Breaking

Browsing Category

অসম

UPPL-BJPৰ মিত্ৰতাক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ মোহৰ

UPPL-BJPৰমিত্ৰতা সন্দৰ্ভত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ  টুইট । টুইট যোগে বিজেপি-ইউপিপিএলৰ মিত্ৰতাক আনুষ্ঠানিক মোহৰ জে পি নাড্ডা আৰু অমিত শ্বাহৰ   । BTCৰ নিৰ্বাচনত NDAৰ সংখ্যাগৰিষ্ঠতা থকাৰ দাবী শ্বাহৰ। নতুন সহযোগী ইউ পি পি এল তথা প্ৰমোদ
Read More...

হোটেল লিলিত বিটিচি চৰকাৰ গঠনৰ কুচকাৱাজ

বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে। মহানগৰীৰ ছয়মাইলস্থিত হোটেল লিলিত নৱনিৰ্বাচিত পাৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে । বৈঠকত মিলিত হৈছে বিজেপিৰ শীৰ্ষ নেতা সকল, বিটিচি নিৰ্বাচনত জয়যুক্ত হোৱা
Read More...

মন্ত্ৰী হিমন্তৰ সৈতে নিশা ২ বজাত বৈঠক

অন্ত পৰিল বিটিচি নিৰ্বাচনৰ ভোট গণনা । ১২ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈ ১৩ ডিচেম্বৰৰ মাজ নিশালৈ চলিল ভোট গণনা । ভোট গণনা অন্তত কোনো এটা দলেই বিটিচিত সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল।
Read More...

মৰিগাঁও জিলাত ড্ৰাই ডে ঘোষণা

মৰিগাঁও, ১২ ডিচেম্বৰ :- মৰিগাঁও জিলাত অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হব লগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে সমগ্ৰ জিলাত ড্ৰাই ডে ঘোষণা কৰিছে । জিলা খনৰ ১৯ টা পৰিষদীয় সমষ্টিত ১৭ ডিচেম্বৰ তাৰিখে ১৮ টা সমষ্টিত ভোট
Read More...

BTC নিৰ্বাচনৰ ভোটগননাত বৃহত্‍ উত্থান পতন ! শেহতীয়া খবৰ

আকৰ্ষণীয় হৈ পৰিছে বিটিচি নিৰ্বাচন । নিৰ্বাচনৰ ভোটগননাত দেখা পোৱা গৈছে বৃহত্‍ উত্থান পতন । ভোট গণনাৰ সময়ৰ পৰাই পিছ পৰি থকা বিপিএফ দলৰ শেহতীয়াকৈ উত্থান দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়লৈকে ১৪ খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে BPF দলে
Read More...

নলবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ “জাতীয় গৰ্জন” শীৰ্ষক কাৰ্যসূচীৰ আয়োজন

নলবাৰী, ১২ ডিচেম্বৰ : সমগ্ৰ অসমত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যোৱা ১০, ১১ আৰু ১২  তাৰিখে আয়োজন কৰা "জাতীয় গৰ্জন" কাৰ্যসূচীৰ অংশ ৰূপে আজি নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নলবাৰী চহৰৰ এন টি ৰোডস্থিত মাৰুতি ষ্টেণ্ডত এই জাতীয় গৰ্জন
Read More...

নগাঁৱত চতুৰ্দশতম অসম যোগ মহোৎসৱ ২০২০

নগাঁও, ১২ ডিচেম্বৰ: নগাঁৱত আজিৰ পৰা আৰম্ভ হৈছে "চতুৰ্দশতম অসম যোগ মহোৎসৱ ২০২০"। ইন্ডিয়া যোগ কালচাৰ এন্ড যোগ ঠেৰাপী চেন্টাৰ গুৱাহাটীৰ উদ্যোগত আৰু অসম যোগ এচছিয়েশ্বন ,পূৰ্বাঞ্চল যোগ মহাবিদ্যালয়ৰ সহযোগত নগাঁও চহৰৰ পুলিচ ৰিৰ্জাভৰ সভাগৃহত
Read More...

মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত ঠিকা আবন্টনৰ নামত টকাৰ উজান

গৌতম কুমাৰ কাকতি মৰিগাঁও, ১২ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰে পাইপযোগে দেশৰ প্ৰতিখন গাঁও প্ৰতিটো পৰিয়ালৰক খোৱাপানী যোগান ধৰাৰ বাবে জলজীৱন মিছনৰ দৰে যি অভিলাসী আঁচনি গ্ৰহণ কৰিছে, সেই আঁচনিৰ কাম ঠিকাদাৰক দিয়াৰ বাবদ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ
Read More...

লাভ জেহাদঃ দিল্লীত হিন্দু পৰিচয়ৰে মুছলমান যুৱকে কৰিলে বিবাহ, ৩ জনক আটক

লাভ জেহাদৰ বাবে দিল্লী পুনৰ এবাৰ চৰ্চালৈ আহিছে। এজন মুছলমান যুৱতীয়ে ফেচবুকত ভুৱা প্ৰফাইল খুলি হিন্দু যুৱতীৰ সৈতে কৰিলে বিবাহ । অভিযোগ কৰা হৈছে যে যেতিয়া যুৱতী গৰাকীয়ে যুৱক জনৰ প্ৰকৃত পৰিচয় লাভ কৰাৰ পিছত ভুক্তভোগী যুৱতী গৰাকীক মাৰপিট
Read More...

ভোটগণনাৰ সময়ত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ আহ্বান কোকৰাঝাৰ জিলা উপায়ুক্ত

কোকৰাঝাৰ জিলাৰ উপায়ুক্ত ভাস্কৰ ফুকনে ভোটগণনাৰ সময়ত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ লগতে যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰাৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও,পৰ্বতঝৰা আৰু কোকৰাঝাৰ সমষ্টিত স্থাপন কৰা তিনিটা
Read More...