Breaking

Browsing Category

অসম

বড়োভূমিত আৰম্ভ ৰাজনৈতিক জল্পনা-কল্পনা : কাৰ মুখত বিৰিঙিব হাঁহি !

বহুকেইজন বাঘা বাঘা ৰাজনৈতিক নেতাৰ ব্যাপক প্ৰচাৰৰ পিছত বিটিচিত বিপুল সংখ্যক লোকে ভোটদান কৰিছিল । আজি শনিবাৰে বিটিচিৰ ৪খন জিলাত অনুষ্ঠিত হৈছে ভোটগণনা । বড়োভূমিত কোন জয়ী হ’ব বা কোন পৰাজিত হ’ব কাৰ মুখত বিৰিঙিব হাঁহি, ইয়াকে লৈ ভোটাৰৰ
Read More...

নগাঁৱত চোৰৰ নৃশংসতা : গৃহস্থ সাৰ পোৱাৰ বাবেই মহিলাৰ বুকুত বহুৱালে চিপৰাং

নগাঁও, ১১ডিচেম্বৰঃ নগাঁও আৰক্ষীক অস্তিত্বহীন কৰি তুলি চহৰ খনত চোৰৰ দলে ইটোৰ পাছত সিটোকৈ চুৰি কাৰ্য সংঘটিত কৰি গৈছে । ফলত চোৰৰ উপদ্ৰপৰ আশংকাতেই বিভিন্ন লোকে বিনীদ্ৰ ৰজনী কটাব লগীয়া হৈছে । কিছুদিন পূৰ্বে চহৰ খনৰ খুটিকটীয়াত চোৰৰ দলে
Read More...

গায়িকাৰ ৰূপত বিধায়িকা আঙুৰলতা ডেকাৰ নিৰ্বাচনী প্ৰচাৰ

নগাঁও, ১১ ডিচেম্বৰ: সদ্যসমাপ্ত বিটিচি নিৰ্বাচনত  প্ৰচাৰ কাৰ্য চলোৱাৰ অন্তত এতিয়া পুনৰ আগন্তুক তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা। আজি তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত  ব্যস্ত 
Read More...

নগাঁৱৰ দেওধৰ গাওঁ পঞ্চায়তত একৈশ খন উন্নয়ন মূলক আঁচনিৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ ; তিনি…

নগাঁও, ১১ ডিচেম্বৰঃ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত দেওধৰ গাঁও পঞ্চায়তত আজি একৈশটাকৈ উন্নয়ন মূলক আঁচনিৰ শুভ উদ্ধোধন আৰু তিনিটা অনুষ্ঠানলৈ পাঁচ লাখ টকাকৈ চেক প্ৰদান অনুষ্ঠানে সমষ্টিটোত এক নতুন মাত্ৰা প্ৰদান কৰিছে ৷ উল্লেখ যে, এই একৈশটা
Read More...

টংলাৰ যুৱ সাংবাদিক দিগন্ত কুমাৰ শৰ্মালৈ দুৰ্নীতি বিৰোধী শূণ্য সহনশীল বঁটা

টংলা, ১১ডিচেম্বৰ : সামাজিক দায়বদ্ধতা, নিষ্ঠা, সমাজ হিতৈষী শূন্য সহনশীল মনোভাৱেৰে গনতন্ত্ৰৰ চতুৰ্থস্তম্ভ সাংবাদিকতা জীৱনৰ পাতনিমেলি দুখ যন্ত্ৰণাৰ মাজেৰে প্ৰতিদিনে ৰাইজৰহৈ কলমেৰে মাত মাতি অহা টংলা দৈনিক অগ্ৰদূতৰ সাংবাদিক দিগন্ত কুমাৰ
Read More...

জম্মু এণ্ড কাশ্মীৰৰ শ্বপিয়ানত উগ্ৰবাদী কঢ়িয়াই নিয়াৰ অভিযোগত কংগ্ৰেছ কৰ্মী আটক

দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাত ৭ ডিচেম্বৰত উগ্ৰবাদী কঢ়িয়াই নিয়াৰ অভিযোগত জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে শণিবাৰে কংগ্ৰেছ দলৰ এজন সদস্যক আটক কৰে । "এই সম্পৰ্কত সপিয়াৰ ইমামচাহব থানাত ইউএপিএ-ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে" আৰক্ষী বিষয়াজনে কয়।
Read More...

“পথাৰো আমাৰ বজাৰো আমাৰ” কাৰ্য্যসূচীৰ আধাৰত অসম পশুধন নিগমৰ উদ্যোগত হাঁহ আৰু গাহৰি পোৱালী…

গুৱাহাটী, ১১ ডিচেম্বৰঃ অসম পশুধন নিগমে ৰাজ্যৰ অৰ্থনীতিত সংযোজন কৰা নৱতম কাৰ্য্যসূচী ‘পথাৰো আমাৰ বজাৰো আমাৰ‘ পদক্ষেপৰ আধাৰত আজি অসম পশুধন নিগম প্ৰাঙ্গনত প্ৰশিক্ষণপ্ৰাপ্ত নিবনুৱা যুৱক-যুৱতী আৰু পুৰুষ মহিলাৰ মাজত বিনামূলীয়াকৈ পাচঁ হেজাৰ হাঁহৰ
Read More...

কৃষক আন্দোলনৰ বেশত খালিস্তান আন্দোলন, মহাৰাষ্ট্ৰ ছাইবাৰ চেলৰ হাতত ভয়ংকৰ তথ্য

কৃষক আন্দোলনৰ মাজতে খালিস্তান বিচাৰধাৰৰ সৈতে জড়িত বহুতো দল সক্ৰিয় হৈ পৰিছে। মহাৰাষ্ট্ৰৰ ছাইবাৰ চেলে এনে বহুতো প্ৰমাণ লাভ কৰিছে। মহাৰাষ্ট্ৰৰ ছাইবাৰ চেলে এই সকলোবোৰৰ দলৰ ওপৰত নজৰ ৰাখিছে আৰু তেওঁলোকৰ সৈতে জড়িত সামাজিক মাধ্যমৰ একাউণ্টসমূহো
Read More...

মংগলদৈত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বয়োজ্যেষ্ঠ আৰু দিব্যাংগসকলৰ সামগ্ৰী বিতৰণৰ…

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বৃহস্পতিবাৰে মঙলদৈ সৈনিক ভৱনত ALIMCO, Kanpur ৰ উদ্যোগত আৰু জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগ, দৰঙৰ সহযোগত দিব্যাংগ আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ মাজত বিভিন্ন সা-সজুলি বিতৰণৰ সামাজিক অধিকাৰিতা শিবিৰ
Read More...

“বিজেপি নাথাকিলে অসমীয়াৰ অস্তিত্ব নাথাকিব” – বিধায়ক ৰূপক শৰ্মা

তুংগত উঠিছে সমাগত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান । বেবেজীয়াৰ জামুগুৰিত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাৰ মন্তব্য “পদুম ফুল নাথাকিলে, বিজেপি নাথাকিলে অসমীয়াৰ অস্তিত্ব নাথাকিব” । বৃহস্পতিবাৰে
Read More...