Breaking

Browsing Category

অসম

জামুগুৰিহাটত পথ দুৰ্ঘটনাত জোৱানৰ মৃত্যু

জামুগুৰিহাট, ১০ ডিচেম্বৰ: বৰদিন উপলক্ষ্যে চাকৰিৰ পৰা ছুটি লৈ ঘৰলৈ অহা জামুগুৰিহাটৰ হাটিঙাৰ ৰামপুৰৰ খৃষ্টফাৰ লগোন(৩৫)নামৰ এগৰাকী জোৱানৰ কালি সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয়। ভাৰতীয়  সেনাবাহিনীৰ চি আই এছ এফত কৰ্মৰত খৃষ্টফাৰে
Read More...

সোণতলীৰ গৰৈমাৰী বিলৰজানত আবকাৰী-প্ৰশাসনে ধ্বংস কৰিলে ১০ লক্ষাধিক টকাৰ ভাং গছ

 সোণতলী, ১০ ডিচেম্বৰঃ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী বিলৰজানত আজি আবকাৰী বিভাগ আৰু স্থানীয় প্ৰশাসনে অতৰ্কিত অভিযান চলাই ভাং গছ কাটি ধ্বংস কৰে ৷ জানিব পৰা মতে বকো আবকাৰী বিভাগৰ পৰিদৰ্শক অনিমা মেধিৰ নেতৃত্বত আৰু সোণতলী আৰক্ষী
Read More...

১৫৫ কোটি ব্যয়ৰে “স্বৰ্ণমন্দিৰ” আৰ্হিত সজাই তোলা হব বটদ্ৰৱা থান

শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক থানক ন ৰূপেৰে সজাই তোলাৰ প্ৰয়াসত উঠি পৰি লাগিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই । ১৫৫ কোটি টকা ব্যয়ৰে “স্বৰ্ণমন্দিৰ আৰ্হিত আটক ধুনীয়াকৈ সজাই তোলা হব বটদ্ৰৱা থান। ইতিমধ্যে ইয়াৰ আৰ্হি
Read More...

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহনত আক্ৰমণ তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ !

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহনত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ । পশ্চিম বংগ ভ্ৰমণলৈ যোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ বাহনত শিলেৰে আক্ৰমণ । তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে পশ্চিম বংগ বিজেপিয়ে। ইয়াৰ
Read More...

সাংসদ কুইন ওজাই মুকলি কৰিলে বিজেপিৰ বিনামূলীয়া আইন সাহৰ্য্য কেন্দ্ৰ

দৈনন্দিন বাৰ্তা প্ৰতিবেদন: ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা আইন কোষে আজি বিনামূলীয়া আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰে ৷ আজি গুৱাহাটী মহানগৰ জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ন অনুষ্ঠানত সাংসদ কুইন ওজাই আইন সাহৰ্য্য
Read More...

হোজাইৰ বিশিষ্ট লেখিকা ৰেণুকা দেৱীৰ দ্বাৰা অনুদিত মণিপুৰী ভাষাত “শ্রী মদ্ভাগৱত গীতা” আৰু…

হোজাই, ১০ ডিচেম্বৰ : হোজাইৰ বিশিষ্ট লেখিকা ৰেনুকা দেৱীৰ দ্বাৰা মণিপুৰী ভাষাত অনুদিত "শ্রী মদ্ভাগৱত গীতা" আৰু শিশু সাহিত্য গ্ৰন্থ "মহাকবি কালিদাস" নামৰ অসমীয়া ভাষালৈ অনুবাদ কৰা দুখনি গ্ৰন্থ আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয়। হোজাই গৌৰনগৰ
Read More...

কাজাইকাটা ছুৱাপাতাত আজি একে দিনাই ৫ টা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

বিলাসীপাৰা, ১০ ডিচেম্বৰঃ ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত কাজাইকাটা ছুৱাপাতা গাওঁ পঞ্চায়তত এ আই ইউ ডি এফ দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা বিউটি জেচমিনা বেগমৰ গধুৰ দায়াবদ্ধতাৰ ফলত এম জি এনৰেখাঁ আঁচনিৰ আজি একে দিনাই কাজাইকাটা
Read More...

নলবাৰীত দুৰ্নীতি নিবাৰক ও নিৰীক্ষণ বিভাগৰ অভিযানত গ্ৰেপ্তাৰ বিদ্যালয় পৰিদৰ্শক

নলবাৰীত দুৰ্নীতি নিবাৰক ও নিৰীক্ষণ বিভাগে চলালে অভিযান। নলবাৰী জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অভিযান। বিদ্যালয় সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰানী বৰ্মনক হাতে লোতে ধৰিলে দুৰ্নীতি নিবাৰক ও নিৰীক্ষণ বিভাগে। নলবাৰী জিলাৰ বৰভাগৰ
Read More...

ডিব্ৰুগড়ত পুৰণি পেন্সনৰ দাবীত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

মদাৰখাত, ৯ ডিচেম্বৰ : চৰকাৰী কৰ্মচাৰীসকলৰ পুৰণি পেন্সন ব্যৱস্থা বাতিল কৰি প্ৰৱৰ্তন কৰা নতুন পেন্সন নীতি বিৰোধিতা কৰি পুনৰ পুৰণি পেন্সন নীতি বাহাল ৰখাৰ বাবে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই সজোৰে চৰকাৰক দাবী জনাই আহিছে। ডিব্ৰুগড়
Read More...

জামুগুৰিহাটত চুৰিকাণ্ড সংঘটিত : সোণৰ আ-অলংকাৰসহ প্ৰায় ২ লক্ষাধিক টকাৰ সা-সম্প্ৰতি চুৰি

জামুগুৰিহাট, ১০ ডিচেম্বৰ : জামুগুৰিহাটৰ মূলকেন্দ্ৰস্থলৰ পৰিদৰ্শন বঙলাৰ কাষতেই থকা এটি বাসগৃহত ৮ ডিচেম্বৰৰ নিশা এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ দূৰ্বৃত্তই এই ঘটনা সংঘটিত কৰে ৷ জানিব পৰা মতে পৰিদৰ্শন বঙলাৰ কাষতেই থকা
Read More...