্য বাখ্যা কৰে সম্পাদক
Read More...

ডিব্রুগড়ৰ অ’ল ইণ্ডিয়া ৰেডিঅ’, দুৰদৰ্শন কেন্দ্ৰক কেৱল ৰিলে কেন্দ্ৰ হিচাপে পুনৰ নিৰ্ণয়…

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনাৱালে সৰ্বোচ্চ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱাদেকাৰলৈ পত্ৰযোগে ডিব্রুগড়ৰ অ'ল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শন কেন্দ্ৰৰ বৰ্তমানৰ স্থিতি বাহাল ৰাখিবলৈ অনুৰোধ জনাইছে । সোনোৱালে ডিব্রুগড়ৰ অ'ল ইণ্ডিয়া
Read More...

বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে বিজয় দিৱসৰ অনুষ্ঠানত দেশীবাসীলৈ শুভেচ্ছা জনায় । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নতুন দিল্লীত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত ১৯৭১ চনৰ ৫০ তম বৰ্ষপুৰ্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন
Read More...

বিটিআৰবাসীৰ বাবে বহুকেইটা আঁচনি ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পৰিবৰ্তনৰ শ্লোগানেৰে সুদীৰ্ঘ ১৭ বছৰীয়া হাগ্ৰামাৰাজৰ অৱসান ঘটাই বিজেপি-ইউপিপিএল-জিএচপিয়ে মিত্ৰতাৰ চৰকাৰ গঠন কৰিলে বিটিআৰত । কালি ১৫ ডিচেম্বৰ তাৰিখে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত লক্ষাধিক জনতাৰ প্ৰবল হৰ্ষোল্লাসৰ মাজত
Read More...

৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব ৩৩ তম গুৱাহাটী গ্ৰন্থমেলা। ৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হ’ব গ্ৰন্থমেলাখন । মঙলবাৰে ইয়াৰ লাইখুঁটা স্থাপন কৰা হয়
Read More...

ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন হব এইবাৰৰ গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি

আগন্তুক ২৬ জানুৱাৰীৰ গণতন্ত্র দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথিৰ আসনত দেখা যাব ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনক। ২৭ বছৰৰ পাছত পুনৰবাৰ ভাৰতৰ গণতন্ত্র দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী। পূৰ্বতে ১৯৯৩ চনৰ গণতন্ত্ৰ দিৱসত
Read More...

অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰৰ : জীপ চলাই ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা ৰূপক শৰ্মাৰ : মঞ্চত তিৱা বিহু গাই…

নগাঁও, ১৫ডিচেম্বৰ: কংগ্ৰেছ এতিয়া অচল মুদ্ৰা, ৩২খন আসন লাভ কৰি তিৱা পৰিষদ আমিয়ে গঠন কৰিম- নগাঁৱত আজি এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ। তিৱা স্বায়ত্ব শাসিত পৰিষদৰ পুখুৰীপাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দ্বীপজ্যোতি পাটৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত
Read More...

অসমীয়া লোক-সংস্কৃতিৰে জনজাতীয় যুৱতীৰ ব্যতিক্ৰমী নিদৰ্শন : থলুৱা আৰু অৰুণাচলী খাদ্য সম্ভাৰেৰে ৰাইজৰ…

টংলা, ১৫ ডিচেম্বৰ: যিটো সময়ত অসমৰ বহু যুৱক যুৱতী নিজ কৰ্মসংস্থাপনৰ বাবে দেশ বিদেশ ঘূৰি হাবাথুৰি খোৱাৰ পৰিলক্ষিত হৈছে, তেনে সন্ধিক্ষণত অসমৰ থলুৱা খাদ্য আৰু অৰুণাচলী খাদ্যৰে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত খৈৰাবাৰীত
Read More...

১৭ ডিচেম্বৰৰ পৰা বদৌচা কাপ ফুটবল আৰম্ভ

তিনিচুকীয়া, ১৫ ডিচেম্বৰ: তিনিচুকীয়া জিলা ক্রীড়া সন্থাৰ কাৰ্যালয়ত বদৌচা স্পৰ্টছ ক্লাবৰ এখন সংবাদ মেল অনুষ্ঠিত হৈ যায় । সংবাদ মেলত বদৌচাম্পৰ্টছ ক্লাব সভাপতি অৰুণজ্যোতি মৰাণে কয় যে বদৌচা স্পৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰি অহা অসম
Read More...

ষ্ট্ৰীট লাইটৰ অভাৱত অন্ধকাৰচন্ন গান্ধী মন্ডপ পথ; আন্ধাৰৰ সুযোগত বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ

অনলাইন বাৰ্তা, ১৫ ডিচেম্বৰ: মহানগৰীৰ গান্ধী মন্ডপ পথৰ বিকল ষ্ট্ৰীট লাইটে সন্ধিয়া অন্ধকাৰচন্ন  কৰি তুলিছে শৰনীয়া পাহাৰ ৷ ২অক্টোবৰ গান্ধী জয়ন্তী উপলক্ষে মহানগৰ জিলা প্ৰশাসন - গুৱাহাটী পৌৰনিগমে গান্ধী মন্ডপৰ বৃহত্তৰ অঞ্চল সজাইপৰাই ৰঙীল কৰি
Read More...