Breaking

Browsing Category

অসম

সিংঘু সীমান্তত কৃষকৰ বাবে ৫০ টাৰো অধিক চিকিৎসা শিবিৰ নিৰ্মান কৰা হৈছে

দিল্লীৰ একাধিক সীমাৰ ভিতৰত সিংঘু সীমান্তত কৃষকৰ বাবে ৫০ টাৰো অধিক চিকিৎসা শিবিৰ নিৰ্ধাৰণ কৰা হৈছে, য'ত কৃষকসকলে যোৱা ১৫ দিন ধৰি আতিপাত শীতকো আউকান কৰি কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা তিনিটা কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰি আছে।
Read More...

বিধায়কৰ কাৰ্যকালত ৭০ খনকৈ পকী দলং নিৰ্মাণ কৰি আনন্দিত বিধায়ক বিনন্দ কুমাৰ শইকীয়া

দিপীলা, ১০ ডিচেম্বৰ : ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ কাৰ্যকালত আন আন আঁচনিৰ বাহিৰেও ৭০ খনকৈ পকী দলং নিৰ্মাণ কৰি আনন্দিত বিধায়ক গৰাকী ৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত বৃটিছৰ বৰ্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদ
Read More...

মেক্সিকোৰ এটা সংগঠনৰ সৈতে চুক্তি স্বাক্ষৰ কৰিলে পদ্মশ্রী যাদৱ পায়েঙে

মেক্সিকোৰ ফাণ্ডাচিয়ান আজটেকাৰ নামৰ এটা সংগঠনৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিলে পদ্মশ্রী যাদৱ পায়েঙে । প্রকৃতি সুৰক্ষাৰ ক্ষেত্রত সহযোগিতাৰে কাম কৰাৰ লক্ষ্যৰে এই চুক্তিত স্বাক্ষৰ। আজি মেক্সিকোৰ পুয়েব্লা চহৰৰ প্রাক্তন চিনেটৰ নিনফা চালিনাছৰ
Read More...

নতুন সংসদ ভৱনে নতুন আৰু পুৰণিৰ সহ-অস্তিত্ব কঢ়িয়াব – প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ৰাজনৈতিক দল, কেবিনেট মন্ত্ৰী আৰু বিভিন্ন দেশৰ ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰা এক অনুষ্ঠানত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে
Read More...

প্ৰিজাইডিং অফিচাৰকে ধৰি কৰ্তব্যৰত বিষয়াক শাৰীৰিকভাৱে অপদস্থ : আৰক্ষীৰ শূন্যলৈ গুলী

আজি বিটিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ভোটগ্ৰহণৰ সময়তে চিৰাঙৰ দত্তপুৰ এল পি স্কুল ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বৃদ্ধ এগৰাকীক ভোটদানৰ সময়ত সহায় কৰাক লৈ অসন্তুষ্ট একাংশই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ প্ৰিজাইডিং
Read More...

আজি বিটিচিত অন্তিম পৰ্যায়ৰ নিৰ্বাচন : পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া

আজি বৃহস্পতিবাৰে বিটিচিত অনুষ্ঠিত হৈছে অন্তিম পৰ্যায়ৰ নিৰ্বাচন। কোকৰাঝাৰ আৰু চিৰাং জিলাত মুঠ ১৯টা সমষ্টিত হৈছে এই ভোট গ্ৰহণ । পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া । কোকৰাঝাৰত ১০৫৩৮২৯ গৰাকী ভোটাৰে নিৰ্ণয় ৭০গৰাকী প্ৰাৰ্থীৰ
Read More...

UPPLৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

বৃহস্পতিবাৰ অৰ্থাৎ কালিলৈ বিটিচিত অনুষ্ঠিত হ’ব অন্তিম পৰ্যায়ৰ নিৰ্বাচন । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ গোসাঁইগাঁৱত অঘটন । বহলপুৰৰ পৰা কোকৰাঝাৰৰ ঘৰলৈ গৈ থকা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত আক্ৰমণ
Read More...

কালিলৈ বিটিচিত অন্তিম পৰ্যায়ৰ নিৰ্বাচন

বৃহস্পতিবাৰ অৰ্থাৎ কালিলৈ বিটিচিত অনুষ্ঠিত হ’ব অন্তিম পৰ্যায়ৰ নিৰ্বাচন। কোকৰাঝাৰ আৰু চিৰাং জিলাত মুঠ ১৯টা সমষ্টিত হ’ব এই ভোট গ্ৰহণ। বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা। ইতিমধ্যে ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি
Read More...

“অব্যাহত থাকিব আন্দোলন” : কৃষক সমাজ

কৃষক সমাজৰ সৈতে কালি সন্ধিয়া ৭ বজাত আলোচনাত মিলিত হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ । আলোচনাত কেন্দ্ৰীয় চৰকাৰে দিয়া  প্ৰস্তাৱ একেষাৰেই নাকচ কৃষক সমাজৰ । কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আগবঢ়োৱা প্ৰস্তাৱ নাকচ কৰি কৃষক সকলৰ সিদ্ধান্ত, “অব্যাহত
Read More...

বাঁহীৰ সুৰত মনপ্ৰাণ মুগ্ধ কৰা এগৰাকী প্ৰচাৰবিমুখ যুৱশিল্পী

জামুগুৰিহাট, ৯ ডিচেম্বৰ: বাঁহীৰ সুৰত জগত জিনিব খোজা এগৰাকী প্ৰচাৰবিমুখ যুৱশিল্পী ৷ চতিয়াৰ ন-পমুৱা গাঁৱৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰা আৰু দুলু বৰাৰ পুত্ৰ এইগৰাকী যুৱশিল্পীৰ নাম দীপজ্যোতি বৰা ৷ বাঁহীবাদক দীপক শৰ্মা আৰু কিশোৰ কুমাৰ ভঁৰালীৰ ওচৰত
Read More...